• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

বেলুড় মঠ 

ৰেজাউল কৰিম 

by Admin
October 17, 2022
in Travel, Inspiration, Special Report
Reading Time: 2 mins read
0
বেলুড় মঠ 
Share on FacebookShare on TwitterShare on LinkedIn

বেলুড় মঠ

ৰেজাউল কৰিম 

চেপ্তেম্বৰ মাহৰ ২৬ তাৰিখে কলকাতাৰ বেলুড় মঠলৈ ফুৰিবলৈ গৈছিলোঁ।

স্বামী বিবেকানন্দই গঙ্গাৰ পাৰত এই মঠটো নিৰ্মান কৰিছিল। বিশ্বজনীন ধৰ্ম প্ৰচাৰ কৰিবলৈ আন্তৰাষ্ট্ৰীয় মূখ্যকাৰ্যালয় হিচাপে এই মঠ নিৰ্মান কৰিছিল।

RelatedPosts

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Being a Teacher: What It Means

Being a Teacher: What It Means

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023

বেলুড় মঠত দেৱ দেৱীৰ মূৰ্তি নাই। আছে ৰামকৃষ্ণ পৰমহংস, সাৰদা দেৱী আৰু বিবেকানন্দৰ মূৰ্তি।

বেলুড় মঠৰ দুটা ভাগ। এভাগ ৰামকৃষ্ণ পৰমহংস মঠ, অৰ্থাত ধৰ্মীয় কাম কাজৰ বাবে। আনটো ভাগ শিক্ষানুষ্ঠান। এইটো ৰামকৃষ্ণ পৰমহংস মিছন। শিক্ষানুষ্ঠান হিচাপে বেলুড় মঠত এখন বিশ্ববিদ্যালয় আছে। এখন কলেজো আছে য’ত কেইটামান বিষয়ত স্নাতকোত্তৰ কৰিব পৰা সুবিধা আছে।

মকবুল ইছলামে বিশ্ববিদ্যালয় আৰু কলেজত আঠ বছৰ শিক্ষকতা কৰিছিল। এই কলেজ আৰু বিশ্ববিদ্যালয়ত সকলো ধৰ্মৰ লোকে শিক্ষালাভ কৰিব পাৰে। মুছলমান ছাত্ৰও বেলুড় মঠত পঢ়া শুনা কৰে। বেলুড় মঠত পঢ়া মুছলমান ছাত্ৰ এজনক মই ব্যক্তিগতভাৱে চিনি পাওঁ। মই জনা মতে ৰামকৃষ্ণ পৰমহংসৰ মুছলমান ভক্তও আছে। 

এইবাৰ বেলুড় মঠত প্ৰসাদ ভৱনত খিচিৰি প্ৰসাদ খাই আহিছোঁ। প্ৰসাদ ভৱনটো পাচ মহলীয়া। নতুনকৈ বনাই আছে। একোটা মহলত একেলগে ত্ৰিছ হাজাৰ লোকে খাব পৰা ব্যৱস্থা হ’ব। 

দুজন মহাৰাজৰ সাক্ষাতো পাইছোঁ মকবুল ইছলামৰ জহতে । তেওঁলোক হ’ল মহাৰাজ বলভদ্ৰানন্দজী (Asstt secy. Belur math)আৰু মহাৰাজ শাস্ত্ৰজ্ঞানন্দজী (Secretary Sharada peeth)।

বেলুড় মঠ
বেলুড় মঠ

তেতিয়াই গম পাইছোঁ মকবুল ইছলাম চাহাবক তেওঁলোকে কিমান ভাল পায়। এটা উদাহৰণ দিছোঁ। ৰামকৃষ্ণ মিছনৰ পৰা এবাৰ বিশ্ব ধৰ্ম সংসদ পতা হৈছিল। সেইবাৰ ইছলাম ধৰ্মৰ ওপৰত বক্তৃতা দিবলৈ ৰামকৃষ্ণ মিছনৰ পৰা মকবুল ইছলামক নিমন্ত্ৰণ কৰা হৈছিল। এইটো এটা ডাঙৰ সন্মান।

বেলুড় মঠ
মছজিদ

এজন ব্যক্তিয়ে আমাক বেলুড় মঠৰ ভিতৰখন দেখুৱাইছিল। মই দেখিলোঁ ভিতৰৰ এপিনে এটা মছজিদ আছে। মই সুধিলোঁ যে মছজিদটো ব্যৱহাৰ হৈ আছে নে ? উত্তৰত ক’লে যে ব্যৱহাৰ হৈ থকা মছজিদ এইটো। ইয়াত থকা ইমাম জনৰ ঘৰটো মঠ কৰ্তৃপক্ষই সাজি দিছে। মছজিদটোৰ প্ৰয়োজনীয় বিজুলী আৰু পানীৰ ব্যৱস্থা মঠ কৰ্তৃপক্ষই কৰি দিছে। লগতে ধৰ্মীয় কাজকাজ সমূহ পালন কৰিবলৈ সকলো সুবিধা দিছে।

মই বিষয়টোৰ প্ৰতি বেচ আকৰ্ষিত হ’লোঁ এইবাবেই যে বিবেকানন্দই বিশ্বজনীন ধৰ্মৰ লগত ৰজিতা খুৱাই ইছলাম ধৰ্ম সম্পৰ্কে যি কথা কৈ গৈছিল সেই কথা কাৰ্যক্ষেত্ৰত পালনো হৈছে। 

বেলুড় মঠ
মাজাৰ

অকল মছজিদেই নহয়। আন এপিনে এটা প্ৰাচীন মাজাৰো আছে। সেইটোও বেলুড় মঠৰ চৌহদৰ ভিতৰত। তাতো মঠ কৰ্তৃপক্ষই সকলো সুবিধা কৰি দিছে। 

বেলুড় মঠ গঙ্গাৰ পাৰত। গঙ্গাখন তেনেই লেতেৰা। ভক্ত সকলে এই পানীতেই গা ধুইছে। লেতেৰাৰ প্ৰতি তেওঁলোকৰ মন কাণ নাই। কাৰণ গঙ্গা পৱিত্ৰ। আমাক সঙ্গ দিয়া ব্যক্তিজনে মোক গঙ্গাৰ বিশালতাৰ কথা ক’লে। কিন্তু তেওঁৰ কথা মুখৰ পৰা কাঢ়ি আনি মকবুল ইছলাম চাহাবে ক’লে এখেতক গঙ্গাৰ বিশালতাৰ কথা নক’বা। কাৰণ এখেত ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহ। ব্ৰহ্মপুত্ৰ ইয়াতকৈ অনেক বিশাল আৰু পৰিস্কাৰো। 

বেলুড় মঠ
ৰামকৃষ্ণ পৰমহংস

এৰা, ব্ৰহ্মপুত্ৰৰ বিশালতাৰ কথা শুনি মোৰ বুকুখন ফুলি উঠিছিল। কিন্তু ৰামকৃষ্ণ মিছনৰ শিক্ষাৰ অৱদানৰ কথা দেখি শুনি মনটো কোচ খাইও গৈছিল। কাৰণ অসমত শঙ্কৰদেৱৰ জন্ম হৈছিল ৰামকৃষ্ণ পৰমহংসৰ জন্মৰ চাৰিশ বছৰৰো আগতে। অসমতো শঙ্কৰদেৱৰ নামত এটা বিশ্বজনীন শিক্ষা মিছন হ’ব পাৰিলেহেঁতেন। আমি দেখোন ক’ৰবাতে পৰি ৰ’লোঁ।

ৰামকৃষ্ণ পৰমহংসৰ মুছলমান ভক্ত আজিও আছে। এনে কি আদৰ্শৰ দ্বাৰা মুছলমান লোক আজিও ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হয় যিটো শঙ্কৰদেৱৰ চান্দ সাইৰ নামতে শেষ হৈ থাকিল। কথাখিনি মনতে ভাবি মনতে গিলি থলোঁ।

[Images from Belur math website, Rezaul Karim and other sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”
Women

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

by Admin
June 2, 2023
0

Yalda Ali OROOJ HAKIMI Orooj Hakimi OROOJ HAKIMI With YALDA ALI For Mahabahu Yalda Ali, 26, Bachelor of Laws faculty,...

Read more
Being a Teacher: What It Means

Being a Teacher: What It Means

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

June 2, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

June 1, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023
Being a Teacher: What It Means

Being a Teacher: What It Means

June 2, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    596 shares
    Share 238 Tweet 149
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    530 shares
    Share 212 Tweet 133
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    222 shares
    Share 89 Tweet 56
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: