• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 1, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

ভয়েজাৰ-১ মহাকাশযানৰ পৰা ভুল তথ্য অহাত শংকিত বিজ্ঞানীমহল

তনয় চক্ৰৱৰ্তী

by Admin
May 29, 2022
in Science, Tech
Reading Time: 1 min read
0
ভয়েজাৰ-১ মহাকাশযানৰ পৰা ভুল তথ্য অহাত শংকিত বিজ্ঞানীমহল
Share on FacebookShare on TwitterShare on LinkedIn

ভয়েজাৰ-১

তনয় চক্ৰৱৰ্তী

সূৰ্যৰ আওতাৰ বাহিৰৰ খবৰ প্ৰেৰণ কৰিছিল ‘নাছা’ৰ দুখন মহাকাশযানে। সৌৰজগতৰ প্ৰান্তসীমা অতিক্ৰম কৰি তীব্ৰ গতিৰে আগবাঢ়ি আছে ভয়েজাৰ-১ নামৰ মহাকাশযানে। ৩৫ বছৰৰ আগতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা’নাছা’ৰ পৰা উৎক্ষেপণ কৰা হৈছিল ভয়েজাৰ-১। সেই মহাকাশযানে এতিয়া পৃথিৱীৰ পৰা ১৮০০ কোটি কিলোমিটাৰ দূৰত অৱস্থান কৰিছে। 

RelatedPosts

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

March 17, 2023
Telling a tale with intensity: Where is our Assam !

Telling a tale with intensity: Where is our Assam !

March 16, 2023
How secure are one-time passwords!

How secure are one-time passwords!

March 15, 2023

হাড় বৰফ কৰা আদিগন্ত, অতলান্ত মহাকাশত ঘনঘোৰ, মন চমচমোৱা অন্ধকাৰত অকলে অকলে দশক দশক ধৰি তীব্ৰতম গতিৰে দুটা দিশেৰে মানৱ সভ্যতাই প্ৰেৰণ কৰা প্ৰথম মহাকাশযান দুখন ভয়েজাৰ -১ আৰু ভয়েজাৰ -২ গৈ আছে । গৈ আছে, মহাকাশৰ পৰা প্ৰাপ্ত সৌৰশক্তিৰ দ্বাৰা ঘন্টাত ৩০০০০ মাইলৰো অধিক গতিৰে। আৰু দুয়ো প্ৰেৰণ কৰা তথ্য ধৰা পৰিছে নাছাৰ গ্ৰাউণ্ড ষ্টেচনত। 

কিন্তু সম্প্ৰতি ভয়েজাৰ-১ মহাকাশযানে প্ৰেৰণ কৰা কিছুমান ভুল তথ্য পৃথিৱীত গ্ৰহণ কৰা হৈছে হেতুকে এক জটিল ৰহস্য ঘনীভূত হৈছে। কাৰণ, বিজ্ঞানীসকলে ধৰিব পৰা নাই এনে তথ্য ভ্ৰান্তিৰ কাৰণ কি! 

এতিয়া দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। প্ৰথমটো হ’ল, ভয়েজাৰ-১ হয়তো কোনো কৃষ্ণগহ্বৰত প্ৰৱেশ কৰিছে অথবা মহাকাশযান খনত কোনো যান্ত্ৰিক ত্ৰুটি হৈছে। যদি যান্ত্ৰিক ত্ৰুটি, তেনেহ’লে সেয়া এতিয়াও ধৰিব পৰা নাই। প্ৰাথমিক পৰীক্ষা- নিৰীক্ষাৰ পিছত নাছাৰ বিজ্ঞানীসকলে কৈছে, ‘তেনে কোনো যান্ত্ৰিক ত্ৰুটি ধৰা নপৰিলেও তথ্যৰ বিভ্ৰান্তি হৈছে। অথচ পৃথিৱীৰ পৰা তথ্য ভয়েজাৰ-১ খনলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বা ভয়েজাৰ-১ মহাকাশযানে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰাত কোনো আহুকাল হোৱা নাই।’

ভয়েজাৰ-১ মহাকাশযানৰ পৰা ভুল তথ্য অহাত শংকিত বিজ্ঞানীমহল
ভয়েজাৰ -১

বিজ্ঞানীসকলে এতিয়া ভয়েজাৰ -১ অৰ সমস্যাৰ সন্ধানত ব্যস্ত হৈ পৰিছে। বিজ্ঞানী সকলৰ এটা দলে তথ্য বিশ্লেষণ কৰি আছে আৰু জনাইছে, ভয়েজাৰ-১ অৰ নিয়ন্ত্ৰণ বহুলাংশে থাকে ‘এটিচ্যুদ্ আৰ্টিকুলেশ্যন’ আৰু কন্ট্ৰোল চিষ্টেমৰ ওপৰত, কিন্তু সেই চিষ্টেমৰ পৰা পোৱা তথ্যৰ পৰা জানিব পৰা নাই ভয়েজাৰ -১ অৰ ভিতৰত কি হৈছে! মহাকাশযান ভয়েজাৰ -১ মহাজাগতিক অঞ্চলত নানান প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে গৈ আছে আৰু অজান অংশত প্ৰৱেশ কৰা বুলি অনুমান কৰা হৈছে। সেইবাবেও এনে সমস্যা হ’ব পাৰে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ভয়েজাৰ -১ কৃষ্ণগহ্বৰৰ ভিতৰত সোমাই পৰিল নেকি! কাৰণ, কৃষ্ণগহ্বৰৰ মাজেৰে কোনো তৰঙ্গ অহা-যোৱা কৰিব নোৱাৰে। সেয়ে হয়তো তৰঙ্গৰ বিচ্যুতি হ’ব পাৰে বুলি এচাম বিজ্ঞানীয়ে আশংকা কৰিছে।

29-05-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!
Special Report

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

by Admin
March 17, 2023
0

নাগৰিকৰ মগজু 'হেক' কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ! অঞ্জন শৰ্মা 'বাস্তৱ হ'ল এক বিভ্ৰম' (Reality is merely an illusion, albeit...

Read more
Telling a tale with intensity: Where is our Assam !

Telling a tale with intensity: Where is our Assam !

March 16, 2023
How secure are one-time passwords!

How secure are one-time passwords!

March 15, 2023
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

Are the New Digital Regulations Unlawful?

March 14, 2023
OTT :Revolutionizing the entertainment industry

OTT :Revolutionizing the entertainment industry

March 13, 2023
Does IIT always guarantee jobs, huge salary packages?

Does IIT always guarantee jobs, huge salary packages?

March 10, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
নিঃচৰ্ত শব্দসাধক

নিঃচৰ্ত শব্দসাধক

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: