• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 26, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভাৰতৰ পৰা সন্ধানহীন ৪ কোটি ৫৮ লক্ষ নাৰী !!

-মহাবাহুৰ মেজৰ পৰাঃ

by Admin
July 9, 2020
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-মহাবাহুৰ মেজৰ পৰাঃ |

পাঁচ দশকত ভাৰতৰ পৰা সন্ধানহীন ৪ কোটি ৫৮ লক্ষ নাৰী !!

RelatedPosts

Willpower of Banamali Sarma@Flood and Etc.

Willpower of Banamali Sarma@Flood and Etc.

September 26, 2023
Men rights matter too

Men rights matter too

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023

ৰাষ্ট্ৰসংঘ ( জেনেভা): কৰ’নাক্ৰান্ত সময়ৰ সৈতে  দিনে-নিশাই সমগ্ৰ বিশ্ব ব্যস্ত হৈ থাকোতেই এক ভয়ংকৰ প্ৰতিবেদন পোহৰলৈ আনিলে ৰাষ্ট্ৰসংঘই।  বিষয়টো হ’ল বিশ্বৰ বিভিন্ন দেশৰ পৰা নাৰী( কন্যাসন্তান ইত্যাদি) সন্ধানহীন! এই ক্ষেত্ৰত সকলোতকৈ প্ৰথমতে আছে চীনদেশ। সমগ্ৰ বিশ্বৰ ভিতৰতে চীনৰ পৰাই সৰ্বাধিক নাৰী সন্ধানহীন হৈছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে যোৱা ৫০ বছৰত সমগ্ৰ বিশ্বত ১৪ কোটি ২৬ লাখ সন্ধানহীন হৈছে। আৰু ইয়াৰে ৪ কোটি ৫৮ লক্ষ কন্যাসন্তান/ কিশোৰী আদি সন্ধানহীন হৈছে ভাৰতৰ পৰা!! যোৱা পাঁচ দশকত বিশ্বত নাৰী সন্ধানহীন হোৱা ঘটনা দুগুণ হৈ পৰিছে। ১৯৭০ চনত যি সংখ্যা আছিল ৬ কোটি ১০ লক্ষ, ২০২০ চনত সেই সংখ্যা হৈ পৰিছে ১৪ কোটি ২৬ লক্ষ! ইয়াৰে ৭ কোটি ৩০ লক্ষ সন্ধানহীন হৈছে চীনত। ‘ The State of World Population 2020’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ভাৰতৰ পৰা ৪ লক্ষ ৬০০০০ নাৰী(কন্যাসন্তান) সন্ধানহীন হৈছে। আৰু এইসকলৰ অধিকাংশ সন্ধানহীন হৈছে ভূমিস্থ হোৱাৰ পিছতেই। এই সংখ্যাক তিনিটা ভাগত ভাগ কৰি তাৰে দুভাগৰ বাবে ৰাষ্ট্ৰসংঘই দায়ী কৰিছে ভাৰতৰ পাৰিবাৰিক লিংগ- বৈষম্যক। ‘কন্যা-সন্তান নিবিচৰা’ কাৰণটোও  এইদৰে সন্ধানহীন হোৱাৰ সৈতে মিলি গৈছে বুলি ৰাষ্ট্ৰসংঘই কৈছে। চীনৰ পৰিসংখ্যাও ভাৰততকৈ বৰ বেছি সুকীয়া নহয়। পৃথিৱীত যিমানসংখ্যক সদ্যজাত কন্যাসন্তানৰ মৃত্যু হয়, তাৰে ৯৫% হৈছে ভাৰতৰ আৰু চীনৰ! আকৌ এই দুয়োখন দেশেই প্ৰতিবছৰে নতুন সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পৃথিৱীৰ অইন দেশবোৰতকৈ বহুত আগবাঢ়ি আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত বাখ্যা কৰি কোৱা হৈছে যে প্ৰতিহাজাৰ কন্যাসন্তানৰ জন্মৰ সময়ত ১৩.৫ গৰাকী শিশুৰ মৃত্যু হয় বা সন্ধানহীন হয় একমাত্ৰ ‘কন্যাসন্তান হৈ জন‌ম লোৱাৰ অপৰাধত’! ৫ বছৰৰ কম বয়সৰ ৯ গৰাকী শিশুৰ ১ জনৰ মৃত্যু হয় , কাৰণ ‘কন্যাসন্তান’!

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এই বিপুল সংখ্যক সদ্যজাত আৰু নাবালিকা ছোৱালীৰ সন্ধানহীন হোৱাৰ কাৰণ হিচাপে পোনপটীয়াকৈ একো নকলেও আকাৰে-ইংগিতে বুজাই দিছে যে এই ঘটনাবোৰ হত্যাৰ বাহিৰে অইন একো নহয়। প্ৰতিবেদনত ৰাষ্ট্ৰসংঘই কৈছে যে কন্যাসন্তানৰ ক্ষেত্ৰত আৰু অধিক প্ৰচাৰৰ আলোক সঞ্চাৰ কৰিব লাগিব। দেখুৱাই দিব লাগিব যে মহিলাই কিদৰে সমাজ সলনি কৰি দিব পৰা ক্ষমতাৰ অধিকাৰী! প্ৰতিটো ক্ষেত্ৰত সমাজে ছোৱালীৰ সাফল্যক অধিকভাবে উদযাপনৰ ব্যৱস্থা কৰিব লাগিব। কন্যাসন্তানৰ আধিক্য লৈও যে একো- একোখন সংসাৰ উন্নত হ’ব পাৰে, তেনে দৃষ্টান্ত ডাঙি ধৰিব লাগিব। লগতে ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰখনকো অতি গুৰুত্ব দিব লাগিব। প্ৰয়োজনত নাৰীশিক্ষাৰ বাবে বিশেষ আৰ্থিক সহায়তা আগবঢ়োৱা উচিৎ হ’ব। পুত্ৰসন্তানৰ প্ৰতি অধিক আগ্ৰহৰ বিশেষ কাৰণবোৰ বুজি লৈ সেই আগ্ৰহ ছোৱালীৰ বাবে কিয় প্ৰযোজ্য নহয় তাক ফহিয়াব লাগিব আৰু সেইমতে ৰাষ্ট্ৰবোৰে নীতি প্ৰণয়ন কৰা উচিত হ’ব। সমগ্ৰ বিশ্বজুৰি ছোৱালীৰ ওপৰত কেনেকুৱা লিঙ্গ-নিৰ্ভৰ অত্যাচাৰ চলে, প্ৰতিবেদনত সবিস্তাৰে ডাঙি ধৰা হৈছে। শাৰীৰিক আৰু মানসিক ভাবে ছোৱালীক প্ৰভাৱিত কৰি যৌন- নিৰ্যাতন কৰাৰ উপৰিও বিশ্বৰ নানা দেশত চলি আছে স্তন ‘আয়ৰণিং’-অৰ পৰা ‘জেনিটেল মিউটেশ্যন’ আদিৰ দৰে ঘৃণনীয় প্ৰথা! প্ৰতিবেদনত কৈছে যে এইবোৰ কাৰণতেই বৃহৎ সংখ্যক মানুহে কন্যা সন্তান কামনা নকৰে। প্ৰতিদিনে ১৮ বছৰৰ তলৰ ছোৱালী গড়ে ৩৩০০০ জনীক বলপূৰ্বক বিয়া দিয়া হয়। এই বছৰটোত পিশৱিকভাৱে বিশ্বত ৪১ লাখ কিশোৰীৰ ভগাঙ্কুৰ কাটি দিয়া হৈছে। ইয়াৰোপৰি দৰিদ্ৰ আৰু উদ্বাস্তু পৰিয়ালৰ ছোৱালীবোৰ সকলোতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। এইবছৰ কৰ’নাৰ পটভূমিত এনে অত্যাচাৰ আৰু যৌন-নিগ্ৰহ অত্যাধিক হৈ পৰিছে বুলিও ৰাষ্ট্ৰসংঘৰ মহাসচিবে ব্যক্ত কৰিছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ৰাষ্ট্ৰসংঘ
Admin

Admin

Related Posts

Willpower of Banamali Sarma@Flood and Etc.
News

Willpower of Banamali Sarma@Flood and Etc.

by Admin
September 26, 2023
0

Banamali Sarma Anita Sarma Banamali Sarma This is a story related with the recent devastating flood of Assam and a...

Read more
Men rights matter too

Men rights matter too

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

September 24, 2023
Cinema and Psychology

Cinema and Psychology

September 24, 2023
10 Unheard-of Courses That Expand Horizons

10 Unheard-of Courses That Expand Horizons

September 24, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Environmental Journalism: Now More Than Ever

Environmental Journalism: Now More Than Ever

September 26, 2023
Cooch Beharer Itihash, Assam and finding the roots

Cooch Beharer Itihash, Assam and finding the roots

September 26, 2023
two white garlics

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

September 26, 2023
Willpower of Banamali Sarma@Flood and Etc.

Willpower of Banamali Sarma@Flood and Etc.

September 26, 2023

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1916 shares
    Share 766 Tweet 479
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1063 shares
    Share 425 Tweet 266
  • FREEDOM FIGHTERS OF ASSAM

    2556 shares
    Share 1022 Tweet 639
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1539 shares
    Share 616 Tweet 385
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    857 shares
    Share 343 Tweet 214
  • Wildlife Photos: An astonishing and sorrowful image!

    219 shares
    Share 88 Tweet 55
  • অসমৰ বুৰঞ্জী

    1290 shares
    Share 516 Tweet 323
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    688 shares
    Share 275 Tweet 172
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    180 shares
    Share 72 Tweet 45
  • Does IIT always guarantee jobs, huge salary packages?

    1088 shares
    Share 435 Tweet 272
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: