• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মই খটখটী

ASSAMESE SECTION / Poetry

by Anjan Sarma
April 11, 2026
in ASSAMESE SECTION, Poetry
Reading Time: 3 mins read
0
মই খটখটী
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026

মই খটখটী

মই খটখটী
.

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা

হয়, মই দশক দশক ধৰি বোজা বৈ আছো 

সকলোকে মোক ব্যৱহাৰ কৰিবলৈ দি দি

মই খটখটী

ৰাতি ৩ বজাত পানী খাবলৈ নামি অহা খালী ভৰিবোৰক  

পুৱতি নিশা উঠি অহা অসংলগ্ন খোজ দিয়া জোতাবোৰক 
দুখন তক্তাক এখন বুলি ধৰি লৈ
একেলগে জঁপিয়াই হাঁহি হাঁহি নামি অহা শিশুবোৰক 
গোপন বোজা কঢ়িয়াই উশাহে নিশাহে নামি অহা আৰু উঠি অহা
ভদ্ৰলোক বোলা মানুহবোৰক
মই সকলোৰে বৈ আছো বোজা
মই কেতিয়াও কাকো একো অভিযোগ কৰা নাছিলো
মই সকলোৰে ভাৰ লৈ লৈ নীৰৱে কেকাইছিলো
আপত্তি কৰা নাই কোনোদিনে 
নহয় নে পংখী, বা অৰুন্ধতী!
কিন্তু সময়ে দাগ দি দি যায় সময়ে সময়ে ..
মোৰ হাড় – এই কাঠৰ তক্তাবোৰ – এতিয়া অলপ বেঁকা হৈ পৰিছে 
জীৱনে যেতিয়া উঠা-নমা কৰাসকলক পিছলৈ টানিছিল, 
তেতিয়া তেওঁলোকৰ গোৰোহাই য’ত হেঁচি ধৰিছিল, 
ভৰিৰ পতাই য’ত ঘৰ্ষণ কৰিছিল 
মোৰ ছালত সেই চিনবোৰ বিদ্যমান হৈ আছে… 
আতংকত সিহতে যিবোৰ খুটাত খামুচি ধৰিছিল
সেই খুটাবোৰ এতিয়া নৈৰ শিলৰ দৰে মসৃণ।
মই এতিয়া নীৰৱে কেকাই থাকো 
মই হৈ পৰিছো শীৰ্ণকায় 
হৈ পৰিছো কিছু সোলোক ধোলোক
স্মৃতিৰ ভৰত
হয়, মই শুকান পাতৰ দৰে হৈ পৰিছো
মোৰ হাড়বোৰ বা তক্তাবোৰ মোলায়েম হৈ পৰিছে 
আৰু মোৰ গাঁঠিবোৰো এতিয়া ক্লান্ত!
কিন্তু আজিও ৰাতি যেতিয়া ওপৰৰ সেই বিজুলী চাকি জ্বলি উঠিব,  
আৰু মোৰ শৰীৰত কোনোবাই খোজ দিব
কোনোবাই থমকি ৰ’ব
মই তেতিয়াও তেওঁক ধৰি ৰাখিম
মোক তাৰ বাবেই তৈয়াৰ কৰা হৈছিল,
মই মোৰ দায়িত্ব পালন কৰিছো
নীৰৱে 
ওজৰ আপত্তি নকৰাকৈ
কাৰণ এই খটখটীয়েও

খটখটীৰ জীৰ্ণ কাঠেও প্ৰতিশ্ৰুতি পালন কৰিব জানে।

Stairecase

১০-০৪-২০২৬

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

গছে সলায় পাত, পক্ষীয়ে লগায় মাত
ASSAMESE SECTION

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

by Manas Pratim Dutta
May 14, 2026
0

গছে সলায় পাত, পক্ষীয়ে লগায় মাত মানস প্ৰতিম দত্ত প্ৰকৃতিৰ এক আকৰ্ষণীয় আৰু ৰহস্যময় অংশ হৈছে পক্ষীৰ জীৱন। চৌপাশে বসবাস...

Read moreDetails
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d