• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

মণিপুৰ: ৬০০০ এজাহাৰ আৰু গ্ৰেপ্তাৰ মাত্ৰ ৭ জনক !!

অৰবিন্দ ৰাভা

by Anjan Sarma
August 2, 2023
in Justice, National
Reading Time: 3 mins read
0
108 ex-bureaucrats write to PM Modi: Your silence is deafening
Share on FacebookShare on TwitterShare on LinkedIn

মণিপুৰ: ৬০০০ এজাহাৰ আৰু গ্ৰেপ্তাৰ মাত্ৰ ৭ জনক !!

অৰবিন্দ ৰাভা 

মণিপুৰ: ৬০০০ এজাহাৰ আৰু গ্ৰেপ্তাৰ মাত্ৰ ৭ জনক !

‘মণিপুৰৰ পৰিস্থিতি লক্ষ্য কৰি এনে লাগিছে যেন মণিপুৰৰ সাংবিধানিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে’ – এনেদৰে মন্তব্য আগবঢ়াই ১ আগষ্ট, ২০২৩ চন, মঙ্গলবাৰে চৰকাৰ আৰু মণিপুৰ আৰক্ষীক কঠোৰ বাক্যৰে নিন্দা কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

মণিপুৰৰ ৰক্তাক্ত গোষ্ঠী সংঘৰ্ষ আৰু কুকি নাৰীক উলংগ কৰি নিৰ্যাতন চলোৱা গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সাংবিধানিক ব্যৱস্থা ভাঙি পৰাৰ লগতে মণিপুৰৰ আইন-শৃংখলাৰ সম্পূৰ্ণ ব্যৰ্থতাৰ বাবে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানজনক ৭ আগষ্ট, ২০২৩ তাৰিখে পৰৱৰ্তী শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত উপস্থিত হ’বলৈ আদেশ জাৰি কৰে। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, ‘ এনে লাগিছে সাংবিধানিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে , আইন-শৃংখলা একো নাই, তদন্ত হৈছে অত্যন্ত লেহেমীয়া গতিৰে। অভিযোগ লাভ কৰিও আৰক্ষীয়ে অভিযোগৰ বিপৰীতে এজাহাৰ পঞ্জীয়ন কৰা নাছিল, গ্ৰেপ্তাৰ কৰা হোৱা নাই, ভাষ্য লিপিবদ্ধ হোৱা নাছিল।’
মণিপুৰৰ আৰক্ষীক ‘অতিশয় অলস’ বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰশ্ন কৰে – ‘আৰক্ষীৰ লোকেই মণিপুৰৰ নাৰীক উন্মাদ জনতাৰ হাতত অৰ্পন কৰা কাৰ্যৰ তদন্ত আৰক্ষীয়ে কৰিছে নে?’
উল্লেখযোগ্য যে বিগত ৪ মে’ তাৰিখে উন্মত্ত মেইটেই পুৰুষৰ দলে তিনিগৰাকী কুকি মহিলাক বিৱস্ত্ৰ কৰি পদযাত্ৰা কৰাইছিল আৰু দলৱদ্ধভাৱে ধৰ্ষণ কৰিছিল। এই মহিলা কেইগৰাকীক পিতৃ -ভাতৃসহ বৰ্বৰ উন্মত্ত মেইটেই মণিপুৰীৰ হাতত আৰক্ষীয়েই তুলি দিছিল।
কিন্তু সেই ঘটনাৰ তদন্ত আৰম্ভ হৈছে নে নাই , উচ্চতম ন্যায়ালয়ে তাকে লৈও প্ৰশ্ন উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ৰ ১ আগষ্ট তাৰিখৰ বিচাৰপীঠখনত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰিও ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ উপস্থিত আছিল।
মণিপুৰ: ৬০০০ এজাহাৰ আৰু গ্ৰেপ্তাৰ মাত্ৰ ৭ জনক
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে যে আইন – শৃংখলা ব্যৱস্থাই যদি মানুহক সুৰক্ষা দিব নোৱাৰে, তেনেহলে নাগৰিকসকলৰ কি হ’ব? এই কথা অতি স্পষ্ট যে মণিপুৰী মহিলাক উলঙ্গ কৰা ভিডিঅ’ ভাইৰেল হোৱা ঘটনাটোৰ গোচৰ ৰজু কৰাত যথেষ্ট পলম হৈছিল।
উচ্চতম ন্যায়ালয়ে মণিপুৰৰ আৰক্ষীক ভৰ্ৎসনা কৰে আৰু কয় যে মণিপুৰৰ আৰক্ষীয়ে তদন্ত কৰাত ব্যৰ্থ হৈছে আৰু নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। 
চৰকাৰৰ হৈ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই তৃণমূল স্তৰৰ পৰিস্থিতি বিবেচনা কৰাৰ বিষয়ে কোৱাত উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষীৰ ওচৰত ৬০০০ এজাহাৰ দাখিল হৈছিল আৰু আপোনালোকে গ্ৰেপ্তাৰ কৰিছে মাত্ৰ ৭ জনক! 
মণিপুৰ: ৬০০০ এজাহাৰ আৰু গ্ৰেপ্তাৰ মাত্ৰ ৭ জনক !

02-08-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

RelatedPosts

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

July 8, 2025
Why Is Tamil Nadu Opposing the Implementation of NEP & the Imposition of Hindi?

NATIONAL EDUCATION POLICY VS. PEOPLE’S EDUCATION POLICY

July 6, 2025
অর্হতা আৰু সাফল্য

ONE NATION ONE ELECTION ?

June 28, 2025

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection
Artificial Intelligence

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

by SUSANNA SULEIMANOVA
July 8, 2025
0

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection: Prospects for Europe and the Middle East...

Read moreDetails
Why Is Tamil Nadu Opposing the Implementation of NEP & the Imposition of Hindi?

NATIONAL EDUCATION POLICY VS. PEOPLE’S EDUCATION POLICY

July 6, 2025
অর্হতা আৰু সাফল্য

ONE NATION ONE ELECTION ?

June 28, 2025
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Ukraine: Energy in the crosshairs of war

India’s Renewable Ambitions Could Define Asia’s Energy Future

June 10, 2025
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d