• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

মনলৈ অহা চিন্তা

by Admin
June 15, 2021
in Opinion, Politics
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

– মীনাক্ষী দেৱী |

‘ৰাজনীতি’ ৰ সংজ্ঞা দিবলৈ গ’লেই সৰুৰপৰাই এটাই শব্দ মনলৈ আহে ‘কূটনীতি’ । যেন ইটো আনটোৰ সমাৰ্থক হে।  অথচ ৰাজনীতিত সৎ মনোভাৱৰ তথা কূটনীতিৰপৰা নিলগত থকা ব্যক্তি নথকাও নহয়। কিন্তু পৰিবেশেই হয়তো আমাক বাধ্য কৰি আহিছে। এতিয়া প্ৰশ্নটো হ’ল কিয় আমি ৰাজনীতিৰ বিশাল চক্ৰটোৰপৰা দূৰত থকা সাধাৰণ মানুহখিনিৰ সৰহভাগৰেই ৰাজনীতিৰ প্ৰতি মনোভাৱবোৰ দিনকদিনে ঋণাত্মক হৈ আহিছে? কিয় বাৰে বাৰে পৰিৱৰ্তনৰ স্বাৰ্থত শাৰী পাতি পাতি ভোট দি শেষত নিজৰ ভোটাধিকাৰৰ ওপৰতেই ধিক্কাৰ দিবলগীয়া হৈছে? নতুন নতুন চৰকাৰক বাৰে বাবে বহু আশা আৰু বিশ্বাসেৰে আদৰি লৈও দিন বাগৰাৰ লগে লগেই কিয় প্ৰতিখন চৰকাৰৰ কৰ্মৰাজিৰদ্বাৰা সাধাৰণ জনতাৰ অধিকাৰক খৰ্ব কৰা হৈছে? ‘ এইবাৰ দেশ তথা ৰাজ্য নিকা হ’ব’ বুলি কৰা জনতাৰ বিশ্বাসত বাৰে বাৰে কিয় অ‍াঘাট দিয়া হৈছে? আমাক কেৱল সাধাৰণ ‘ভোটাৰ’ বুলিহে কিয় তাচ্ছিল্য কৰা হৈছে? ভোটাধিকাৰৰ বাহিৰে অ‍মাৰ কি দেশৰ ওপৰত কোনো অধিকাৰ নাই? চৰকাৰ এখন প্ৰতিষ্ঠাৰ বাট মুকলি কৰি দিয়াৰ পিছতেই সেই দলৰ বাহিৰৰ মানুহখিনিক বিশেষকৈ নিৰপেক্ষ জনতাৰ ইচ্ছা-অনিচ্ছা-মতামত সকলোবোৰকে পথৰ ধূলিৰ দৰেই কিয় উৰুৱাই পেলাই আহিছে??

RelatedPosts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 3, 2023

        আজি লেনিনৰ প্ৰতিমূৰ্ত্তি চাৰখাৰ কৰিছে,কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহে হয়তো বিজেপি’য়ে প্ৰতিষ্ঠা কৰা দীনদয়ালৰ মূৰ্তি ভাঙিব। পুনৰ যদি আঞ্চলিক দল প্ৰতিষ্ঠা হয় তেতিয়া আকৌ নতুন খেল আৰম্ভ হ’ব। হয়তো আৰু এনে এটা সময় আহিব য’ত ইটোৰ-পিছত সিটো ভাঙি ভাঙি পুনৰ লেনিনৰেই মূৰ্তি স্থাপিত  হ’ব। গৈ গৈ শেষত জনতাৰ শেষ পচন্দত বৰ্তমানৰ এটা দলৰো অস্তিত্বই নাথাকিব।

           যদি সকলো বিপৰীত হ’লহেঁতেন!! ইটো দলে আনটো দলৰ মতাদৰ্শক সন্মান জনাই, জনতাৰ পছন্দক আগত ৰাখি দেশৰ স্বাৰ্থত জনতাৰ হকে যদি কোনোবা এটা দলে কাম কৰি গ’লহেঁতেন….দেশ/ৰাজ্যত কিমান যে শান্তি বিৰাজ কৰিলেহেঁতেন…। হয়তো সেই দলৰ হকে কাম কৰিবলৈ বিনা-দ্বিধাই ৰাইজ আগবাঢ়ি গ’লহেঁতেন। এতিয়া যিহেতু সকলো বিপৰীত গতিতেই গৈ আছে সেয়ে ৰাইজো ৰুদ্ধ হৈয়েই গৈ থাকিব। দেশ ধ্বংসৰফালেই নামি গৈ থাকিব। আৰু এনে এটা সময় আহিব যে নিজৰ মাজতেই কাজিয়া কৰি থকা আমি বুদ্ধিহীন ভাৰতীয়সকলক চীনৰ দৰে দেশে চোবাই-চোবাই গিলি পেলাব।

        (বি:দ্ৰ: আজিলৈ এনে এটা ৰাজনৈতিক দল নাপালো যাৰ আদৰ্শক শ্ৰদ্ধা কৰিব পাৰি। দেশৰ  ৰাজনৈতিক ক’লা বেপাৰবোৰ দেখি দেখি ভাৱ হৈছে, NRC ত নামটো নথকা হ’লে বাংলাদেশতেই শান্তিৰে থাকিলোহেঁতেন ছাগে)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কূটনীতিৰাজনীতি
Admin

Admin

Related Posts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   
Economy

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

by Admin
February 4, 2023
0

Hindenburg Research report on Adani KAKALI DAS Adani Have you ever played Jenga? If yes, then you must know how...

Read more
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 3, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
Freedom of press and trial by media

Freedom of press and trial by media

January 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: