• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ম’বাইলৰ নিচাত আচ্ছন্ন !! মানচেষ্টাৰলৈ যাওক!

-*মহাবাহু

by Anjan Sarma
June 26, 2021
in Opinion, Special Report
Reading Time: 1 min read
0
ম’বাইলৰ নিচাত আচ্ছন্ন !! মানচেষ্টাৰলৈ যাওক!
Share on FacebookShare on TwitterShare on LinkedIn

-*মহাবাহু |

লণ্ডনঃ ম’বাইলৰ প্ৰচণ্ড আসক্তিৰপৰা যদিহে কোনোপধ্যেই অলপো মুক্ত হ’ব পৰা নাই, চিন্তাৰ কোনো কাৰণ নাই— মানচেষ্টাৰলৈ যাওক। যদিহে ৰাস্তাত খোজ কাঢ়ি থাকোতেও ম’বাইলৰ আসক্তিৰ বাবে গাড়ী-ঘোৰা একোকে নেদেখা হৈছে, চিন্তা নকৰিব, মানচেষ্টাৰলৈ যাওক।

RelatedPosts

Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026

          আজিকালি ম’বাইল-আসক্তিৰ বাবে বহুতেই নিজৰ বিপদ নিজে আমন্ত্ৰণ কৰি আছে। ব্যস্ত ৰাজপথত খোজ কাঢ়োতে, গাড়ী চলাওঁতে ম’বাইলৰ পৰ্দাত মুখ গুঁজি থকাৰ ফলত কিমান যে দুৰ্ঘটনা হ’বলৈ ধৰিছে, ঠিকনা নাই। কোন মুহূৰ্তত প্ৰাণবায়ু নিৰ্গত হয়, তাৰো ঠিক নাই। অকল্পনীয় ‘ম’বাইল সভ্যতা’ৰ প্ৰভাৱত লাখ লাখ মানুহ এই নিচাত আচ্ছন্ন হৈ পৰিছে। পথত হয়তো ২ মিনিট খোজকাঢ়িছে, তাৰ পিছত ম’বাইলৰ পৰ্দাত দৃষ্টি নিক্ষেপ কৰিছে, ৰৈ গৈছে, কোনোবাৰ শৰীৰত খুন্দা মাৰিছে, সন্মুখত মানুহ গাড়ী-চাইকেল-ঘোঁৰা— একো নেদেখা হৈছে; এনেবোৰ দৃশ্য এতিয়া একেবাৰে সুলভ।

          এই নিচাসক্তসকলৰ কথা চিন্তা কৰিয়েই মানচেষ্টাৰত এটা সুকীয়াকৈ পথ নিৰ্মাণ কৰা হৈছে। মানচেষ্টাৰৰ ‘স্পিনিংফিল্ড’ অঞ্চলত তৈয়াৰ হৈছে দুটা ৭৫ ফুটৰ পথ— যি দুটা পথ পদপথৰ কাষেৰে সমান্তৰালকৈ আছে। মসৃণ আৰু মুকলি এই পথেৰে খোজ কাঢ়োতে নিশ্চিন্তমনেৰে ফোনৰ পৰ্দাত চকু দি গৈ থাকিব পাৰিব ম’বাইলৰ নিচাসক্তসকলে। কাৰণ এই পথেৰে কোনো ধৰণৰ গাড়ী-চাইকেল-ঘোঁৰা আহ-যাহ নকৰিব। অবাঞ্ছিত ভিৰ নাথাকিব। পথটোৰ নাম দিয়া হৈছে—‘Slow lane’ (মন্থৰ আলি)। কেৱলমাত্ৰ ম’বাইল ব্যৱহাৰকাৰীৰ বাবেই এই পথটো তৈয়াৰ কৰা হৈছে।

সমীক্ষাত কোৱা হৈছে যে এই তথ্য-বিস্ফোৰণৰ যুগত হাতৰ মুঠিত থকা চেনেহৰ ম’বাইল ফোনটো এতিয়া কেৱল আড্ডা, বিনোদন, সময় কটোৱা বা গেম খেলাৰ উপকৰণ হৈ থকা নাই। বিশ্বৰ নানা তথ্য, বিভিন্ন সময়ত খুঁচৰি থকাৰ নিচা এতিয়া বহুতৰে হৈছে। স্মাৰ্টফোনত এতিয়া মাথোঁ ‘চেল্ফি’ উঠিবলৈ গৈ বা ‘গেম’ খেলিবলৈ গৈয়েই নহয়, অত্যন্ত প্ৰয়োজনীয় কামত ‘নেট’ খুঁচৰিবলৈ ধৰি দুৰ্ঘটনাৰ চিকাৰ বহুজন হৈছে। গৱেষণাত প্ৰকাশ পাইছে যে কেৱল ব্ৰিটেইনতেই ৭৫ শতাংশ মানুহে পথত খোজ কাঢ়ি থাকোতে ম’বাইলৰ পৰ্দাত দৃষ্টি নিক্ষেপ কৰি থাকে। সেয়েহে কোনোজনে ‘লেম্পপোষ্ট’ত খুন্দা খায়, কোনোবাই বেলেগৰ কান্ধত পৰে, কোনোবাই গাড়ীৰ-চাইকেলৰ খুন্দা খায়, কিছুমানে অসতৰ্ক পদক্ষেপৰ বাবে উজুটি খায়। ব্ৰিটেইনৰ তথ্যই প্ৰকাশ কৰিছে যে মানুহে মানুহক খুন্দা মৰাৰ সংখ্যা ৬৫ শতাংশ। এইসকলৰ ৩৮ শতাংশ অনুতপ্ত হৈ ‘sorry’ শব্দৰ প্ৰয়োগ কৰে। বাকী ২৭ শতাংশৰ সেইখিনি ‘চেতনা’ও নাথাকে— ভবাৰ সময় নাই।

বিশেষজ্ঞসকলে কৈছে যে এনেবোৰ পৰিসংখ্যা মাথোঁ সংখ্যাতত্ত্ব নহয়, এইবোৰ সমাজৰ বাবে ক্ৰমশঃ বিপদজনক হৈ উঠিছে। বিশেষকৈ খোজ কাঢ়ি থাকোতে পদে পদে দুৰ্ঘটনাৰ আশংকা থাকে। সেইবাবেই পৰীক্ষামূলকভাৱে মানচেষ্টাৰৰ এই বিশেষ পথ তৈয়াৰ কৰা হৈছে। এনে অভিনৱ পন্থা যাৰ মস্তিষ্কপ্ৰসূত, তেওঁ হ’ল মানচেষ্টাৰৰ ‘এড’ ম’বাইল সংস্থাৰ মেনেজিং ডাইৰেক্টৰ ৰিচাৰ্ড ব্যাসেনডেল। তেওঁ কৈছে যে — ‘আমি বাস্তৱ অৱস্থা বুজি পাব লাগিব। সমাজৰ পৰিৱৰ্তন হ’লে আমি সেই পৰিৱৰ্তন গ্ৰহণ কৰিব লাগিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: মানচেষ্টাৰম’বাইলৰ নিচা
Anjan Sarma

Anjan Sarma

Related Posts

Why Should Women and Not Men Live With And Serve Their in-laws?
Special Report

Why Should Women and Not Men Live With And Serve Their in-laws?

by Kakali Das
March 8, 2026
0

Why Should Women and Not Men Live With And Serve Their in-laws? KAKALI DAS In India, we are  often told...

Read moreDetails
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Environmental Impacts of Electronic Waste & Potential Pathways for its Management

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d