• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱলৈ প্ৰণাম

কুমাৰ দীপক দাস

by Anjan Sarma
September 1, 2022
in Remembrance, Inspiration
Reading Time: 3 mins read
0
মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ
Share on FacebookShare on TwitterShare on LinkedIn

মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ

কুমাৰ দীপক দাস

 মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱলৈ প্ৰণাম

এগৰাকী সৰল, ধৰ্মপৰায়ণ, বেদ, উপনিষদ, গীতা, ভাগৱত আদি শাস্ত্ৰৰ শাস্ত্ৰজ্ঞ পণ্ডিত বিশিষ্ট যোগসিদ্ধপুৰুষ  আৰু ৫৯৬ বছৰ আগেয় আমাৰ এই অসম ভূমিত আবিৰ্ভাব হোৱাৰ পিচত ইয়াত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰীহৰিদেৱৰ আজি পূণ্য আবিৰ্ভাৱ তিথি ।

RelatedPosts

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change

February 14, 2026
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

February 2, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

January 31, 2026

আজিৰ এই বিশেষ তাৎপৰ্যপূৰ্ণ দিনটোত এই গৰাকী মহাপুৰুষক শ্ৰদ্ধাৰে সুৱৰি তেখেতৰ পবিত্ৰ চৰণত সেৱা জনাই তাৰাৰ কৰুণা আশীষে আমাৰ সকলোৰে ঘৰে ঘৰে সুখ শান্তি সমৃদ্ধি প্ৰদান কৰক তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ ।

          এইজনা মহাপুৰুষে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল।


এই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ মানেৰি সত্ৰ, বহৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল।


নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক গৰাকীয়ে এনেদৰে সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও তেখেতে ভক্তিজ্ঞাপক গ্ৰন্থ ৰচনা কৰিছিল। তেখেত গীতিকাৰো আছিল।

১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লখিমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দ্বিজ অজনাভ আৰু মাতৃ পাৰিজাতি দেৱী। তেখেতৰ পূৰ্বপুৰুষ কান্যকুব্জৰ আছিল যদিও সময়ৰ গতিত তেওঁ অসমৰ বাসিন্দাত পৰিণত হয়।


 তেখেতে সকলো শাস্ত্ৰৰপৰা মূল তত্ত্ববোৰ গোটখুৱাই ভক্তসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে লিপিবদ্ধও কৰিছিল।


   উল্লেখযোগ্য এইযে , তেখেতে বিশেষকৈ উত্তৰ ভাৰতৰ সকলো ধৰ্মীয়স্থানলৈ যায় বেদকে ধৰি সকলো  শাস্ত্ৰ অধ্যয়ন কৰে তাৰপিছত তেওঁ জগন্নাথত পাঁচ বছৰকাল ভাগৱত চৰ্চা কৰি ভাগৱতাচাৰ্য্য উপাধি লাভ কৰে। ভাগৱত সমাপ্ত হোৱাৰ পিছত তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ স্থান বহৰিলৈ ঘূৰি যায় আৰু তাতেই তেওঁ ১৪৫৩ চনত সৎ সংগী হৰিদেৱাশ্ৰম নামেৰে এখন আশ্ৰম স্থাপন কৰে। পিছত ই গুৰুদেৱ সেৱাশ্ৰম নামে নামান্তৰিত হয়। সেই সময়ত শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱে তেখেতক সম্বৰ্ধনা জনাই মান ধৰে। এই মান ধৰা সূত্ৰেই গুৰুদেৱ সেৱাশ্ৰম পিছলৈ মানেৰি সত্ৰ নামে জনাজাত হয়।এই সত্ৰক বহৰি সত্ৰ বুলিও জনা যায়।

মহাপুৰুষ হৰিদেৱৰ সাহিত্যকৃতি :

 মহাপুৰুষ হৰিদেৱৰ গদৈশৈলীৰ অন্যতম বৈশিষ্ট হ’ল সহজ-সৰল চুটি চুটি বাক্যৰ দ্বাৰা গধুৰভাৱ প্ৰকাশ কৰা ।তেখেতৰ ‘‘‘ভক্তিৰস তৰংগিনী’’’ প্ৰচীন অসমীয়া গদ্য সাহিত্যৰ এক নিদৰ্শন।এই পুথি খন ইতিমধ্যে ইংৰাজী অনুবাদ হৈছে ।


বৰ্তমানলৈকে পোহৰলৈ অহা পুথিসমূহ হ’ল-

শৰণ সংহিতা
ভক্তিৰস তৰংগিনী
আৰু তেখেতে লিখা কেইটিমান ভক্তিমূলক গীতৰ বিষয়ে জানিব পৰা গৈছে। শৰণ সংহিতাত শৰণৰ প্ৰয়োজনীয়তা, শৰণৰ প্ৰকৃত অৰ্থ আৰু নিয়ম পদ্ধতিৰ কথা আছে। আনহাতে ভক্তিৰস তৰংগিনীত ভাগৱতৰ সাৰতত্ত্ব ৰ বিশ্লেষণ পোৱা যায়। পাতৰ এপিঠিত সংস্কৃত শ্লোক আৰু আন পিঠিত তাৰ অসমীয়া গদ্য ৰূপান্তৰ দিয়া আছে। ইয়াৰ উপৰি মহাপুৰুষ হৰিদেৱে “ৰামাভিষেক” নামৰ অংকীয়া নাট এখনো ৰচনা কৰি গৈছে। তাত ৰামৰ জন্ম, বিবাহ, বনবাসৰ পৰা ৰাজ্যাভিষেকলৈ কাহিনীবোৰ বৰ্ণোৱা হৈছে। তেৰাই ৰচনা কৰা “হৰিনাম কীৰ্ত্তন পদ্ধতি” নামৰ পুথিখনত কীৰ্তনৰ প্ৰকৃত অৰ্থ আৰু তাৰ আঁতিগুৰি আলোচনা কৰা হৈছে।

           আজি আবিৰ্ভাৱ তিথিত এই গৰাকী মহাপুৰুষৰ প্ৰতি পুণৰ শ্ৰদ্ধাভৰা সেৱা জনালোঁ ।

01-09-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change
Climate Change

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change

by PAHARI BARUAH
February 14, 2026
0

Chennai Scientist Samathmika Ravi Secures Prestigious EU Fellowship to Tackle Climate Change Through Resilient Crops PAHARI BARUAH In a significant...

Read moreDetails
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

February 2, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

January 31, 2026
This Too Shall Pass….

This Too Shall Pass….

January 26, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

January 15, 2026
Oleksandra Matviichuk: Ukraine’s Nobel Peace Laureate Leading the Charge for Justice

Oleksandra Matviichuk: Ukraine’s Nobel Peace Laureate Leading the Charge for Justice

January 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d