• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 11, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন

ডাঃ মনোজ শইকীয়া

by Anjan Sarma
January 1, 2023
in Health, Lifestyle
Reading Time: 2 mins read
0
মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন
Share on FacebookShare on TwitterShare on LinkedIn

মানিমুনি

ডাঃ মনোজ শইকীয়া

মানিমুনি

মানিমুনি বা ব্ৰাহ্মী এবিধ শ্ৰেষ্ঠ ৰসায়ন বুলি চৰক সংহিতাত উল্লেখ আছে।

সদায় মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় । শৰীৰ সুস্থ সবল কৰি যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

RelatedPosts

Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

December 11, 2025
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

December 7, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025

মানিমুনিৰ বোটানিকেল নাম চেন্টেলা এচিয়াটিকা (Centella Asciatika) , আয়ুৰ্বেদিক নাম ব্ৰাহ্মী আৰু মণ্ডুকপৰ্ণী । বৈদিক যুগৰ পৰা মানিমুনি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। মেলিক এচিড , এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড , ব্ৰাহ্মীনোচাইড , ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ মানিমুনিত পোৱা যায়।

 মানিমুনিৰ গুণাগুণ

হৃদপিণ্ডৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে, টোপনি স্বাভাৱিক কৰি মানসিক উত্তেজনা নোহোৱা কৰে ,ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, সকলো প্ৰকাৰৰ আঘাত আৰু ঘা উপশম কৰে , চৰ্মৰোগ

প্ৰতিৰোধ কৰে, মস্তিষ্ক আৰু স্নায়ুমণ্ডলৰ মৰা কোষবোৰ আতৰাই নতুন কোষ পুনৰাই গঠন কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰাখিব পাৰে।

 মানিমুনিৰ প্ৰয়োগ

(১) মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন , সদায় মানিমুনি খালে ৰোগমুক্ত হৈ দীৰ্ঘায়ু প্ৰাপ্ত হয় ।

(২) বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে একলাখ স্নায়ুকোষ ধ্বংস হয় অথবা মৰে। সেয়েহে স্নায়বিক দূৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই , বুদ্ধিৰ বিকাশ কৰে, ভাল টোপনি আহে, মনৰ অস্থিৰতা আতৰ কৰে, মানসিক উৎকন্ঠাৰ (anxiety) নাইকিয়া কৰে, অৱসাদ বিলুপ্ত কৰে । মৃগীৰোগ , আক্ষেপ, কম্পবাত (Parkinson) তথা বাৰ্ধক্যজনিত সকলোপ্ৰকাৰ ৰোগ হোৱাত বাধা আৰোপ কৰে আৰু ৰোগত আক্ৰান্ত হলেও আৰোগ্য কৰে ।

(৩) অন্নদ্ৰৱ শূল (গেষ্ট্ৰিক আলছাৰ), পৰিণাম শূল (ডিওডেনেল আলছাৰ), অম্লপিত্তৰ (গেষ্ট্ৰাইটিচ),মুখৰ ঘা, সংগ্ৰহণী (আলছাৰেটিভ কলাইটিচ) , নাড়ীব্ৰণ (ফিস্তুলা) আৰু অৰ্শ ৰোগ মানিমুনিয়ে ভাল কৰে।

 (৪)চ’ৰিয়েচিচ, ডাৰমাটাইটিচ, ছিফিলিচৰ কাৰণে হোৱা চৰ্মৰোগত মানিমুনি উপকাৰী। ইয়াৰ ৰস খোৱাৰ উপৰিও চৰ্মৰোগ হোৱা স্থানত সানিব পাৰি।

(৫)মানিমুনি খালে হৃদৰোগ ভাল হয় আৰু হৃদপিণ্ড সুস্থ সবল কৰি ৰাখিব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, শিৰা সঙ্কোচন (ভেৰিক’জ ভেইন)  নিৰ্মূল কৰে

(৬) সকলোপ্ৰকাৰ লিভাৰ ৰোগ ভাল কৰে । বিশেষকৈ লিভাৰ চিৰচিচ নামৰ কোষ ধ্বংস হোৱা ৰোগত মানিমুনি খালে ধ্বংস বা মৃত কোষবোৰ আতৰাই নতুন কোষ গঠন কৰে।

(৭) পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাহ ৰোগীৰ বাবে মানিমুনি মহৌষধ।

মানিমুনি1

 মানিমুনি ব্যৱহাৰ

(১) ৰাতিপুৱা খালি পেটত মানিমুনি পাত ৮-১০ পৰ্যন্ত চোবাই খাব পাৰে।

(২) ৩-৪ চামুচ মানিমুনিৰ ৰস ২-৩ বাৰ খাব পাৰে।

(৩) Brahmi vati- দূটাকৈ দিনে তিনিবাৰ খাব ।

(৪) Brahmi syrup- তিনি চামুচকৈ দিনে তিনিবাৰ খাব ।

(৫) Brahmi Rasayan- এচামুচকৈ দিনে দুই-তিনিবাৰ খাব। ইয়াত উল্লেখ কৰা ৫ বিধৰ যিকোনো এবিধ খালেই হ’ব।

মানিমুনি2

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ব্ৰাহ্মীমানিমুনি
Anjan Sarma

Anjan Sarma

Related Posts

Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues
Climate Change

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

by PAHARI BARUAH
December 11, 2025
0

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution! How the Brahmaputra Valley Became India’s First Year-Round Gas Chamber-And Why the...

Read moreDetails
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

December 7, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

November 29, 2025
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

November 22, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Why Is Gen Z Protesting Across the World in 2025?

Why Is Gen Z Protesting Across the World in 2025?

December 11, 2025
Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

December 11, 2025
Cardiovascular health and air pollution during winters

Cardiovascular health and air pollution during winters

December 11, 2025
Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 11, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    17112 shares
    Share 6844 Tweet 4278
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8503 shares
    Share 3401 Tweet 2126
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    999 shares
    Share 400 Tweet 250
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3275 shares
    Share 1310 Tweet 819
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    838 shares
    Share 335 Tweet 210
  • পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

    138 shares
    Share 55 Tweet 35
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2633 shares
    Share 1053 Tweet 658
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6173 shares
    Share 2469 Tweet 1543
  • মিচিং সমাজ আৰু সংস্কৃতি

    3351 shares
    Share 1340 Tweet 838
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2907 shares
    Share 1163 Tweet 727
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d