• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Health

মানুহে মানুহৰ বাবেঃ অঙ্গদান সম্পৰ্কীয় এখন মননশীল গুৰুত্বপূৰ্ণ চুটি-ছৱি

দিলীপ দৈমাৰী

by Anjan Sarma
December 21, 2022
in Health, Health, Medical, Science, Special Report, Tech
Reading Time: 3 mins read
0
মানুহে মানুহৰ বাবেঃ অঙ্গদান সম্পৰ্কীয় এখন মননশীল গুৰুত্বপূৰ্ণ চুটি-ছৱি
Share on FacebookShare on TwitterShare on LinkedIn

মানুহে মানুহৰ বাবে

দিলীপ দৈমাৰী 

BRAIN
Human brain in x-ray view

গুৱাহাটীৰ প্ৰেছক্লাৱত ২০২২ চনৰ ১০ ডিচেম্বৰ তাৰিখে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিশিষ্ট চিকিৎসক ডা° শশাংক কুমাৰ বৰুৱাৰ নেতৃত্বত প্ৰস্তুত কৰা এখন চুটি-ছৱি ‘মানুহে মানুহৰ বাবে ‘ প্ৰদৰ্শিত হয়।

এই চুটি-ছৱিখনৰ মূল বিষয়বস্তু হৈছে ‘অঙ্গদান‘ আৰু সম্ভৱতঃ এইখনেই অসমৰ পৰা প্ৰথমবাৰৰ বাবে এনে বিষয়ৰ ওপৰত নিৰ্মিত হোৱা প্ৰথমখন ছৱি বা চুটি-ছৱি।

সৈনিক স্কুল গোৱালপাৰাৰ ১৯৮১-৮৮ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ সকলে নিৰ্মাণ কৰা এই ছৱিখন সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু অঙ্গদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো মানুহৰ মাজলৈ অধিক প্ৰসাৰিত কৰি মানুহক সজাগ তথা সহযোগী কৰিবলৈ নিষ্ঠা সহকাৰে প্ৰয়াস কৰা হৈছে।

RelatedPosts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 9, 2025

ছৱিখনেৰে মূল বাৰ্তা কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ছৱিখনৰ কাহিনীকাৰ, পৰিচালক, অভিনেতা সকল সফল হৈছে। 

‘মানুহে মানুহৰ বাবে‘ শীৰ্ষক চুটি-ছৱিখনেৰে বিশেষকৈ ভাঙি ধৰা হৈছে ‘মগজু মৃত্যু‘ৰ পটভূমিত কৰা অঙ্গদানে একেসময়তে মৃত্যুৰ বাবে ক্ষণ গণি থকা বহুতৰ বাবে ‘নতুন জীৱন’ৰ চাবি-কাঠিস্বৰূপ হৈ পৰিব পাৰে যদিও বিষয়টো অতি স্পৰ্শকাতৰ তথা সেইসম্পৰ্কে সচেতনতাৰ অভাৱৰ পৰিপ্ৰেক্ষিতত, তেনেধৰণৰ অঙ্গদান হোৱা পৰিলক্ষিত নহয় বা সচেতনতাৰ অভাৱেই তেনেধৰণৰ অঙ্গদানৰ বাটত হেঙাৰ হৈ দেখা দিয়ে, আৰু সমাজত সেইসম্পৰ্কে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আলোচনাও নহয়।

‘মগজু মৃত্যু’ হোৱা‌ মানৱ‌ শৰীৰৰ পৰা প্ৰতিস্থানযোগ্য অঙ্গসমূহ ( যেনেঃ বৃক্ক, হৃদপিণ্ড, হাওঁফাওঁ, যকৃত আদি) অতি নিপুণ অস্ত্ৰোপচাৰৰ সহায়ত উলিয়াই আনি অঙ্গ বিকল হৈ মৃত্যুৰ ক্ষণ গণি থকা অইন ৰোগীক শৰীৰত সংৰোপন কৰিব পাৰি আৰু নতুন জীৱন দান দিব পাৰি।

এই মহত্তপূৰ্ণ তথা গুৰুত্বপূৰ্ণ বিষয়টো এই চুটি-ছৱিখনে এক বাৰ্তা হিচাপে মানুহৰ মাজলৈ কঢ়িয়াই নি সচেতনতা বৃদ্ধি কৰিবলৈ আৰু অঙ্গদান সম্পৰ্কে আগবাঢ়ি আহিবলৈ যি প্ৰয়াস কৰিছে, তাৰবাবে সৈনিক স্কুল গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সকলৰ লগতে চুটি ছবিখনৰ সৈতে জড়িত সকলোৱেই অসমৰ সমাজ জীৱনৰ কৃতজ্ঞতাৰ পাচনৰ হৈ থাকিব।

উল্লেখযোগ্য যে অঙ্গদানৰ ক্ষেত্ৰত যে জাতি, ভাষা, ধৰ্ম, ধনী-দুখীয়া বুলি একো বিভেদ নাই, সেই কথাও অতি সুন্দৰকৈ উপস্থাপন কৰা হৈছে।

মানুহে মানুহৰ বাবে
মূত্ৰতন্ত্ৰ আৰু বৃক্ক সংৰোপন বিশেষজ্ঞ ডা° শশাংক কুমাৰ বৰুৱা

মূত্ৰতন্ত্ৰ আৰু বৃক্ক সংৰোপন বিশেষজ্ঞ ডা° শশাংক কুমাৰ বৰুৱাৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা ৰাতুল বৈশ্যৰ।

মানুহে মানুহৰ বাবে
মূত্ৰতন্ত্ৰ আৰু বৃক্ক সংৰোপন বিশেষজ্ঞ ডা° শশাংক কুমাৰ বৰুৱা

ছবিখনত অভিনয় কৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ কৰ্মীবৃন্দকে ধৰি অভিনয় কৰা প্ৰায়ভাগ অভিনেতা সম্পূৰ্ণ অপেছাদাৰী যদিও সাৱলীলভাৱে অভিনয় কৰি বাৰ্তা কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সফল হৈছে।

মানুহে মানুহৰ বাবে
গুৱাহাটীৰ প্ৰেছক্লাৱ

২৯ মিনিটৰ এই ছবিখনে সমাজত অঙ্গদানৰ দৰে স্পৰ্শকাতৰ বিষয়টো, বিশেষকৈ মগজু মৃত্যুৰ পটভূমিত সম্ভৱপৰ অঙ্গদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো অদূৰ ভৱিষ্যতে প্ৰসাৰিত কৰি ইয়াক এক জন-আন্দোলনলৈ পৰিণত হোৱাৰ ক্ষেত্ৰত বাটকটীয়া হ’ব বুলি আশা কৰিব পাৰি।

sasanka5

অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি ডা° শশাংক কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত ‘অঙ্গদান – অঙ্গ প্ৰতিষ্ঠাপনঃ ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষঙ্গিক সমস্যা‘ শীৰ্ষক এখন তথ্য সম্বলিত হাতপুথি উপস্থিত সকলোৰে মাজত বিতৰণ কৰা হয়।

‘মানুহে মানুহৰ বাবে’ চুটি ছবিখনৰ ভিডিঅ’ লিংকটো তলত দিয়া হ’লঃ 

Attachments area

Preview YouTube video “মানুহে মানুহৰ বাবে” Short film on ORGAN DONATION. Produce by SSG 1981-88 Batch

 

“মানুহে মানুহৰ বাবে” Short film on ORGAN DONATION. Produce by SSG 1981-88 Batch

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood
Climate Change

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

by Kakali Das
July 9, 2025
0

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood Kakali Das Kakali Das Close your eyes for a...

Read moreDetails
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 9, 2025
The Mystery of Mayong: What’s Hiding in India’s Magic Village? (2)

The Mystery of Mayong : What’s Hiding in India’s Magic Village? (3)

July 8, 2025
Microsoft to Cut 9,000 Jobs to Invest on AI: It’s time to you upgrade your skills

Microsoft to Cut 9,000 Jobs to Invest on AI: It’s time to you upgrade your skills

July 8, 2025
Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

July 8, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d