• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

দিলীপ দৈমাৰী

by Admin
March 31, 2023
in Remembrance, Media
Reading Time: 2 mins read
0
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ
Share on FacebookShare on TwitterShare on LinkedIn

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

দিলীপ দৈমাৰী

PXL 20230331 051318185

বড়োসকলৰ পিতৃস্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছিল – ‘Live and Let Live’ ; তাৰেই চৰ্চা হ’ল আজি ‘মেডিয়া ট্ৰাস্ট,অসম’ৰ দ্বাৰা আয়োজিত উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জয়ন্তী পালন অনুষ্ঠানত। 

আজি ৩১ মাৰ্চ, ২০২৩ তাৰিখে পোনপ্ৰথমে মেডিয়া ট্ৰাস্ট, অসমৰ প্ৰাঙ্গনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত ধূপ-চাকি জ্বলাই পুষ্পাঞ্জলী অৰ্পণ কৰা কাৰ্যসূচী পালন কৰা হয়।
শ্ৰদ্ধা নিবেদন কাৰ্যসূচীৰ পিছত প্ৰসাদ বিতৰণ কৰা হয় আৰু উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জয়ন্তী উপলক্ষে ন্যাসৰক্ষী তথা দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক বেদব্ৰত মিশ্ৰই মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰে।
PXL 20230331 051318185 1
ট্ৰাস্টৰ সভাপতি প্ৰশান্ত জ্যোতি বৰুৱাই পোনতে পুষ্পমালা অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পিছত পৰিচালন ন্যাসৰক্ষী ৰমণী বৰ্মন, ন্যাসৰক্ষী যথাক্ৰমে তাজুদ্দিন আহমেদ, দিলীপ শৰ্মা, তৰুণ শইকীয়া, অঞ্জন শৰ্মা আদিৰ লগতে কোকৰাঝাৰ চহৰৰ পৰা আজিৰ স্মৃতিচাৰণ সভালৈ অহা ‘হায়েন্নি ৰাডাব’ (Hayenni Radab) কাকতৰ সম্পাদক দৰ্শন দৈমাৰী, মাইনু গয়াৰী, বিহুথি (Bwhwithi) বসুমতাৰী, নিজ্যুম(Nijwm) বসুমতাৰীৰ উপৰিও ভালেসংখ্যক শ্ৰদ্ধালুৱে শ্ৰদ্ধা নিবেদন কৰে।
PXL 20230331 051159379.MP
PXL 20230331 043251693
PXL 20230331 045833320
PXL 20230331 043234959

ন্যাসৰক্ষী দিলীপ শৰ্মাৰ লগতে অইনসকলেও উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ কৰি জয়ন্তী সফলভাৱে পালন কৰে।

31-03-2023

RelatedPosts

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

December 6, 2023
মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা
Inspiration

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

by Admin
December 6, 2023
0

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা কল্যাণ কলিতা কল্যাণ কলিতা অসমৰ জাতীয় জীৱনৰ বৌদ্ধিক দিশক অন্যতম ৰূপ দিয়া শক্তিশালী...

Read more
মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023
বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

December 1, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 30, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Sensex Hits 69,000-Milestone: Indian Markets Reach New Highs

Sensex Hits 69,000-Milestone: Indian Markets Reach New Highs

December 6, 2023
woman wrapped in plastic

COP28: Plastic Pollution, and the Imperative for Global Action

December 6, 2023
snow covered mountains during daytime

COP28: Third Pole Warming- Humanity’s Himalayan Challenge

December 6, 2023
ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

December 6, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1756 shares
    Share 702 Tweet 439
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2127 shares
    Share 851 Tweet 532
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    1321 shares
    Share 528 Tweet 330
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1583 shares
    Share 633 Tweet 396
  • মাজুলী আৰু ৰাস

    459 shares
    Share 184 Tweet 115
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2492 shares
    Share 996 Tweet 623
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    964 shares
    Share 386 Tweet 241
  • অসমৰ লোকসংস্কৃতি

    1296 shares
    Share 518 Tweet 324
  • FREEDOM FIGHTERS OF ASSAM

    3043 shares
    Share 1217 Tweet 761
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1299 shares
    Share 520 Tweet 325
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: