• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, December 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

মোডীলৈ মুকলি চিঠি ১০৮ গৰাকী প্ৰাক্তন আমোলাৰ

•দিলীপ দৈমাৰী

by Anjan Sarma
April 27, 2022
in Politics
Reading Time: 1 min read
0
108 ex-bureaucrats write to PM Modi: Your silence is deafening
Share on FacebookShare on TwitterShare on LinkedIn

মোডীলৈ মুকলি চিঠি ১০৮ গৰাকী প্ৰাক্তন আমোলাৰ

ঘৃণা আৰু বিদ্বেষৰ পৰিৱেশত আমি ভীতিবিহ্বল

সংখ্যালঘু আৰু দুৰ্বল মানুহক নতুনকৈ জীৱন আৰু স্বাধীনতাৰ আশ্বাস দিয়াৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীক মুকলিকৈ জনালে ১০৮ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাই।


সমগ্ৰ ভাৰত জুৰি সংখ্যালঘু সকলৰ প্ৰতি বিদ্বেষ আৰু অসহিষ্ণুতাৰ পৰিস্থিতি সৃষ্টিৰ প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰিলে অৱসৰপ্ৰাপ্ত আমোলাসকলৰ একাংশই। ২৬ এপ্ৰিল, ২০২২, মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ আশংকাৰ বিষয়ে জনাই মুকলি চিঠি লিখিছে অৱসৰপ্ৰাপ্ত বিষয়াসকলে। চিঠিখনত স্বাক্ষৰ কৰিছে ১০৮ জন অৱসৰপ্ৰাপ্ত আই-এ-এছ, আই-এফ-এছ, আই-আৰ-এছ আমোলাই।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যে কৰি লেখা সেই চিঠিত দিল্লী, অসম, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, আৰু উত্তৰাখণ্ডৰ সাম্প্ৰতিক অশান্তিৰ প্ৰসঙ্গৰ উল্লেখ কৰি তেওঁলোকে কৈছে, ‘ যি যি ঘটিছে সেয়া ভাৰতীয় সংবিধানৰ মৌলিক নীতি আৰু আইনৰ শাসনৰ পৰিপন্হী। এইবোৰ স্থানত সংখ্যাগৰিষ্ঠৰ আধিপত্যবাদ ক্ৰমশঃ প্ৰতিস্থিত হৈছে।’ উল্লেখযোগ্য যে উল্লেখিত প্ৰতিখন ৰাজ্য বিজেপি শাসিত আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে দিল্লীৰ পুলিচ।

RelatedPosts

Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
How is India defeating Naxalism?

How is India defeating Naxalism?

December 3, 2025
What Happened at COP30?

What Happened at COP30?

December 2, 2025


এই পৰিস্থিতিত সমাজৰ সংখ্যালঘু আৰু দুৰ্বল মানুহক নতুনকৈ জীৱন আৰু স্বাধীনতাৰ আশ্বাস দিয়াৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীক মুকলিকৈ জনালে ১০৮ জন অৱসৰপ্ৰাপ্ত আমোলাই। সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে যাতে নিজৰ পোছাক, খাদ্যাভ্যাস আৰু সংস্কৃতি বজাই ৰাখিব পাৰে, তাৰবাবে অবিলম্বে চৰকাৰী পদক্ষেপ গ্ৰহণৰ বিষয়েও তেওঁলোকে কৈছে। লগতে আশাভঙ্গৰ কথা জনাই চিঠিত লিখিছে, ‘ঘৃণা আৰু বিদ্বেষৰ এনে এক ভয়াবহ পৰিৱেশত সংখ্যালঘু সকলৰ মনত ভয় অধিক প্ৰৱল হৈ পৰিছে।’


মোডী চৰকাৰৰ আমোলত ভাৰতৰ সংখ্যালঘু, দলিত, দৰিদ্ৰ আৰু প্ৰান্তিক জনগোষ্ঠীক ঘৃণাৰ লক্ষ্যবস্তুত পৰিণত কৰি পৰিকল্পিতভাৱে তেওঁলোকক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলিও মুকলি চিঠিত অভিযোগ কৰা হৈছে। তেওঁলোকৰ দীঘলীয়া সময়ৰ অভিজ্ঞতাৰ ভিত্তিত অৱসৰপ্ৰাপ্ত আমোলা সকলে দাবী কৰিছে,’ সৰ্বোচ্চ স্তৰৰ ৰাজনৈতিক অনুমোদন অবিহনে এনে পৰিৱেশ সৃষ্টি হোৱা সম্ভৱ নহয়।’ দিল্লীৰ জাহাঙ্গিৰপুৰীৰ সাম্প্ৰতিক ঘটনাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উপেক্ষা কৰি যিধৰণে কেইবা ঘন্টা ধৰি পে-লোডাৰৰ দ্বাৰা নিৰ্মাণ ভাঙি দিয়া হৈছে, তাৰে অন্তৰালত ‘সুনিৰ্দিষ্ট ৰাজনৈতিক অভিসন্ধি’ থকা বুলি তেওঁলোকে অভিযোগ কৰিছে।

modi1 1

চিঠিৰ শেষত স্বাধীনতাৰ অমৃত মহোৎসৱৰ পটভূমিত সাংবিধানিক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে অৱসৰপ্ৰাপ্ত আমোলাসকলে।


উল্লেখযোগ্য যে এই ১০৮ গৰাকী প্ৰাক্তন আমোলাৰ ভিতৰত আছে প্ৰাক্তন বৈদেশিক সচিব সুজাতা সিং, প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা শিৱশঙ্কৰ মেনন, প্ৰাক্তন গৃহ সচিব জি-কে-পিল্লাই, দিল্লীৰ প্ৰাক্তন লেফটেনেন্ট গৱৰ্ণৰ নাজিব জং, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰধান সচিব টি-কে-এ নায়াৰ ইত্যাদি।

27-04-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Putin visits India: Moscow seeks lifeline beyond the West
News

Putin visits India: Moscow seeks lifeline beyond the West

by Olha Konsevych
December 4, 2025
0

Putin visits India: Moscow seeks lifeline beyond the West Olha Konsevych Russian President Vladimir Putin’s visit to New Delhi this...

Read moreDetails
How is India defeating Naxalism?

How is India defeating Naxalism?

December 3, 2025
What Happened at COP30?

What Happened at COP30?

December 2, 2025
Fury in Bodoland: Vandalism at BTC Secretariat as Assam’s ST Status Gambit Ignites Tribal Backlash

Fury in Bodoland: Vandalism at BTC Secretariat as Assam’s ST Status Gambit Ignites Tribal Backlash

November 30, 2025
Adani’s Assam Endgame: Land, Power and the Price of a State

Adani’s Assam Endgame: Land, Power and the Price of a State

November 25, 2025
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

November 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India Grows More but Depends More: The Stark Truth Behind Food Imports

India Grows More but Depends More: The Stark Truth Behind Food Imports

December 10, 2025
The Final Subpoena : Fixing the Broken Road to a Sustainable Future

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

December 10, 2025
হে শ্বহীদ, আমাক ক্ষমা কৰিবা!

শ্বহীদ প্ৰণামো তোমাক : ১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো

December 10, 2025
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    17112 shares
    Share 6844 Tweet 4278
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8503 shares
    Share 3401 Tweet 2126
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    999 shares
    Share 400 Tweet 250
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3275 shares
    Share 1310 Tweet 819
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    838 shares
    Share 335 Tweet 210
  • পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

    138 shares
    Share 55 Tweet 35
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2633 shares
    Share 1053 Tweet 658
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6173 shares
    Share 2469 Tweet 1543
  • মিচিং সমাজ আৰু সংস্কৃতি

    3351 shares
    Share 1340 Tweet 838
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2907 shares
    Share 1163 Tweet 727
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d