• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

মোবাইল আসক্তৰ বাবে মাঞ্চেস্টাৰত পৃথক ৰাস্তা

•তনয় চক্ৰৱৰ্তী

by Admin
April 23, 2022
in News
Reading Time: 1 min read
0
মোবাইল আসক্তৰ বাবে মাঞ্চেস্টাৰত পৃথক ৰাস্তা
Share on FacebookShare on TwitterShare on LinkedIn

মোবাইল আসক্তৰ পৃথক ৰাস্তা

এনে কিছুমান মানুহ আছে, যিসকলে ঘনে ঘনে মোবাইল ফোনৰ পৰ্দাখনত দৃষ্টি নিক্ষেপ কৰিবলৈ অক্ষম হ’লে ছটফটাই থাকে। কাৰণে – অকাৰণে মোবাইল ফোন পিটিকি থকাটো এনে কিছুমান মানুহৰ বাবে এৰিব নোৱাৰা আসক্তিত পৰিণত হৈছে। মোবাইল কাণত থকা অৱস্থাতে তেওঁলোকে প্ৰচন্ড গতিৰে গাড়ী অহা-যোৱা ৰাস্তাও পাৰ হয়। গাড়ী ঘোঁৰা মটৰ-চাইকেলে তেওঁলোকৰ দেহত ঘহনি খুৱাব বিচাৰিলেও তেওঁলোকে গমকেই নাপায় – ইমানেই ব্যস্ত তেওঁলোক!

 
গান শুনি শুনি, বাৰ্তালাপ কৰি কৰি, মোবাইলৰ পৰ্দালৈ দৃষ্টি নিক্ষেপ কৰি কৰি অতি ব্যস্ত ৰাস্তা পাৰ হৈ তেনেবোৰ মানুহে যে নিজেই নিজৰ বিপদ মাতি আনিছে, বুজিব নিবিচাৰে বা বুজি নাপায়, অথবা বুজিও নুবুজে। কেৱল পথাচাৰী সকলক দোষ দি লাভ নাই, গাড়ী চলাই থকা অৱস্থাতো বহু চালকে ঘনে ঘনে মোবাইলৰ পৰ্দাত দৃষ্টি নিক্ষেপ কৰে, কথা পাতি থাকে। 


আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ে ডেৰ বছৰৰ আগতে এক সমীক্ষা প্ৰকাশ কৰি জনাইছিল, ২০০১ চনৰ পৰা ২০০৭ চন পৰ্যন্ত মোবাইল ফোনত ‘টেক্সট্ মেছেজ’ চাই থাকোতে আৰু কথা পাতি থাকোতে ১৬০০০ মানুহে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। কিন্তু তেনে বিষয় গুৰুত্ব দিয়ে কোনে! 

RelatedPosts

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

June 4, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 4, 2023


আজিৰ এনে সৰ্বগ্ৰাসী মোবাইল সভ্যতাৰ দিনত, মদাহীৰ মদৰ প্ৰতি থকা নিচাৰ দৰেই, বিশাল সংখ্যক জনসাধাৰণে মোবাইলৰ নিচাৰে নিচাসক্ত হৈ পৰিছে। তেওঁলোকে ৰাস্তা ঘাট পাৰ হৈ থাকোতে বা গাড়ী চলাই থাকোত গাড়ী চাইকেল মানুহ আদি একোকে দেখা নাপায়। ইমানেই নিচা! এতিয়া তেনেবোৰ মানুহৰ কথা চিন্তা কৰিয়েই লন্ডনৰ উপকন্ঠ‌ মাঞ্চেস্টাৰত এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে।‌ মাঞ্চেস্টাৰৰ স্পিনিংফিল্ডচ্ অঞ্চলত দুটাকৈ ৭৫ ফুটৰ ৰাস্তা ফুটপাথৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে মোবাইল আসক্তসকলৰ কথা চিন্তা কৰিয়েই। মাঞ্চেস্টাৰৰ পৌৰসভাই দাবী কৰিছে যে এনে ৰাস্তাত মোবাইল ফোন ব্যৱহাৰ কৰিলে কোনোধৰণৰ বিপদ নাই। 

mobile1


চোছিয়েল মেডিয়াত প্ৰচাৰ হোৱা এক ভিডিঅ’ত দেখা গৈছে, মসৃণ আৰু গাড়ী-চাইকেল আদিৰ চলাচল নথকা এক ৰাস্তাৰে নিশ্চিন্ত মনেৰে ফোনৰ পৰ্দাত চকু থৈ মোবাইলপ্ৰেমীয়ে খোজ কাঢ়িছে। ৰাস্তাৰ নামাকৰণ কৰা হৈছে ‘শ্লো লেন’। পৌৰ নিগমে ছাইনবোৰ্ড লগাই দি ঘোষণা কৰিছে যে এইছোৱা পথ কেৱল মোবাইল ফোন ব্যৱহাৰকাৰী সকলৰ বাবেহে।


বিভিন্ন সমীক্ষাৰে গম পোৱা গৈছে যে তথ্য বিস্ফোৰণৰ এই যুগত হাতৰ মুঠিত থকা সাধাৰণ মোবাইল ফোনটো কেৱলমাত্ৰ আড্ডা, বিনোদন, সময় অতিবাহিত কৰা আহিলা বা ভিডিঅ’ গেম খেলাৰ উপকৰণ নহয়। পৃথিৱীৰ বিভিন্ন তথ্য পলকতে আহৰণ কৰাৰ এক নিচাইও মানুহক গ্ৰাস কৰিছে আৰু তাৰফলত অসাৱধানবশতঃ চেলফি তুলিবলৈ গৈ বা গেম খেলি থাকোতে অথবা প্ৰয়োজনীয় তথ্য আহৰণ কৰি থাকোতে দুৰ্ঘটনাৰ চিকাৰ হৈছে বিভিন্ন মানুহ।

সাম্প্ৰতিক এক গৱেষণা অনুসৰি কেৱল বৃটেইনতেই ৭৫% মানুহে ৰাস্তা পাৰ হৈ থকাৰ সময়তো মোবাইল ফোনত চকু ৰাখি বা কাণ পাতি পাৰ হয়। এনেদৰে পাৰ হওতে অইনক খুন্দা মাৰা মানুহৰ সংখ্যা প্ৰায় ৬৫% । সমীক্ষামতে এইসকলৰ ৩৮% মানুহে অইনক খুন্দা মৰাৰ পিছত অনুতপ্ত বোধ কৰি ‘ছৰি’ বুলি কয়, কিন্তু অইন ২৭% মানুহে তেনেদৰে ক’বলৈও সময় নাপায়!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি
Adventure

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

by Admin
June 4, 2023
0

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি কল্যাণ কলিতা কল্যাণ কলিতা পাঠশালা, ৩...

Read more
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 4, 2023
blade of grass close up dew drip

Ecology over Economics – for a sustainable tomorrow

June 4, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

June 3, 2023
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

June 4, 2023
ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

June 4, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 4, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    609 shares
    Share 244 Tweet 152
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    619 shares
    Share 248 Tweet 155
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    236 shares
    Share 94 Tweet 59
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: