• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

ডাঃ মনোজ কুমাৰ শইকীয়া

by Anjan Sarma
May 28, 2023
in Health, Women
Reading Time: 3 mins read
0
ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

ডাঃ মনোজ কুমাৰ শইকীয়া

যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

শৈশৱ কাল অতিক্ৰমি যৌৱনৰ দুৱাৰডলিত উপনীত হোৱাৰ সময়ত এজনী যুৱতীৰ শান্তি হয়। এই শান্তি বা তোলনি বিয়াই হৈছে পৰিৱৰ্তনৰ সাক্ষী।

সচৰাচৰ ১২-১৩ বছৰীয়া এজনী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱ হোৱাকে শান্তি বা তোলনি বিয়া হোৱা বোলা হয়। ইয়াক আয়ুৰ্বেদিক চিকিৎসাবিজ্ঞানত ৰজ:প্ৰবৃত্তি (Menarche) বোলা হয়।

ৰজ:প্ৰবৃত্তিয়েই হৈছে এজনী ছোৱালীৰ যৌৱন আৰম্ভণিৰ প্ৰতিষ্ঠিত লক্ষণ। ১৬বছৰ বয়সলৈকে এজনী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱ নোহোৱাক বিলম্বিত ঋতুস্ৰাৱ বোলা হয়। বিলম্বিত ঋতুস্ৰাৱৰ কাৰণে সাধাৰণতে পিতৃ-মাতৃৰ উপৰি যুৱতীগৰাকীৰ মানসিক অশান্তি হয়।

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Third anniversary for AFTER FALL of Afghanistan!

AFGHANISTAN: When Half a Nation Is Silenced

March 6, 2026

তলত এই বিষয়ে থূলমূলকৈ আলোচনা কৰা হ’ল।

ৰোগৰ কাৰণ

স্থাস্থ্যৰ অৱনতি, পুষ্টিহীনতা, ৰক্তহীনতা, স্নায়ৱিক দুৰ্বলতা, বহু দিন নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈ থকা ইত্যাদি কাৰণৰ বাবে কিছু যুৱতীৰ প্ৰথম ঋতুস্ৰাৱ হওঁতে পলম হয়। জৰায়ু, যোনি আৰু ডিম্বাশয়ৰ বিকাশ সঠিকভাৱে নহ’লে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়। মস্তিষ্কৰ হাইপথেলামাছ, পীয়ূষ গ্ৰন্থিৰ সন্মুখ অংশ, ডিম্বাশয়, অধিবৃক্ক গ্ৰন্থি আৰু থাইৰইড আদি অন্ত:স্ৰাৱী গ্ৰন্থিৰ বিকাশ নহ’লে তথা স্ত্ৰীহৰমন উৎপাদন আৰু নিস:ৰণ বাধাগ্ৰস্ত হ’লে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়।

বিশেষকৈ ডিম্বাশয়ৰ বিকাশ নহ’লে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন হৰমন উৎপাদনত বাধা ওপজে কাৰণে ডিম্ব পূৰঠ হৈ উৰ্বৰ হ’ব নোৱাৰে। সেয়েহে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়। আৰামত থকা যুৱতীৰ শান্তি হওঁতে পলম হয়। শাৰীৰিক শ্ৰম কৰা, খেল-ধেমালিত ব্যস্ত থকা আৰু চঞ্চল মনৰ যুৱতীৰ কম বয়সতে শান্তি হোৱাৰ উপৰি মেনোপ’জ বেছি বয়সত হয়।

সেইদৰে শীতপ্ৰধান অঞ্চলত পলমকৈ শান্তি হোৱাৰ বিপৰীতে গ্ৰীষ্মপ্ৰধান অঞ্চলত সোনকালে হয়। বংশগত কাৰণতো বয়সৰ তাৰতম্য হয়।

যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

ৰোগৰ লক্ষণসমূহ

গৌণিক লিংগলক্ষণসমূহ পলমকৈ প্ৰকাশ হয়। শ্বাসকষ্ট, শৰীৰ অৱশ, মূৰ ঘূৰণি, মানসিক চিন্তা, বুকুৰ বিষ, স্তন আৰু উৰুৰ বিষ হয়।

আহাৰ-বিহাৰ

মাছ, মাংস‌‌‌, কণী, গাখীৰ, চয়াবিন, উৰহি, মাহ আৰু চয়া প্ৰোটিনজাতীয় আহাৰ তথা কাচকল, কলডিল, কচু-থোৰ, পূৰৈ শাক, মৰিচা আদি তেজ বৃদ্ধিকাৰক শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব। নিতৌ গৰম পানীৰে গা ধুব আৰু টোপনি খতি নকৰিব।

গাজী মগু দিনে ৫০ গ্ৰাম খাব। গাজী মগুত ভিটামিন ই যথেষ্ট থাকে। স্ত্ৰীহৰমন উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন ইয়ে সহায় কৰে।

চিকিৎসা

(১) ৰজপ্ৰৱৰ্তিনী বটী – ২ টাকৈ দিনে ৩ বাৰ খাব।

(২) কুমার্যাসৱ – ৪ চামুচকৈ দিনে ৩ বাৰ খাব।

(৩) EVECARE, GYNOCURE, M2TONE, FEMITONE, AMICORDIAL ইত্যাদি আয়ুৰ্বেদিক ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাব।

যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: তোলনি বিয়া
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Third anniversary for AFTER FALL of Afghanistan!

AFGHANISTAN: When Half a Nation Is Silenced

March 6, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
A battle for truth, a triumph for child health – India’s ORS victory

A battle for truth, a triumph for child health – India’s ORS victory

February 13, 2026
Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d