• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Ukraine

যোৱা ৩০ বছৰৰ স্বাধীনতাতকৈ আগন্তুক ৯০ দিন ইউক্ৰেইনৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব : জেলেনস্কি

দিলীপ দৈমাৰী 

by Admin
September 12, 2022
in Ukraine
Reading Time: 1 min read
0
১১ ছেপ্টেম্বৰঃ কেইটামান খবৰ
Share on FacebookShare on TwitterShare on LinkedIn

আগন্তুক ৯০ দিন ইউক্ৰেইনৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব

দিলীপ দৈমাৰী 

ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ১৭ সংখ্যক বাৰ্ষিক ইয়াল্টা ইউৰোপীয় কৌশল (YES) সন্মিলনত অংশগ্ৰহণ কৰে য’ত তেওঁ দেশখনৰ ইউৰোপীয় ইউনিয়নৰ সদস্যপদ, ৰাছিয়াৰ দ্বাৰা পৰিচালিত শক্তি সংকট, আৰু যুদ্ধত জয়ী হ’বলৈ ইউক্ৰেইনৰ কি প্ৰয়োজন সেই বিষয়ে বক্তব্য আগবঢ়ায়।

RelatedPosts

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

March 27, 2023
Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

March 27, 2023
“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

March 27, 2023

ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি কয় যে “শান্তি লাভৰ বাবে তিনিটা মৌলিক চৰ্ত আছে – অস্ত্ৰ, গোলাবাৰুদ, বিত্ত” আৰু লগতে কয় যে “যুদ্ধত ইউক্ৰেইনৰ প্ৰতি সমৰ্থন বজাই ৰাখিব লাগিব”।

জেলেনস্কিয়ে কয় যে এই (আগন্তুক) শীতকালৰ অহা ৯০ দিনত ইউক্ৰেইনৰ প্ৰতিৰোধ, ইউৰোপৰ প্ৰতিৰোধ আৰু বিশ্বৰ প্ৰতিৰোধ ভংগ কৰিবলৈ ৰাছিয়াই সকলো চেষ্টা কৰি আছে।

জেলেনস্কিয়ে কয়, “ইউক্ৰেইনৰ স্বাধীনতাৰ ৩০ বছৰতকৈ আগন্তুক ৯০ দিন অধিক গুৰুত্বপূৰ্ণ হ’ব। ইউৰোপীয় সংঘৰ অস্তিত্বৰ সকলো বছৰতকৈ এই ৯০ দিন অধিক গুৰুত্বপূৰ্ণ হ’ব। শীতকালে আমাৰ ভৱিষ্যত আৰু বিপদসমূহ নিৰ্ধাৰণ কৰিব।”

ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ৰাছিয়াই ইউৰোপক গেছ যোগান ধৰাৰ কোনো উদ্দেশ্য নাই আৰু ইউক্ৰেইনৰ প্ৰতি ইউৰোপীয় সমৰ্থন হ্ৰাস কৰাৰ প্ৰয়াসত শক্তিক শেষ দৰদামৰ চিপ হিচাপে ব্যৱহাৰ কৰি আছে। তেওঁ কয় যে নিশ্চিত হওক যে ৰাছিয়াই শূন্য গেছ যোগান দিব, আৰু ইয়াৰ বাবে আমাৰ শক্তি ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে সাজু হ’ব লাগিব।

অৱশ্যে জেলেনস্কিৰ মতে ইউৰোপে বৰ্তমানৰ অসুবিধাবোৰ অতিক্ৰম কৰিব পাৰে।

তেওঁ লগতে কয়, “আমি যুঁজিব লাগিব। শীতকাল সহ্য কৰিব লাগিব। যিসকল দুৰ্বল তেওঁলোকক সহায় কৰক। যিসকলক সুৰক্ষাৰ প্ৰয়োজন তেওঁলোকক সুৰক্ষা দিয়ক। যি সীমিত হ’ব পাৰে তাত নিজকে সীমিত কৰক। আৰু ৰাছিয়াক সীমিত কৰা উচিত সকলো কামতে সীমিত কৰক।”

ভাষণৰ সময়ত জেলেনস্কিয়ে লগতে কয় যে বৰ্তমান ৰাছিয়াৰ সৈতে আলোচনা সম্ভৱ নহয়, কিয়নো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশ্বাস কৰিব নোৱাৰি।

যোৱা ৩০ বছৰৰ স্বাধীনতাতকৈ আগন্তুক ৯০ দিন ইউক্ৰেইনৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব : জেলেনস্কি
President Volodymyr Zelensky speaks at the 17th annual Yalta European Strategy (YES) conference, held on Sept. 9-10 in Kyiv. (Pic: President’s Office)

তেওঁ কয় যে বৰ্তমান যুদ্ধৰ অন্ত পৰাৰ সন্দৰ্ভত ৰাছিয়ান ফেডাৰেচনৰ সৈতে কোনো আলোচনা সম্ভৱ নহয়। 

“তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব বুলি কোনো আস্থা নাই”, এনেদৰে কোৱাৰ উপৰিও জেলেনস্কিয়ে লগতে কয় যে যুদ্ধক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰাৰ বাহিৰে ইউক্ৰেইনৰ হাতত আন কোনো উপায় নাই।

তেওঁ লগতে কয়, “আমি সকলোৱে জয়ত বিশ্বাস কৰোঁ, আৰু সেইটোৱেই মূল কথা। আমাৰ মূল অস্ত্ৰ হ’ল আমি বিজয়ক বিশ্বাস কৰোঁ, জানো, অনুভৱ কৰোঁ।”

ইউক্ৰেইনৰ আন্তঃৰাষ্ট্ৰীয় লক্ষ্যৰ কথা ক’বলৈ গ’লে ইউৰোপীয় ইউনিয়নত যোগদান কৰাটো এক নম্বৰ অগ্ৰাধিকাৰ হৈয়েই আছে।

জেলেনস্কিয়ে কয় যে ৰাছিয়াই এই ভ্ৰমৰ সৃষ্টি কৰে যে ইউৰোপীয়সকলে এটা বাছনি কৰিব লাগিব – (শক্তি) মূল্য আৰু মূল্যবোধৰ মাজত, স্বাধীনতা আৰু নিৰাপত্তাৰ মাজত, স্বাধীনতা আৰু শান্তিৰ মাজত এক কঠিন পছন্দ। “কিন্তু তেনে কোনো বিকল্প নাই।”

ইউক্ৰেইনৰ অবিহনে ইউৰোপৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰাটো অসম্ভৱ বুলিও তেওঁ কয়। “এয়া হ’ব এটা ঐতিহাসিক মুহূৰ্ত, এটা ঐতিহাসিক সময় – যেতিয়া ইউৰোপৰ বাবে আমাৰ ৰাষ্ট্ৰক আদৰি লোৱাটো এক সন্মানৰ কথা হ’ব। যিখন ৰাষ্ট্ৰ জয়ী হ’বই।”

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine
Ukraine

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

by Admin
March 27, 2023
0

Emotional speech of Italian Prime Minister Giorgia Meloni in the country’s parliament to support Ukraine weareukraine.info giorgia meloni Italian Prime...

Read more
Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

March 27, 2023
“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

March 27, 2023
“Sarajevo safari”: Documentary film by Slovenian director Miran Zupanić

“Sarajevo safari”: Documentary film by Slovenian director Miran Zupanić

March 21, 2023
Russia attacks whole territory of Ukraine with missiles all night long

Russia attacks whole territory of Ukraine with missiles all night long

March 10, 2023
Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

March 8, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: