• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শৈশৱ গঢ়াৰ আনন্দ

by Anjan Sarma
November 15, 2023
in Special Report
Reading Time: 2 mins read
0
শৈশৱ গঢ়াৰ আনন্দ
Share on FacebookShare on TwitterShare on LinkedIn

শৈশৱ

গৌতম শৰ্মা

Gautam Sarma
 গৌতম শৰ্মা

শৈশৱত বোটলা অজস্ৰ অভিজ্ঞতাই বহুসময়ত আমাক বহু নষ্টালজিক কৰি তোলে।

যিবোৰ অভিজ্ঞতাই আমাক শিকায় জীৱন গঢ়াৰ আদিপাঠ, যিয়ে যোগায় জীৱন যুঁজত অৱতীৰ্ণ হ’ব পৰাকৈ অদম্য শক্তি আৰু সাহস।

সঁচাই জীৱনটো হৈছে এখন বোৱতী নদীৰ দৰে, এই নদীৰ বোৱতী গতিয়ে যেনেদৰে নানান প্রতিকূলতা নেওচি ধাবিত হৈ আছে ঠিক সেইদৰেই আমিও জীৱনযাত্ৰাত আৰ্জিত নানান অভিজ্ঞতা আৰু জ্ঞানে জীৱনটোক প্ৰতিপল আগবঢ়াই লৈ গৈ আছোঁ।

সময় গতিশীল। লগতে ই যিমান মধুৰ সিমান নিষ্ঠুৰো। সময়েই আমাক যেনেদৰে সকলো দিয়ে ঠিক তেনেদৰে সময়েই আমাৰপৰা নিমিষতে কাঢ়ি লৈ যায় বহু সুন্দৰ আৰু আপুৰুগীয়া মুহূৰ্তসমূহক; মাথোঁ দি থৈ যায় কিছুমান সজীৱ স্মৃতিক। শৈশৱৰ নষ্টালজিয়া হৈছে গতিশীল সময়ে আপোনাৰ-মোৰ মানসপটত আঁকি যোৱা তেনে এক মধুৰ স্মৃতি।

শৈশৱ মানৱ জীৱনৰ এক সোণোৱালী অধ্যায়; শৈশৱ মানেই এখন নিৰ্ভেজাল আকাশৰ তলত এজাক তৰুণে মুক্তমনে কৰা আনন্দ-উল্লাস।

সঁচাই, জীৱনৰ বহু স্মৃতি বিজড়িত, বহু বিচিত্ৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে আমাৰ শৈশৱৰ সময়খিনি। জন্ম হোৱাৰ দিন ধৰি বোধ আৰু স্মৃতিশক্তি অৰ্জনৰ সময়লৈকে আমি যি কাম কৰো সেয়া আমি মনত ৰাখিবলৈ অক্ষম। কিন্তু যেতিয়াৰ পৰা সেই বিশেষ শক্তিসমূহ গোটাই আনুষ্ঠানিক শিক্ষা আহৰণৰ বাবে আমি নিজকে প্ৰস্তুত কৰো তেতিয়াৰ পৰাই আমাৰ জীৱনযাত্ৰাৰ প্ৰকৃত কাৰ্যসূচীখনো শুভাৰম্ভ হয়।

শৈশৱ গঢ়াৰ আনন্দ

অ, আ, ক, খ, আ কাৰ, ই কাৰ… ইত্যাদিবোৰ শিকাৰ ঠিক পাছতেই আমি নিজাববীয়াকৈ সন্ধান কৰো জ্ঞান অর্জনৰ  ন-ন কৌশলসমূহ। যাৰ ফলত এইছোৱা সময়ৰ পৰাই বহুজনে নিজৰ পাঠ্যপুথিৰ লগতে পাঠ্যক্ৰমৰ বাহিৰৰ কেতবোৰ অন্যান্য কিতাপ, আলোচনী আদিবোৰ তেওঁলোকৰ অভিভাৱকসকলৰ জ্ঞাতে বা অজ্ঞাতে পঢ়িবলৈ লয়।

শৈশৱ গঢ়াৰ আনন্দ

এইছোৱা সময়ত পঢ়া এনেবোৰ কিতাপেই একালত আমাৰ চৰিত্ৰ গঠনৰ লগতে জীৱনটো কি আৰু ইয়াক কেনেকৈ আগবঢ়াই নিব লাগে ইত্যাদি সম্পৰ্কে বহু কথা কয়। সেয়েহে শৈশৱত তথা জীৱনৰ এই প্ৰাথমিক অৱস্থাত আমি পঢ়া এই কিতাপসমূহেই যুগে-যুগে, চামে-চামে আমাৰ নতুন প্ৰজন্মৰ জীৱনৰ দিশ নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে।

যিবোৰ শিক্ষা কোনো এখন পাঠ্যপুথিৰ পৰা পোৱা জ্ঞানৰ উৰ্ধত বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। কিয়নো পুথিগত শিক্ষাই আমাক বহুসময়ত নৈতিকতা আৰু জীৱন যুঁজত সঠিকভাৱে উত্তীৰ্ণ হোৱাৰ শিক্ষা প্ৰদান কৰাতো সততে ব্যৰ্থ হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈ আহিছে।

আকৌ বহুসময়ত বহু শিশুৱে তেওঁৰ শৈশৱতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বহু সফল লোকৰ সান্নিধ্য পায়ো নিজকে তেওঁৰ দৰে সফলৰূপত গঢ়িবলৈ প্ৰয়াস কৰাটো আমি দেখিবলৈ পায় আহিছোঁ।

শৈশৱ গঢ়াৰ আনন্দ

এটি শিশুৱে শৈশৱত যিখিনি শিকে সেইখিনিয়ে তাক জীৱনটো গঢ় দিয়াত প্ৰভূত সহায় কৰে। সেয়েহে শিশুটিয়ে এই সময়ত কি শিকিব তাক তাৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু জ্যেষ্ঠসকলে ভালদৰে নিৰ্বাচন কৰি দিয়া উচিত। কিন্তু আজিৰ শিশুৱে শৈশৱত প্ৰকৃততে শিকিবলৈ পায় কি? পৰিৱৰ্তনৰ চাকনৈয়াত আজি শিশুৰ সম্পূৰ্ণ শৈশৱটোকেই হৰণ কৰা হৈছে।

প্ৰতিযোগিতাৰ দৌৰত দৌৰিবলৈ এদম-এদম কিতাপ দি তেওঁলোকৰ ইচ্ছা আৰু সপোনবোৰক কলিতে ধ্বংস কৰি পেলোৱা হৈছে। কিন্তু আমি পাহৰি যোৱাটো অনুচিত হ’ব যে যি শিশুৰ শৈশৱ নাই সেই শিশুৰ সু-ভবিষ্যতো নাই। কিয়নো আজিৰ আনুষ্ঠানিক শিক্ষাই ভৱিষ্যতে এটি শিশুক এগালমান নম্বৰ আৰু এটা চাকৰি পাবলৈহে শিকাব মানুহ হিচাপে মানুহৰ হৃদয়ৰ মৰম, আন্তৰিকতা, শ্ৰদ্ধা-স্নেহ পাবলৈ নিশিকায়। 

শৈশৱ গঢ়াৰ আনন্দ

প্ৰতিযোগিতাৰ দৌৰত আমি প্ৰতিটো শিশুকেই ভালদৰে দৌৰাবই লাগিব। কিন্তু এই দৌৰত তেওঁলোকক থিয় কৰোৱাৰ আগেয়ে কোন কিমান কোনটো কামৰ বাবে উপযুক্ত সেই কথাও আমি ভালদৰে বিবেচনা কৰা উচিত। যেনেকৈ পুখুৰীৰ মাছে সাগৰৰ বিশালতা কি নাজানে ঠিক তেনেকৈ ক্রিকেট বা ফুটবল খেলি ভালপোৱা ছাত্ৰজনক ডাক্তৰ বা ইঞ্জিনীয়াৰ হ’বলৈ জোৰ কৰিলে তেওঁ সেইখন জগতত সফল হ’ব নোৱাৰিবও পাৰে।

আমি প্ৰতিজন অভিভাৱকক অনুৰোধ কৰিছোঁ, আপোনাৰ সন্তানৰ সপোনক আপোনালোকৰ সপোনতকৈ বেছি গুৰুত্ব দিয়ক। প্ৰতিজনকে তেওঁলোকৰ শৈশৱক উভতাই দিয়ক। তেওঁলোকে কি কৰি ভালপায়, কি কৰিব বিচাৰে আৰু ভৱিষ্যতে কি হ’ব বিচাৰে তাক বেছি গুৰুত্ব দি তাৰ ওপৰত সঠিক আৰু শুদ্ধ শিক্ষা প্ৰদান কৰক।

শৈশৱ গঢ়াৰ আনন্দ

তেতিয়া দেখিব প্ৰতিজনেই এজন সৎ আৰু সফল নাগৰিক হোৱাৰ লগতে পৰিৱৰ্তনৰ পৃথিৱীতো নিজকে খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)

ALm5wu0mVCnnbumWhc2b79IFDGnRdfYxg2hQOvdy3 bN=s40 p moReplyForward

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: শৈশৱ
Anjan Sarma

Anjan Sarma

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d