• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

শ্ৰীসত্য সাই বাবাৰ ৯৭ সংখ্যক জন্ম দিৱস

সাই ৰাম

by Admin
November 9, 2022
in News, Remembrance
Reading Time: 2 mins read
0
শ্ৰীসত্য সাই বাবাৰ ৯৭ সংখ্যক জন্ম দিৱস
Share on FacebookShare on TwitterShare on LinkedIn

শ্ৰীসত্য সাই বাবা

সাই ৰাম

শ্ৰীসত্য সাই বাবা

০৮.১১.২০২২ তাৰিখ মঙ্গলবাৰে শ্ৰী সত্য সাই বাবাৰ ৯৭ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি শ্ৰী সত্য সাই সেৱা সংগঠন, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৌজন্যত আৰু শ্ৰী সত্য সাই সেৱা সমিতি, গুৱাহাটীৰ উদ্যোগত যোৰপুখুৰী স্থিত সাধনা নিলয়মত এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।

সভাৰ আৰম্ভণিতে স্বামীৰ বেদীত বন্তি প্ৰজ্জ্বলন কৰে শ্ৰী সত্য সাই সেৱা সংগঠন, ভাৰতবৰ্ষৰ উত্তৰপূৰ্বাঞ্চলৰ মাণ্ডলিক সভাপতি শ্ৰী যুত সত্যেন শৰ্মা, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক সভাপতি ডঃ গকুল দাস, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ন্যাসৰ ন্যাসৰক্ষী কৰ্ণেল অৰুণ শৰ্মা, কামৰূপ জিলাৰ সভাপতি শ্ৰী যুত নাৰায়ণ পেগু আৰু গুৱাহাটী সমিতিৰ আহ্বায়ক শ্ৰী মিতুল দাসে দেৱে।

আদৰণী ভাষণ প্ৰদান কৰে আধ্যাত্মিক শাখাৰ ৰাজ্যিক সমন্বয়ৰক্ষী ডঃ মুক্তা বিশ্বাসে।

RelatedPosts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023

ইয়াৰ পাছত সাই ভগ্নী আৰু বাল বিকাশৰ ছাত্র ছাত্ৰীসকলে বেদপাঠ কৰে। সাই ভাতৃ সুশীল সেনগুপ্তা আৰু পুতুল দাসে গুৰু নানকজীৰ জন্ম দিৱস উপলক্ষে দুটা সৰ্ব ধৰ্মৰ ভজন গাই সকলোকে মোহিত কৰে।

এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল স্বনামধন্য গায়িকা, আমাৰ সকলোৰে পৰিচিত প্ৰণতি খাউণ্ড আৰু তেওঁৰ জীয়ৰী সঞ্জীতা খাউণ্ড।

প্রণতি খাউণ্ড বাবাৰ এগৰাকী নীৰৱ ভক্ত আৰু সত্য সাই সংগঠনৰ লগত তেখেত বহু বছৰৰ পৰা ওতপ্ৰোত ভাৱে জড়িত হৈ আছে।আজিৰ এই অনুষ্ঠানত তেখেত সকলে পৰিবেশন কৰা ভজনে সকলোকে মন্ত্ৰ মুদ্ধ কৰি ৰাখে।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী যুত মেঘা নিধি দাহলৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

  • IMG 20221109 WA0049
  • IMG 20221109 WA0039
  • IMG 20221109 WA0041
  • IMG 20221109 WA0028
  • IMG 20221109 WA0019
  • IMG 20221109 WA0022
 

তেখেত বালবিকাশৰ এজন প্ৰাক্তন ছাত্র আৰু সাই সংগঠনৰ লগত বহুদিনৰপৰা জড়িত হৈ আছে। বাল বিকাশৰ শিক্ষাই তেওঁৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে সেই বিষয়ে তেওঁৰ বক্তব্যত সুন্দৰ কৈ বাখ্যা কৰে।

  সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু উপ সভাপতি শ্ৰী যুত বিপুল ৰাভা দেৱৰ উপস্থিতিয়ে সভাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।

শ্ৰী যুতা প্ৰণতি খাউণ্ড আৰু তেখেতৰ জীয়ৰী সঞ্জীতা খাউণ্ডক শ্ৰী সত্য সাই সেৱা সংগঠনৰ তৰফৰপৰা এখনি ফুলাম গামোচা,এড়ী শ্বল, ফ্ৰেম কৰা স্বামীৰ ফটো, সনাতন সাৰথি আৰু গুৰুনানক জয়ন্তী উপলক্ষে এখনকৈ কৃপানেৰে সম্বৰ্ধনা জনোৱা হয়।

  সকলোকে শলাগৰ শৰাই আগবঢ়ায় ৰাজ্যিক শিক্ষা যুটীয়া সমন্বয় ৰক্ষী ডঃ অদিতি দাসে।

শেষত শ্ৰী সত্যেন শৰ্মা দেৱৰ দ্বাৰা স্বামীৰ চৰণত মঙ্গল আৰতি প্ৰদানেৰে এই অনুষ্ঠানৰ সামৰণি পৰে।

09-11-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?
Women

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

by Admin
June 6, 2023
0

Wrestlers’ Protest: Will they get Justice against Sexual Harassment? KAKALI DAS Welcome to the New India – on Veer Savarkar’s...

Read more
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 6, 2023
blade of grass close up dew drip

Ecology over Economics – for a sustainable tomorrow

June 5, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 6, 2023
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 6, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: