• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

সময়ৰ বালিত বন্ধুত্বৰ সংজ্ঞা !

ASSAMESE Section

by Jagadindra Raychoudhury
December 8, 2024
in Opinion, ASSAMESE SECTION
Reading Time: 3 mins read
0
silhouette photography of group of people jumping during golden time

Photo by Belle Co on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

সময়ৰ বালিত বন্ধুত্বৰ সংজ্ঞা !

ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী

Jagadindra
ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী

অতীতৰ বন্ধু আৰু বৰ্তমানৰ বন্ধুৰ মাজত কিছু সাল-সলনি হোৱা দেখা যায়- কিয়নো এতিয়াৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনে ইয়াৰ মাজত ভিন্নতা আনি দিছে।

বৰ্তমান চহৰত বাস কৰা প্ৰায়বোৰ মানুহৰ জন্ম বা সৰুকালছোৱা কোনোবা এখন গাঁৱত অতিবাহিত হৈছিল যাৰ ফলত প্ৰাথমিক পৰ্যায়ত গাঁৱতে বন্ধুত্বৰ সূত্ৰপাত হৈছিল।

আজি কিছুবছৰ আগলৈকেও আমি শুনিছিলো যে বন্ধুত্বৰ মাজত যিজনৰ লগত বেছি আত্মীয়তা গঢ়ি উঠিছিল তাক বন্ধুৰ সলনি ‘সখী’ৰূপে নামকৰণ কৰা হৈছিল যি জীৱনৰ অন্তিম সময়লৈ সখীৰ সান্নিধ্য ল’বলৈ ইজনে আনজনৰ কাষ চাপি গৈছিল। এজন সখীৰ ল’ৰা-ছোৱালী আনজনৰ ল’ৰা লগতো মিলামিছা কৰিছিল আৰু দেউতাকৰ সখীজনক ‘তাৱৈ’ বুলি সম্বোধন কৰিছিল।

two boys sitting on gray wood plank
Photo by sudip paul

এনেধৰণৰ বন্ধুত্ব আগৰ দিনত প্ৰায় সকলো মানুহৰ মাজত দেখা গৈছিল আৰু সময়ৰ লগে লগে এইবোৰ সলনি হ’বলৈ ধৰিলে। আমি মা-দেউতাৰ মুখত শুনিছিলো যে এজন ধনী ঘৰৰ ল’ৰা আৰু দুখীয়া ঘৰৰ ল’ৰা এটাৰ মাজতো অতি গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল আৰু কোনো বিবাহ বা সকামলৈ যাব লগা হ’লে সখীৰ কাপোৰ পিন্ধিয়ে গৈছিল আৰু পাছত সযত্নে ঘূৰাই দিছিল।

ধীৰে ধীৰে দিন সলনি হৈ অহাৰ লগে লগে দেখা গ’ল যে সৰুকালছোৱা গাঁৱতে থাকি পঢ়া-শুনা কৰি উচ্ছ শিক্ষাৰ বাবে চহৰলৈ আহি বন্ধুত্ব গঢ়ি উঠাও দেখা যায়। এফালে শৈশৱৰ গাঁৱৰ বন্ধু আৰু আনপিনে চহৰৰ বন্ধুৰ নতুন সোৱাদ। কিছুমানে যিমানেই উচ্চৰ পৰা উচ্চস্তৰলৈ নাযাওক কিয় নিজৰ গাঁওখনৰ কথা বা সৰুকালৰ বন্ধুৰ কথা সদায়ে মনত ৰাখি থয় আৰু আনপিনে কিছুমানে পুৰণি বন্ধুৰ কথা পাহৰি নতুনক আঁকোৱালি লৈ নিজৰ মাজতে ব্যস্ত হৈ পৰে। গতিকে বন্ধুত্বৰ মাপকাঠি সলনি হৈ গৈ আছে।

বৰ্তমান সময়ত আমি দেখা পাওঁ যে যিবিলাকে গাঁৱেত বসবাস কৰি আছে তেওঁলোকৰ মাজত বন্ধুত্ব কিছু পৰিমাণে আগৰ দৰে থকা দেখা যায় মাথোঁ চহৰত নিগাজিকৈ থাকিবলৈ লোৱাক পাছত ইয়াৰ কিছুমান সলনি হোৱা দেখা যায়। বন্ধুত্বৰ সংজ্ঞা পূৰ্বতকৈ সলনি হৈ গৈছে। ইয়াৰ সংজ্ঞা সলনি হ’লেও বন্ধুত্ব যে আছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু কেতিয়াবা এই বন্ধুত্বৰ মাজৰ সম্পৰ্ক সকলোকে চিন্তিত কৰি তোলে।

বন্ধুৰ মাজতেই কেতিয়াবা সাময়িক উত্তেজনা, লোভ, ঈৰ্ষা, হীনমন্যতা ইত্যাদিৰ বশৱৰ্তী হৈ হত্যাৰ দৰে নৃশংস মৰ্মন্ত্তদ ঘটনাও সংঘটিত হোৱাৰ ঘটনা সংঘটিত হৈছে। বন্ধুত্বৰ মাজত মানদণ্ড কিদৰে অধঃপতন হৈছে সেয়া লৈ সচেতন মহল যথেষ্ট উদ্বিগ্ন হোৱা দেখা গৈছ। বন্ধুত্বৰ সংজ্ঞা যে এইদৰে সলনি হ’ব সেয়া কোনেও কল্পনা কৰিব পৰা নাই।

বৰ্তমান সময়তকৈ আগলৈ হয়তো এনে ঘটনা পুনৰাবৃত্তি ঘটিব সেয়েহে নৱ-প্ৰজন্মৰ বাবে সকলো মাক-দেউতাকে চিন্তা-চৰ্চা কৰিবৰ সময় আহি পৰিছে। নিজৰ ল’ৰা-ছোৱালীক খোৱা-কাপোৰ দিয়াৰ উপৰি তেওঁলোকক সাধ্যানুসৰি সময় দিব লাগে যাতে তেওঁলোকৰ মানসিকতা সুস্থিৰ হৈ থাকি সুপথে যোৱাত সহায় কৰে।

boy riding on back of bicycle
Photo by Mas Tio

ল’ৰা-ছোৱালী জন্ম দিয়াৰ পাছত তেওঁলোকৰ আৱশ্যকতা পূৰণ কৰাৰ পাছতো তেওঁলোকক সঙ্গ দিব লাগে। এইবোৰৰ বাবে পূৰ্বতে থকা যৌথ পৰিয়ালৰ অনেক ধনাত্মক দিশ আছিল আৰু কেতিয়াবা মাক-দেউতাকৰ অনুপস্থিত খুৰাক, পেহীয়েক, ককাক, আইতাক আদিয়ে তেওঁলোকক সঙ্গ দিব পাৰিছিল।

যিহেতু বৰ্তমান সময়ত গাইগুটীয়া পৰিয়াল হৈছে সেয়েহ মাক-দেউতাকৰ দায়িত্ব বাঢ়ি গৈছে আৰু সৰু ল’ৰা-ছোৱালীক সঙ্গ দিয়াটো অত্যন্ত আৱশ্যক হৈ পৰিছে আৰু সময়ে সময়ে তেওঁলোকৰ লগত বন্ধুৰ দৰে কথা পাতি তেওঁলোকৰ মানসিকতা সম্বন্ধে জ্ঞাত হ’ব লাগে।

ল’ৰা-ছোৱালীক মাক-দেউতাকে দিয়া সঙ্গৰ পৰা তেওঁলোকৰ মানসিকতা সুপথে পৰিচালিত হ’ব আৰু এক সুস্থ, দৃঢ় মানসিকতা গঢ়ি উঠিব, যাৰ ফলত কেতিয়াও বিপথগামী বাটেৰে আগুৱাবলৈ সংকোচবোধ কৰিব বা ভয় কৰিব।

silhouette group of people standing on grass field
Photo by Afta Putta Gunawan

Dr.Jagadindra Raychoudhury. Mobile No. 8812011012

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Jagadindra Raychoudhury

Jagadindra Raychoudhury

Related Posts

What Is a Life Well Spent? Lessons from Ancient Civilizations
Opinion

What Is a Life Well Spent? Lessons from Ancient Civilizations

by Kakali Das
August 11, 2026
0

What Is a Life Well Spent? Lessons from Ancient Civilizations KAKALI DAS For most of us, the idea of a...

Read moreDetails
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

July 30, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d