• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সম্ভাজী ৰাজে, অসম চুক্তিৰ ৬ নং দফা কমিটী, ইত্যাদি

দিলীপ দৈমাৰী

by Admin
August 15, 2022
in Special Report
Reading Time: 2 mins read
0
সম্ভাজী ৰাজে, অসম চুক্তিৰ ৬ নং দফা কমিটী, ইত্যাদি
Share on FacebookShare on TwitterShare on LinkedIn

অসম চুক্তিৰ ৬ নং দফা কমিটী

দিলীপ দৈমাৰী

মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ বাসিন্দা, ৰাজ্যসভাৰ সদস্য সম্ভাজী ৰাজে ছত্ৰপতিয়ে লিখিত প্রশ্নৰ যোগেদি  অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ কেইটামান বিষয় জানিব বিচাৰিছিল; সাংসদজন হ’ল  বিজেপি দলৰে সাংসদ।

RelatedPosts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
VKIC Sanmaan 2023 awarded

VKIC Sanmaan 2023 awarded

February 3, 2023

সম্ভাজী ৰাজে ছত্ৰপতিৰ  মাৰাঠা মহাবীৰ ছত্ৰপতি শিৱাজীৰ বংশধৰ। ছত্ৰপতি শিৱাজীৰ তেওঁ প্ৰত্যক্ষভাৱে ত্ৰয়োদশ বংশধৰ ।

তাৰোপৰি তেওঁ কোলহাপুৰৰ ছত্ৰপতি শ্বাহ’ মহাৰাজৰ আজো নাতি।

তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০১৬ চনত সেইসময়ৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল। গতিকে তেখেতৰ এক সুকীয়া মৰ্যদা আছে।

ছত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত বুধবাৰে, ১৬ নৱেম্বৰ ২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে তেওঁক জনায় যে ‘অসম চুক্তি’ৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদন এতিয়াও অসম চৰকাৰৰ জিম্মাত আছে আৰু অসম চৰকাৰে এতিয়াও প্ৰেৰণ কৰা নাই, পৰ্যালোচনা কৰি আছে, ইত্যাদি।

sambaji Raje
সম্ভাজী ৰাজে ছত্ৰপতি

 গতিকে, কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় ৬ নং দফা কমিটিক কি মৰ্যদা চৰকাৰে দিছে, সেয়া আৰু বুজাই লাভ নাই। প্ৰতিবেদন দিল্লীয়েও গ্ৰহণ নকৰিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি- সোণৰ অসম নিৰ্মাণ কৰা অগপৰ প্ৰাক্তন বিধায়ক-জাতীয় নায়ক- অসমৰ মুখ্যমন্ত্ৰী সোণোৱালেও আলমাৰীত সুমুৱাই থৈ দিলে! অথচ, ছাত্ৰ সন্হাত থাকোতে, অগপত থাকোতে, নিৰ্বাচনৰ সময়ত – সোণোৱালৰ উত্তপ্ত ভাষণৰ প্ৰতিধ্বনি এতিয়াও মাৰ যোৱা নাই! সেইকাৰণে, এতিয়া অইনৰ লম্ফ-জম্ফৰ প্ৰতিও মানুহৰ মোহভঙ্গ হৈছে।

 হায় শ্বহীদ! হায় অসম আন্দোলন!

 আন্দোলনৰ বোকোচাত উঠি নেতাসকলৰ সৰহভাগেই নিজৰ কেৰিয়াৰ নিৰ্মাণ কৰিলে, দিল্লী-গুৱাহাটীত ঘৰ সাজিলে, দৰমহা ললে, বহুতে বিধায়ক-সাংসদৰ পেঞ্চন ভোগ কৰি আছে, তিনিপুৰুষলৈ লক-ডাউন হৈ থাকিলেও তেওঁলোকে সুন্দৰকৈ চলিব পাৰিব!

কিন্তু বাৰম্বাৰ অসম আন্দোলনৰ শাখা-প্ৰশাখা বাহিৰ কৰি, শ্বহীদৰ নাম লৈ এইবোৰ ভেকোভাওনা কৰি থাকিবলৈ তেওঁলোকে লাজ কৰা উচিত।

assam accord1

সোণোৱালৰ ভাষণ, তপন গগৈৰ ভাষণ, অতুল বৰাৰ ভাষত, প্ৰফুল্ল কুমাৰ মহন্তৰ ভাষণ, ….একে গছত এতিয়া আৰু বেলেগ ফল লাগিব বুলি মূৰ্খইহে ভাবিব! সম্ভাজী ৰাজে ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো, অন্ততঃ তেওঁ যে কিবা কাৰণত প্ৰশ্ন উত্থাপন কৰিছিল বাবেহে জানিলো!!

হায় অসমৰ সাংসদ!! নাগৰিক পঞ্জীৰো একেই দশা!

অথচ কিমান সময় সকলোৰে নষ্ট হ’ল – যিদৰে বিমুদ্ৰাকৰণৰ সময়ত নষ্ট হ’ল! আহক, সকলোৱে আৰু এবাৰ কাঁহী-বাতি বজাও!!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: অসম চুক্তিৰ ৬ নং দফাসম্ভাজী ৰাজে ছত্ৰপতি
Admin

Admin

Related Posts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   
Economy

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

by Admin
February 4, 2023
0

Hindenburg Research report on Adani KAKALI DAS Adani Have you ever played Jenga? If yes, then you must know how...

Read more
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
VKIC Sanmaan 2023 awarded

VKIC Sanmaan 2023 awarded

February 3, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: