• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান – অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

অসম চুক্তি

by Prajjalita Kashyap
October 18, 2024
in Special Report, News
Reading Time: 3 mins read
0
assam accord1
Share on FacebookShare on TwitterShare on LinkedIn

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান – অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

প্ৰজ্জ্বলিতা কাশ্যপ

Prajjalita Kashyap Pic
প্ৰজ্জ্বলিতা কাশ্যপ

উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে নাগৰিকত্ব আইনৰ ৬(ক) দফা। উচ্চতম ন্যায়ালয়ে (১৭ অক্টোবৰ) অসম চুক্তিক স্বীকৃতি দিয়া নাগৰিকত্ব আইন ১৯৫৫ৰ ধাৰা ৬(ক)ৰ সাংবিধানিক বৈধতাক ৪:১ সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা, আৰু মনোজ মিশ্ৰৰে গঠিত ৫ জনীয়া সংবিধান বিচাৰপীঠে ৰায়দান কৰে।

                 ডি ৱাই চন্দ্ৰচুৰে ৰায়দানত কয় যে অসম চুক্তি অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ ৰাজনৈতিক সমাধান আৰু ধাৰা ৬(ক)আইনগত সমাধান। গৰিষ্ঠসংখ্যকে কয় যে স্থানীয় জনসাধাৰণক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ সৈতে মানৱীয় চিন্তাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে ৬(ক)ধাৰা প্ৰণয়ন কৰা হৈছে।
সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

গৰিষ্ঠসংখ্যকৰ মতে অসমৰ স্থানীয় জনসংখ্যাৰ মাজত অনুপ্ৰৱেশকাৰীৰ শতকৰা হাৰ অন্যান্য সীমান্ত ৰাজ্যতকৈ বেছি। পশ্চিম বংগৰ ৫৭ লাখ প্ৰব্ৰজনকাৰীতকৈ অসমত ৪০ লাখ প্ৰব্ৰজনকাৰীৰ প্ৰভাৱ বেছি কাৰণ পশ্চিম বংগৰ তুলনাত অসমৰ ভূমিৰ পৰিমাণ বহু কম।

৬ক ধাৰাত কি নিৰ্ধাৰণ কৰা হৈছে?

১)ধাৰা ৬(ক)ৰ অধীনত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ আগতে অসমত প্ৰৱেশ কৰা, আৰু ৰাজ্যখনত “সাধাৰণভাৱে বাসিন্দা” হোৱা বিদেশীসকলৰ ভাৰতীয় নাগৰিকৰ সকলো অধিকাৰ আৰু বাধ্যবাধকতা থাকিব।

২) ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত ৰাজ্যখনত প্ৰৱেশ কৰাসকলৰো একে অধিকাৰ আৰু বাধ্যবাধকতা থাকিব, মাথোঁ ১০ বছৰলৈকে ভোটদান কৰিব নোৱাৰিব।

৩) ১৯৭১ চনৰ ২৫ মাৰ্চত বা তাৰ পিছত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা হয় আৰু তেওঁলোকক ধৰা পেলোৱা, আটক কৰা আৰু বিতাড়নৰ বাবে চৰকাৰ দায়বদ্ধ।

অসম আন্দোলনৰ এক পর্যালোচনা

সদৌ অসম ছাত্র সন্থা, এক অৰাজনৈতিক ছাত্র সংগঠন যত অধ্যয়ণৰত ছাত্র-ছাত্রী একগোট হৈ অসমৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছে।

           ১৯৭৯ চনত অসমৰ পৰা বিদেশী নাগৰিক  বহিষ্কাৰৰ দাবীত  সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত সমগ্র ৰাজ্যজুৰি এক অভূতপূৰ্ব গণ আন্দোলনে গা কৰি উঠিছিল। অসম আন্দোলনৰূপে প্রসিদ্ধ এই আন্দোলনত গণ সংগ্রাম পৰিষদ, কৰ্মচাৰী পৰিষদ, বিভিন্ন মহিলা সংগঠনেও মোগদান কৰিছিল। অসমৰ পৰা বিদেশী বিতাড়নৰ সমৰ্থনত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা প্রতিবাদী কাৰ্যসূচীবোৰত প্ৰায়বোৰ দল সংগঠনে যোগদান কৰিছিল।

অসম আন্দোলন ১৯৭৯ চনৰ 8 জুনত অসম বন্ধৰে আৰম্ভ হয় । সেই সময়ত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীয়ে মৃত্যুবৰণ কৰিছিল। সেই সমষ্টিত উপ-নির্বাচন পাতিবলৈ ভোটাৰ তালিকা সংশোধনৰ নির্দেশ দিয়ে।

         সংশোধনৰ সময়ত মঙলদৈত প্ৰায় ৪৫ হাজাৰ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত সন্নিৱিই হৈ থকা বিষয়টো ধৰা পৰে। অসমত যে অবৈধ্  বিদেশী নাগৰিক আছে, এই কথা পোন প্ৰথমে অবিভক্ত দৰং জিলাৰ মঙলদৈ মহকুমাত সংশোধনী প্রক্রিয়াই প্রমান পৰে।

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

১৯৭১ চনৰ ২৭ জুনত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত অসম জাতীয়তাবাদী দলে বহিৰাগত সমস্যাৰ সমাধান নোহোৱা পর্যন্ত অসমত নির্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ দাবী জনায়। সদৌ অসম ছাত্ৰ সন্থাই বিদেশী বহিষ্কাৰক মূখ্য দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত লয়।আন্দোলনৰ কাৰ্যসূচীত সন্নিবিষ্ট আছিল গণ সত্যাগ্রহ, অনশন, কর্ম বিৰতি, অসম বন্ধ, স্মাৰক পত্র প্রদান কৰা ইত্যাদি।

সেই সময়ত মুখ্য নিৰ্বাচন আয়ুক্তই সংশোধন  প্রক্রিয়া স্থগিত কৰি ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুযায়ী নিৰ্বাচন পাতিবলৈ নির্দেশ দিয়ে। এনেধৰণৰ নির্দেশৰ তীব্র বিৰোধীতা কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি এক গণ আন্দোলনে গা কৰি উঠে। নিৰ্বাচনত মনোনয়ন পত্র দিবলৈ যোৱা প্রার্থীক বাধা প্রদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত খৰগেশ্বৰ তালুকদাৰ অসম প্ৰথম শ্বহীদ হয় ।

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

ছবছৰীয়া অসম আন্দোলনৰ  কালছোৱাত বহু  সংঘৰ্ষৰ সৃষ্টি হয়। ৮৫৫ জন লোক শহীদ হয় আৰু অসংখ্য লোকে কাৰাগাৰত বন্দী হব লগা হয়। নেলীৰ নৃশংস গণহত্যা এই আন্দোলনৰ অন্যতম কলংকিত অধ্যায়। পুলিচৰ নির্বিচাৰ গুলীচালনাৰ ফলত বহু অসমীয়া যুৱক যুৱতীৰ মৃত্যু হোৱাৰ লগতে চিৰ জীৱনৰ বাবে ঘৃণীয়া হয়। অসমৰ বহু  ছাত্র-ছাত্রীয়ে কেইটামান মূল্যবান শিক্ষাবর্ষ হেৰুৱাবলগীয়া  হয়।

          অবশেষত ছবছৰীয়া অসম আন্দলনৰ  ফলশ্রুতিত ৮৫৫ জন শ্বহীদৰ তেজৰ বলিদানত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা দিল্লীত প্ৰফুল্ল কুমাৰ মহন্ত , ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম গণ সংগ্রাম পৰিষদ,অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল। তদানিন্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে লালকিল্লাত ১৫ আগষ্টৰ দিনা আনুষ্ঠানিকভাৱে এই চুক্তিৰ ঘোষনা কৰিছিল।

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

চুক্তিখনত অসমীয়া ৰাইজৰ সাংস্কৃক্তিক ,ভাষিক আৰু সামাজিক সুৰক্ষা, ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন, থলুৱা কৃষ্টি আৰু সাংস্কৃতিক সম্পদৰ সংৰক্ষণ তথা বিকাশ আদি কেইবাটাও গুৰুত্বপূর্ণ দিশ সন্নিৱিষ্ট কৰা হয় ।যদিও অসম চুক্তিৰ মূল উদ্দেশ্য আছিল বিদেশী বিতাৰণ কৰা।

সর্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - অসম চুক্তি অনুযায়ী ১৯৭১ চন অসমত নাগৰিকত্বৰ ভিত্তিবর্ষ

17-10-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Prajjalita Kashyap

Prajjalita Kashyap

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 4, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 2, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d