• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Media

সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

পংখী বৰা

by Anjan Sarma
January 13, 2023
in Media, News, Newspaper
Reading Time: 2 mins read
0
সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম
Share on FacebookShare on TwitterShare on LinkedIn

সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

পংখী বৰা

20230113 105102
পংখী বৰা

সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ,কন্ঠহীনৰ কন্ঠ, দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ মুখৰ মাত বুলি কোৱা হয় । দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমে পালন কৰি অহা ভূমিকাৰ আধাৰতেই এনে মন্তব্য কৰা হয় ।

                 তাহানিৰ সংবাদ মাধ্যম আৰু আজিৰ সংবাদ মাধ্যমৰ মাজত আকাশ পাতাল পাৰ্থক্য। তাহানিৰ সংবাদপত্ৰ,আলোচনী,ৰেডিঅ,টেলিভিছন আদিতে সীমাবদ্ধ থকা সংবাদ মাধ্যমৰ এতিয়া আমূল পৰিৱৰ্তন ঘটিছে ।

প্ৰযুক্তি,আৰ্থ- সামাজিক দিশৰ পৰিবৰ্তনৰ লগত সংগতি ৰাখি সংবাদ মাধ্যমে নিজৰ, গতি ,লক্ষ্য,উদ্দেশ্যৰ দিশ সলনি কৰিছে । ইন্টাৰনেট, ৱাটছআপ, ই-মেইল আদিয়ে সংবাদ মাধ্যমলৈ সম্ভাৱনা কঢ়িয়াই আনিছে যদিও আনহাতে ভাবুকিও কঢ়িয়াই আনিছে । বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ছপা মাধ্যমলৈ আশংকা কৰা হৈছিল ।

RelatedPosts

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025

কিন্তু ফেচবুক,টইটাৰ,ৱাটছআপ আদিৰ যোগেদি সামাজিক মাধ্যমে অধিক জনপ্ৰিয়তা অৰ্জন কৰি ই এতিয়া “ফ্ৰণ্টলাইন জাৰ্নেলিজিম’ৰ” আসনত অধিষ্ঠিত হৈছে । নৱপ্ৰজন্মৰ লগতে বয়স্ক সকলৰ একাংশও এতিয়া সামাজিক মাধ্যমত জড়িত হৈ পৰিছে ।

              ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমে ছচিয়েল মিডিয়াত প্ৰকাশ হোৱা বহু মন্তব্য, প্ৰবন্ধ,বাতৰি বা টক-স্ব আদিৰ আয়োজন কৰে ।

             আজিকালি পূৰ্বৰ দৰে সংবাদ মাধ্যম বুলি কোৱাতকৈ চৰকাৰীভাৱে “গণ মাধ্যম” আৰু বিনোদন উদ্যোগ বুলি আখ্যা দিয়া হয়৷ আমাৰ ৰাজ্যখনত থকা সংবাদ মাধ্যমসমূহে নিজৰ সীমাৱদ্ধতাৰ মাজেদি দায়িত্ব পালন কৰিছে যদিও বহু কৰণীয় আছে । এই মাধ্যমে সৃষ্টি কৰা জনমত সুস্থও হ’ব পাৰে অসুস্থও হ’ব পাৰে,শুদ্ধও হ’ব পাৰে, অশুদ্ধও হ’ব পাৰে ।

সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

সংবাদ মাধ্যমসমূহৰ কাম কি? আমি হয়তো পোনচাতেই ক’ম বাতৰি পৰিবেশন কৰা । কিন্তু আজিৰ সংবাদ মাধ্যম সমূহ কেৱল বাতৰি দিয়াতেই ক্ষান্ত হৈ আছেনে? অসমত হঠাতে আৰম্ভ হোৱা বাতৰি চেনেল সমূহৰ দপদপনি যেন অসমৰ ৰাইজ দিশহাৰা হৈ পৰিছে ।

ক্ষমতাত থকা কোনো মন্ত্ৰীৰ যদি এটা বাতৰি প্ৰতিষ্ঠান থাকে,নিশ্চিতভাৱে সেই বাতৰি চেনেলটোৰ পৰা আমি চৰকাৰৰ বেয়া কথাবোৰ দেখিবলৈ নাপাওঁ । যিকোনো এটা অপৰাধজনিত কাৰণত দায়ী কোন সেয়া আইনে নিৰ্ধাৰণ কৰিব । কিন্তু সময়ে সময়ে আমি দেখা পাওঁ অসমৰ নিৰ্দিষ্ট কিছুমান বাতৰি চেনেলে হকে বিহকে কিছুমান অপবাদ আচল ঘটনাটোৰ পৰা ফালৰি কটা পৰিলক্ষিত হয়৷

কিন্তু এটা বাতৰি চেনেল শালীনতাৰ এটা পৰিধিৰ মাজত থকাটো অতিকৈ প্ৰয়োজনীয়। কিছুমান অপ্ৰাসংগিক বাতৰিয়ে সমাজখনক দুটা ভাগত বিভক্ত কৰি জনসাধাৰণক উগ্ৰ কৰি তুলিছে । কেৱল বাতৰি পৰিবেশন কৰক,ঘটনাৰ সমৰ্থন অথবা বিৰোধৰ নহয়।

 সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ যি ধাৰণা সেয়া যেন বেয়া নহয়।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

COP30 Brazil: Is this year’s Summit truly an Implementation COP?
Climate Change

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

by Kakali Das
November 14, 2025
0

COP30 Brazil: Is this year’s Summit truly an Implementation COP? KAKALI DAS Kakali Das Brazil, which holds the presidency, has...

Read moreDetails
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025
Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

November 11, 2025
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

November 10, 2025
The Titanic: Why did it take 73 years to find the Titanic after it Sank?

The Titanic: Why did it take 73 years to find the Titanic after it Sank?

November 10, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d