• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সুগন্ধিৰ বিষয়ে !!!!

-ডঃ বিক্ৰমজিত কাকতি

by Anjan Sarma
June 29, 2021
in Special Report
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডঃ বিক্ৰমজিত কাকতি |

বিশ্বৰ পাৰ্ফিউম বা সুগন্ধিৰ বজাৰত অসমৰ এক উচ্চ আসন আছে। অসমৰ চাহৰ দৰে অসমৰ সুগন্ধিৰো আন্তৰ্জাতিক বজাৰত চাহিদা অতি উচ্চ। আমি প্রায় সকলোৱেই পাৰ্ফিউম ব্যৱহাৰ কৰোঁ। কিন্তু আমি বহুতেই ইয়াৰ বিভিন্ন Classificationৰ বিষয়ে নাজানোঁ। এই লেখনিৰ দ্বাৰা সুগন্ধিৰ Classificationৰ বিষয়ে এক চমু আভাষ দিয়াৰ প্ৰয়াস কৰা হৈছে।

ইয়াত মাথোঁ পাৰ্ফিউমৰ কথা হে উল্লেখ কৰিছোঁ Deodorantsৰ বিষয়ে উল্লেখ কৰা নাই।

যেতিয়া আপুনি পাৰ্ফিউম কিনিবলৈ যায় তেতিয়া বটল বোৰত তলত উল্লেখ কৰা যি কোনো এটা বাক্য দেখা পাবই

1) Parfum অথবা Extrait

2) Esprit de parfum (ESdP)

3) Eau de parfum (EdP) বা Parfum de toilette(PdT)

4. Eau de Toilette (EdT)

5) Eau de Cologne (EdC)

6) Eau fraiche (Ef)

যদি উপৰোক্ত কথা কেইশাৰীৰ যদি এষাৰিও নাথাকে তেন্তে বুজিব যে সেই সুগন্ধি বিধ প্ৰকৃত পাৰ্ফিউম নহয়।

আমি সচৰাচৰ পাৰ্ফিউম কিনিবলৈ যাওঁতে বিক্ৰী কৰা মানুহজনক বা মানুহ গৰাকীক সোধোঁ যে কিমান দেৰিলৈকে গোন্ধটো থাকিব , তেওঁলোকে আপোনাক ভাল লগাবলৈ কয়, সম্পূৰ্ণ দিনটো গোন্ধাই থাকিব। কিন্তু প্ৰকৃত অৰ্থত সেইটো নহয়। ইয়াৰ পাছৰ বাৰ পাৰ্ফিউম কিনিবলৈ যাওঁতে দোকানিক সুধি থকাত কৈ নিজেই জানিব পাৰিব কোনবিধ পাৰ্ফিউম সুগন্ধ কিমান দেৰিলৈকে টিকিব।

পাৰ্ফিউম হৈছে aeromatic compound আৰু solvantৰএক সংমিশ্ৰণ। পাৰ্ফিউম প্ৰস্তুত কৰোঁতে এই সংমিশ্ৰণত ব্যৱহাৰ হোৱা aeromatic compound পৰিমাণৰ ওপৰতেই মূলতঃ শ্ৰেণীবিভাজন কৰা হয়। ইয়াৰ উপৰিও nature of fagrance আৰু nature of solvantৰ ওপৰতটো sub classification কৰা হয়।

পূৰ্ব উল্লেখিত 6টা classificationৰ তাৎপৰ্য এনেধৰণৰ :

1) Parfum অথবা Extrait :- এই শ্ৰেণীত 40% পৰ্যন্ত aeromatic compound (AC) থাকে , দাম অতি বেছি হয় আৰু বহু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ৮ৰ পৰা ১২ ঘণ্টা পৰ্য্যন্ত)

2) Esprit de parfum (ESdP): এই শ্ৰেণীত 30% পৰ্যন্ত aeromatic compound (AC) থাকে , দাম বেছি হয় আৰু কিছু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ৮ ঘণ্টা পৰ্য্যন্ত)

3) Eau de parfum (EdP) বা Parfum de toilette(PdT) :- এই শ্ৰেণীত 20% পৰ্যন্ত aeromatic compound (AC) থাকে , দাম মধ্যমীয়া হয় আৰু দেৰিলৈকে সুগন্ধি বিলাই থাকে (৪ৰ পৰা ৫ ঘণ্টা পৰ্য্যন্ত)

4. Eau de Toilette (EdT):- এই শ্ৰেণীত ১৫% পৰ্যন্ত aeromatic compound (AC) থাকে , দাম মধ্যমীয়া হয় আৰু কিছু দেৰিলৈকে সুগন্ধি বিলাই থাকে ( ২ৰ পৰা ৩ঘণ্টা পৰ্য্যন্ত)।

5) Eau de Cologne (EdC) এই শ্ৰেণীত ৩% পৰা ৮% পৰ্যন্ত aeromatic compound (AC) থাকে , দাম EdT কৈ কম আৰু প্ৰায় ২ ঘণ্টা পৰ্য্যন্ত সুগন্ধি বিলাই থাকে।

6) Eau fraiche (Ef) এই শ্ৰেণীত ৩% পৰ্যন্ত aeromatic compound (AC) থাকে, যথেষ্ট কম হয় আৰু বহু প্ৰায় একৰ পৰা দেৰঘণ্টা সুগন্ধি বিলাই থাকে।

ইয়াৰ উপৰিও পাৰ্ফিউমৰ গোন্ধৰ ওপৰত নিৰ্ভৰ কৰি Woody, Floral, Fresh, Oriental আদি sub class ত ভাগ কৰা হয়। এই বিষয়ে পাছত কেতিয়াবা কৈ জনাম।

মুঠতে এইটো ঠিক যে এই বাৰৰ পৰা আপুনি পাৰ্ফিউম কিনোবলৈ গলে Eau de Cologne এটা হাতত লৈ দোকানীক 12 ঘণ্টা যাবনে বুলি প্ৰশ্ন নকৰে আৰু।

সদৌ শেষত আমাৰ ঘৰত থকা লগুৱা পেটুৰ গাটোৰ পৰা গৰমত ইমানেই দুৰ্গন্ধ ওলাই যে মায়ে তাৰ কাপোৰত কেইটোপালআন কেৰাচিন সানি সেই দুৰ্গন্ধ কিছু হলেও প্ৰশমিত কৰে। অগৰু, আতৰ, Deo আদি একোৱেই কাম নিদিয়ে। পাৰ্ফিউমৰ ভাষাত বোধকৰোঁ ইয়াক Eau de Kerosine বুলি কব !!!!

# ( অনিচ্ছা স্বত্তেও কিছু ভুল ভ্ৰান্তি থাকি যাব পাৰে তাৰ বাবে মাফ কৰিব ৰাইজ)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: সুগন্ধি
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d