• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

- ডাঃ মনোজ শইকীয়া

by Admin
June 15, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
green leaf

Photo by Yigithan Bal on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডাঃ মনোজ শইকীয়া |

আমি ব্যৱহাৰ কৰি অহা সুগন্ধি পদিনাৰ চাতনী অকনমান পালে যিকোনো খাদ্য জুটি লগাই খাব পাৰি। বিশেষকৈ আম আৰু পদিনাৰ চাতনী বেয়া পোৱা মানুহ বৰ কম। আমি পদিনা খাওঁ যদিও ইয়াৰ গুণাগুণ হয়তো বহুতে নাজানো। পদিনা স্মৃতি বৰ্ধক, বীজাণু নাশক, বিষনাশক, কৰ্কট ৰোগ নাশক, হজম শক্তি কাৰক আৰু কফদোষ নাসক । পদিনাত মিথাইল চিলিকেট (methyl silicate), মেন্থল (menthol) , কেলছিয়াম, ফছফৰাচ, ভিটামিন – বি,চি,ডি,ই থাকে। পদিনাৰ পাত আৰু কোমল ঠাৰি খোৱা হয়। পাতৰ চাতনী , পাতৰ ৰস, পাত পানীত সিজাই তৈয়াৰ কৰা চাহ বা ক্বাথ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পদিনাৰ পৰা ঔষধ প্ৰস্তুত কৰাৰ উপৰিও খাদ্য বস্তুত সুগন্ধি বা ফ্লেভাৰ হিচাবে ব্যৱহাৰ কৰা হয়।

RelatedPosts

Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023

পদিনাৰ গুণাগুণ আৰু ব্যৱহাৰ

“””””””””””””””””””””””””””””

(১) ভোক নলগা, হজম নোহোৱা, পচা পচা উগাৰ অহা, পেট ফুলা, ওকালি, বমি আদি নানানটা পেটৰ গণ্ডগোল হ’লে পদিনা পাতৰ ৰস এক-ডেৰ চামুচ নাইবা ১০-১২ টামান পাত এগিলাচ পানীত সিজাই চেকিলৈ পানী খাব লাগে । নিমিষতে পেটৰ গণ্ডগোল নোহোৱা হয়। ফাৰ্মাছীৰ পৰা কিনি অনা পদিনা কেপচুল, টেবলেত বা পদিনাৰ চিৰাপতকৈ ঘৰতে বনোৱা ঔষধ বেছি উপকাৰী। পদিনাই পাকস্থলীৰ হাইড্ৰক্লৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ উপৰিও এনজাইয সঠিক ৰূপত নিসৰণ কৰি হজম আৰু বিপাকত সহায় কৰে। পুৰণি পেটৰ গণ্ডগোল থকা ৰোগীয়ে নিয়মিত দুই-তিনিবাৰ ওপৰোক্ত ধৰণেৰে কিছুদিন পদিনা খালে সকলো ধৰণৰ পেটৰ ৰোগ নোহোৱা হয়।

(২) যকৃত, হাওঁফাওঁ , চাল আৰু অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত পদিনাই বাধা দিয়ে। পদিনাই কেঞ্চাৰ কোষলৈ তেজ চলাচলত বাধা দি এই ৰোগ বিস্তাৰ নোহোৱাকৈ ৰাখিব পাৰে। কেমোথেৰাপী বা ৰেডিয়েচন থেৰাপী লৈ থকা কেঞ্চাৰ ৰোগীয়ে পদিনা খোৱাটো উপকাৰী।

(৩) যিকোনো ধৰণৰ মূৰৰ বিষ হ’লে পদিনাৰ পাত কেটামান পিহি কপালত লেপ দিলে নাইবা ৰস কপালত সানি লাহে মালিছ কৰিলো কপালৰ বিষ নোহোৱা হয়। পৰাপক্ষত ফাৰ্মাছীৰ পৰা বিষৰ ঔষধ কিনি আনি খাই আন এটা ৰোগ উৎপত্তি নকৰি পদিনা ব্যৱহাৰ কৰাটোহে ভাল।

(৪) সন্তানক স্তনপান কৰোৱা মহিলাৰ কেতিয়াবা স্তন উখহি বিষাবলৈ ধৰে। পদিনা পাত পিহি প্ৰলেপ দিলে বা পাতৰ ৰস সানিলে উখহা আৰু বিষ নোহোৱা হয়। কাৰণ পদিনা বিষনাশক আৰু বীজাণু নাশক ।

(৫) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।

 (৬) পদিনা খালে শৰীৰৰ অতিৰিক্ত চৰ্বি কমে। এনজাইম সঠিক ৰূপত উৎপাদন, নিসৰণ আৰু সঞ্চালন কৰে।

(৭) পদিনাত থকা কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-বি,চি,ডি,ইৰ কাৰণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ নিৰোগী হয়।

(৮) কাম কৰাৰ উদ্যম আৰু একাগ্ৰতা বাঢ়ে ।

(৯) পদিনা বিষনাশক আৰু বীজাণু নাশক হোৱা বাবে টুঠপেষ্ট আৰু মাউথৱাশ্ব প্ৰস্তুত কৰোঁতে পদিনা ব্যৱহাৰ কৰে। মুখৰ ঘা‌‌, দাঁতৰ বিষ, আলুৰ বিষ আৰু উখহিলে পদিনা পাত কেটামান চোবাই ভালদৰে দাঁতৰ গুৰি আৰু আলুত মালিছ কৰিলে সোনকালে ভাল হয়।

(১০) পদিনাৰ এটা প্ৰধান গুণ হৈছে কফনাশক‌। চৰ্দি, কাহ, হাচি,নাকৰ পৰা পানী ওলোৱা , কন্ঠ আৰু শ্বাস-প্ৰশ্বাস ৰোগৰ কাৰণে পদিনা উপকাৰী।

(১১) পদিনাত ফাইবাৰ থাকে কাৰণে ই তেজৰ কলেষ্টেৰল কমাই ৰাখিব পাৰে।

(১২) পদিনাত থকা  মেগনেছিয়ামে শৰীৰৰ হাড় মজবুত কৰি ৰাখিব পাৰে।

(১৩) পদিনাৰ শুকান পাতৰ গুৰি এচামুচৰ সৈতে আধাচামুচ মৌ মিহলাই দিনে দুই তিনিবাৰ খালে যুৱতী আৰু মহিলাৰ মাহেকীয়া নিয়মীয়া হয়।

(১৪) খৰ, খজুৱতি, একজিমা ইত্যাদি বিভিন্ন চৰ্মৰোগত পদিনাৰ ৰস দিনে তিনিবাৰ সানিলে চৰ্মৰোগ ভাল হয়।

(১৫) মাত ভাগিলে পদিনাৰ শুকান পাতৰ গুৰি এচামুচ আৰু আধাচামুচ নিমখ এগিলাচ গৰম পানীত মিহলাই দিনে তিনিবাৰ কুলি কৰিলে সোনকালে ভাল হয়।

(১৬) গৰমৰ দিনত পদিনাৰ শুকান পাতৰ গুৰি এচামুচ নাইবা পদিনাৰ ৰস এচামুচৰ সৈতে আধাচামুচ ইলাচি গুৰি এগিলাচ পানীত মিহলাই খালে শীঘ্ৰে ঠাণ্ডা লাগে।

(১৭) পদিনাৰ ৰস মূলতানি মাটিৰ সৈতে মিহলাই ফেচিয়েল কৰিলে মুখৰ তেলেতীয়া নাইকিয়া হয়, মুখৰ উজ্জ্বলতা বাঢ়ে আৰু শালমন নুঠে বা শালমন থাকিলেও সোনকালে ভাল হয়।

পদিনা খাওক সুস্বাস্থ্য অটুট ৰাখক।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: পদিনা
Admin

Admin

Related Posts

Korean Beauty Hydrating Sheet Mask !
Lifestyle

Korean Beauty Hydrating Sheet Mask !

by Admin
January 31, 2023
0

Korean Beauty Hydrating Sheet Mask AGRITA CHHIBBER Agrita Chhibber What is the main advantage of sheet masks? Hydration! Your skin...

Read more
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

January 27, 2023
woman sitting on wooden planks

Make Stress-Less Life Your Lifestyle

January 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: