• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, January 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সেন্দুৰ সম্পৰ্কে যৎকিঞ্চিৎ

-দীপাংকৰ শইকীয়া

by Admin
June 23, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-দীপাংকৰ শইকীয়া |

• পুৰণি দিনত সেন্দূৰ কেনেদৰে প্ৰস্তুত কৰা হৈছিল?

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

   পুৰণি দিনত হালধি আৰু এলান্ধু বা চূণৰ পানীৰ লগতে অন্য কিছুমান জৈৱ উপাদান যেনে ঘিঁ‌উ, ৰঙা চন্দনৰ গুৰি, কেশৰ ইত্যাদি বস্তু মিহলাই সেন্দূৰ প্ৰস্তুত কৰা হৈছিল। এই উপাদানবোৰ সঠিক পৰিমাণত ব্যৱহাৰ কৰিলে ছালৰ বাবে উপকাৰী।

   •বৰ্তমান সময়ত বজাৰত উপলব্ধ সেন্দূৰ কেনেদৰে প্ৰস্তুত কৰা হয়?

       বৰ্তমান ‘Vermilion’ নামৰ এবিধ কমলা ৰঙা ৰঙৰ কণিকাৰ পৰা ব্যৱসায়িকভাৱে সেন্দূৰ প্ৰস্তুত কৰা হয়। এই ‘Vermilion’ হৈছে ‘Cinnabar’ৰ গুড়িজাতীয় ৰূপ। (Cinnabar মাৰকিউৰি ছালফাইডৰ প্ৰাকৃতিক ভাবে পোৱা ‌মুখ্য ৰূপ)। কিছুসংখ্যক প্ৰস্তুত কৰ্তাই ৰঙা ৰংটো বঢ়াবলৈ ৰঙা সীহ (লীড টেট্ৰ’ক্সাইড)ও যোগ দিয়া দেখা যায়।

•মাৰকিউৰি ছালফাইড/পাৰাৰ এটি যৌগ?

    ১) সেন্দূৰত থকা মাৰকিউৰি ছালফাইড নামৰ যৌগটো বা বাৰ্তাটোত কোৱাৰ দৰে পাৰা ছালৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ নকৰে  আৰু সেন্দূৰ ব্যৱহাৰৰ কাৰণে দেহত পাৰাৰ পৰিমাণ বাঢ়ি যোৱাৰো কোনো তথ্যগত প্ৰমাণ নাই।

      ২) গতিকে সেন্দূৰত থকা পাৰাই দেহৰ পিটুইটেৰী গ্ৰন্থিক সক্ৰিয় কৰা কথাটো ভিত্তিহীন। সেইদৰে সেন্দূৰ লগালে দেহত যৌন হৰম’নৰ নিঃসৰণ বৃদ্ধি পোৱা কথাটোও ভুল।

     ৩) পুৰণি ভাৰতীয় শাস্ত্ৰত পাৰাক ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে  যদিও ই দেহৰ অন্তঃস্ৰাৱী বা অন্য গ্ৰন্থিত কেনে  প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে কোনো উল্লেখ নাই । আধুনিক চিকিৎসা বিদ্যাৰ মতে পাৰাৰ বিষক্ৰিয়াই অন্ত্ৰ, বৃক্ক আৰু মগজুৰ ক্ষতি কৰিব পাৰে। তদুপৰি পাৰাৰ বিষক্ৰিয়াই নিয়মীয়া অন্তঃস্ৰাৱী প্ৰক্ৰিয়াসমূহ বিঘ্নিত কৰি বিশেষকৈ ইনছুলিন, ইষ্ট্ৰ’জেন, টেষ্ট’ষ্টেৰন আৰু এড্ৰিনেলিন হৰম’নৰ মাত্ৰা কমাব পাৰে।

     ৪) তাৰ উপৰি, পিটুইটেৰী‌ গ্ৰন্থি আমাৰ কৰোটিৰ একেবাৰে পৃষ্ঠভাগত (মগজুৰ তলত), নাকৰ পিছফালে অৱস্থিত। বাৰ্তাটোত কোৱাৰ দৰে মূৰৰ সন্মুখভাগত নহয়। এই গ্ৰন্থিৰ কাম অকল যৌন গ্ৰন্থিক নিয়ন্ত্ৰণ কৰাই নহয়, শৰীৰৰ আন সকলো অন্তঃস্ৰাৱী গ্ৰন্থি‌কো ই নিয়ন্ত্ৰণ‌ কৰে।

•• ৰঙা সীহ সম্পৰ্কে?

      ১) সেন্দূৰত থকা সীহ ছালৰ মাজেৰে শৰীৰত নোসোমায়।

     ২) সেন্দূৰ দীৰ্ঘদিন ধৰি মুখেৰে শৰীৰত (অতি কম মাত্ৰাত হ’লেও) প্ৰৱেশ কৰিলে তেজত সীহৰ মাত্ৰা বাঢ়িব পাৰে আৰু ফলত পেটৰ বিষ, কোষ্ঠকাঠিন্য, মন্থৰ বিকাশ, স্মৃতিবিভ্ৰম আৰু আন স্নায়ৱিক লক্ষণে দেখা দিব পাৰে।

      এই সকলোবোৰৰ উপৰিও, সেন্দূৰৰ ব্যৱহাৰৰ ‌ফলত কোনো কোনো লোকৰ ছালত এলাৰ্জি হ’ব পাৰে।

     গতিকে আমি আপোনালোকক আহ্বান জনাইছোঁ‌ যে ক্ষতিকাৰক পদাৰ্থ থকা সেন্দূৰ পৰাপক্ষত পৰিহাৰ কৰক আৰু এনে ভুল তথ্যৰ পৰাও সাৱধানে থাকক।

(তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে) #দায়লুপ্তি: “ব্যক্তিভেদে ভিন্ন মত আৰু সেন্দূৰ ব্যৱহাৰ কৰাৰ বিচাৰৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ উৎপত্তি বা ইয়াক ব্যৱহাৰ কৰাৰ সপক্ষে বা বিপক্ষে  মত দিয়াৰ পৰা বিৰত আছোঁ‌।”

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: সেন্দুৰ সম্পৰ্কে যৎকিঞ্চিৎ
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
January 31, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: