• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

স্বাস্থ্য ৰক্ষাত কলমৌ শাক

by Anjan Sarma
July 12, 2021
in food, Health, Lifestyle
Reading Time: 1 min read
0
স্বাস্থ্য ৰক্ষাত কলমৌ শাক
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ ৰেইনী দেৱী |

বৰ্তমান সময়ত বজাৰত উপলব্ধ প্ৰায়বোৰ পাচলিতেই ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয়। বজাৰত দেখা সতেজ যেন লগা অথচ বৰবিহ স্বৰূপ এই পাচলিবোৰলৈহে আমাৰ চকু যায়। থলুৱা বনশাকসমূহ যেন কোনোবা এচুকত এলাগী হৈ পৰি ৰৈছে। নক’লেও হব যে এইবোৰ পাচলি সেৱনৰ ফলত আমাৰ শৰীৰত বিষাক্ত প্ৰভাৱ পৰিছে আৰু আমি ভিন ভিন ৰোগৰ কৱলত পৰিছো। এইবোৰৰ কৱলৰ পৰা পৰিত্ৰাণৰ উপায় হৈছে এই থলুৱা বনশাকসমূহ। ঔষধি গুনেৰে ভৰপূৰ তেনে এবিধ থলুৱা বনশাক হৈছে কলমৌ। ইংৰাজীত ইয়াক water spinach, river spinach আদি বিভিন্ন নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica । পানী থকা ঠাইত নাইবা খেতিপথাৰ, সেমেকা ঠাইত ইয়াক সাধাৰণতে দেখিবলৈ পোৱা যায়। অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ ভিতৰত কলমৌ শাকৰ ব্যঞ্জনো লেখত লবলগীয়া। যেনে কলমৌ আৰু আলুৰ শুকান ভাজি,ঢেকীয়া আৰু কলমৌৰ শুকান ভাজি, মচুৰ দাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা, মাগুৰ শিঙি মাছৰ লগত কলমৌ শাকৰ জোল খুবেই তৃপ্তিদায়ক । উত্তৰ পূৱৰ ৰাজ্যসমূহৰ বিবিধ ব্যঞ্জনত এইবিধ শাক বিশেষভাৱে ব্যৱহাৰ হোৱা দেখা যায়। থিক তেনেকৈ দক্ষিণ পূব এছিয়াৰ দেশসমূহ যেনে, ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়া আদিত কলমৌ শাক বিভিন্ন ব্যঞ্জনত ব্যবহাৰ হয়। যেনে কম তেল বা তেলবিহীন  বিভিন্ন প্ৰকাৰৰ আমিষ ,নিৰামিষ ব্যঞ্জন, কলমৌৰ stir fry, নুদলচৰ সৈতে বনোৱা ব্যঞ্জন, চুপ আদি। এইবোৰ ব্যঞ্জনত ইয়াৰ কুমলীয়া আগ আৰু পাত সাধাৰণতে  ব্যৱহাৰ কৰা হয়।  সেইবোৰ দেশত বিভিন্ন ৰোগৰ চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়। কলমৌ শাকত ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন C, আইৰণ, আঁহ ( dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পতাছিয়াম, ফচফৰাছ, চডিয়াম, জিঙ্ক ইত্যাদি বহু অত্যাৱশ্যকীয় উপাদান পোৱা থাকে। সেয়েহে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত কলমৌ শাকৰ ভূমিকা আছে। ইয়াৰ উপকাৰী গুণসমূহ তলত উল্লেখ কৰা হৈছে ।

(১). জণ্ডিচ আৰু অন্যান্য লিভাৰজনীত ৰোগত কলমৌ শাক উত্তম পথ্য । বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ যাক টকচিন্স ( toxins) বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰাত ই সহায় কৰে । ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক ( enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু লিভাৰক সুৰক্ষা প্ৰদান কৰে।

(২).কলেষ্টেৰলৰ সমস্যা, মেদবহুলতা, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ শাক উপকাৰী। ই শৰীৰৰ বাবে অপকাৰী কলেষ্টেৰল নিয়ন্ত্রণ কৰাত সহায় কৰে। প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ওজন কমোৱাতো সহায় কৰে। তদুপৰি ইয়াত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে।  ইয়াত থকা ভিটামিন A, C, বিতা কেৰটিনৰ বাবে ই হাৰ্টক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

  (৩). পুংজননতন্ত্র ( male reproductive system) আৰু স্ত্রীজননতন্ত্র ( female reproductive system) সুস্থ আৰু সবল কৰি ৰখাত কলমৌ শাক বিশেষভাবে উপকাৰী। পুৰুষ আৰু স্ত্রী উভয়ৰে হৰম’ন সমূহ কার্যক্ষম কৰি ৰখাত সহায় কৰে,  মহিলা আৰু পুৰুষৰ ধাতুজনীত সমস্যাতো সুফল দিয়ে। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত ( menstrual pain) কলমৌ খালে সুফল পোৱা যায়। সন্তানহীন দম্পতিয়ে মাজে সময়ে কলমৌ শাকৰ ব্যঞ্জন খোৱা উচিত। যিকোনো ৰোগত চিকিৎসাৰ উপৰিও উত্তম পথ্যও খুবেই প্ৰয়োজনীয়। তেনে এবিধ প্ৰচলিত থলুৱা ঔষধিযুক্ত ব্যঞ্জন হৈছে কলমৌ শাক আৰু মাগুৰ বা শিঙি মাছৰ জালুকীয়া আঞ্জা। প্ৰসূতি তিৰোতাৰ বাবেও এই আঞ্জা অত্যন্ত উপকাৰী।

(৪). ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে  অন্যান্য উপকাৰী বনশাকৰ লগত কলমৌ শাক খোৱা উচিত। ৰোগ নিয়ন্ত্রণ আৰু ৰোগৰ উপসৰ্গ দূৰ কৰাত কলমৌ শাক বৰ উপকাৰী। গৰ্ভাৱস্হাত হোৱা ডায়েবেটিচ ৰোগতো গৰ্ভৱতী মহিলাই কলমৌ খালে সুফল পায়।

(৫). প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে কোষ্ঠকাঠিন্য ৰোগত উপকাৰী।  সেয়েহে অৰ্শ ৰোগীয়ে কলমৌ শাক খোৱা উচিত।

(৬).  কলমৌ শাকত কেৰ’টিনয়ড ( carotenoid) , ভিটামিন A ,ভিটামিন C আদি থকা বাবে চকুৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে, শালমন, এলাৰ্জি আদি বিভিন্ন সমস্যা নিবাৰণ কৰে । কাৰণ ইয়াত আইৰণ, কেলচিয়াম,জিঙ্ক আৰু বহুতো অত্যাৱশ্যকীয় উপাদান আছে আৰু শৰীৰৰ পৰা বিষাক্ত টকচিন্স ( toxins) ওলাই যোৱাত সহায় কৰে। ইয়াত থকা বিভিন্ন এন্টিঅক্সিডেন্টৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বাৰ্দ্ধক্য অহাত বাধা দিয়ে আৰু স্বাস্থ্য ধৰি ৰখাত সহায় কৰে।

(৭). ইয়াত থকা ছিলেনীয়াম আৰু জিঙ্কৰ বাবে নিদ্ৰাহীনতা (insomnia) সমস্যাত ভোগা লোকৰ বাবে উপকাৰী।

 এইবিলাক গুণৰ উপৰিও আন বহু গুণ আছে যিবোৰ লিখিও শেষ কৰিব নোৱাৰি। স্বাস্থ্যবান আৰু ৰোগীয়া সকলোৰে বাবে উত্তম পথ্য এইবিধ শাক। তথাপি কলমৌ শাক খাওঁতে  কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে:-

গেছৰ সমস্যা, বদহজমত ভোগা লোকে কলমৌ শাক ৰাতি কেতিয়াও সেৱন নকৰিব। অন্যথা হিতে বিপৰীত হোৱাৰ আশংকা আছে।

কেচাকৈ বা চালাড হিচাবে সেৱন নকৰাই ভাল। কাৰণ কেচাঁকৈ খালে গৰু,গাহৰিৰ দেহত হোৱা পৰাশ্ৰয়ী জীৱ Fasciolopsis buski মানৱ দেহত প্ৰৱেশ কৰিব পাৰে।

ডায়েবেটিচ ৰোগীয়ে অত্যাধিক পৰিমাণে কলমৌ নাখাব  কাৰণ কেতিয়াবা হয়তো ব্লাড চুগাৰ একেবাৰে কমি যাব পাৰে।

Uric acid সমস্যাতো কলমৌ শাক অপকাৰী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: স্বাস্থ্য ৰক্ষাত কলমৌ শাক
Anjan Sarma

Anjan Sarma

Related Posts

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports
food

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

by Kakali Das
August 6, 2026
0

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports KAKALI DAS Have you ever wondered whether the...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d