• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

হজৰত মহম্মদেও বিতৰ্ক কৰা সকলোকে ক্ষমা কৰি দিছিল

ৰেজাউল কৰিম

by Anjan Sarma
June 16, 2022
in Opinion, Politics, World
Reading Time: 2 mins read
0
হজৰত মহম্মদেও বিতৰ্ক কৰা সকলোকে ক্ষমা কৰি দিছিল
Share on FacebookShare on TwitterShare on LinkedIn

হজৰত মহম্মদেও বিতৰ্ক কৰা সকলোকে ক্ষমা কৰি দিছিল

ৰেজাউল কৰিম

আমাৰ দেশৰ প্ৰথমখন বাল্যবিবাহ বিৰোধী আইন – Sharada Act 1929 । এই আইনখনে প্ৰথমবাৰৰ বাবে ছোৱালীৰ বিয়াৰ ন্যুনতম বয়স 14 বছৰ বুলি নিৰ্ধাৰণ কৰি দিছিল। আইনখন কাৰ্যকৰী কৰোতে গোড়া হিন্দু আৰু মুছলমান সকলে বিৰোধ কৰিছিল। ইয়াৰ আগলৈ ছোৱালীৰ বিয়াৰ কোনো ন্যুনতম বয়স ধাৰ্য নাছিল।

RelatedPosts

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025

হিন্দু মুছলিম উভয়ৰে ধাৰণা আছিল ইমান ডাঙৰ বয়সলৈ ছোৱালী ঘৰত ৰখাটো উচিত নহয়।ইন্টাৰনেটত খুচৰি চাই গম পালো যে, 1931 চনত হোৱা লোকপিয়লৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে এই আইনখন প্ৰৱৰ্তন হোৱাৰ পৰা লোকপিয়ল হোৱাৰ সময়লৈকে পাচ বছৰ বয়সৰ তলৰ ছোৱালীৰ বিয়া দিয়া সংখ্যাটো হেনো আগৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছিল।

“এনে অবস্থাত চৈধ্যশ বছৰ আগত হজৰত মহম্মদে ন বছৰীয়া আয়েশাক বিয়া কৰোৱা ঘটনাটোক চৰিত্ৰ হননৰ ঘটনা বুলি আমি নাভাবো। নবী চৰিত সমূহত এই কথা লিখা আছে আৰু পৃথিৱীৰ সকলোৱে এই কথা জানে। কোনোবাই যদি উদ্দেশ্য প্ৰণোদিতভাৱে নবীজনাৰ কুৎসা ৰটনা কৰিবলৈও এই কথা কয় তাত ধৰ্মীয় অনুভূতিত আঘাত লগাটো অস্বাভাৱিক নহয়। কিন্তু তাৰ হিংসাত্মক প্ৰতিবাদ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়।”

 অৰ্থাৎ, হিন্দু মুছলমান উভয় ধৰ্মৰ ৰক্ষণশীল সকলে নিজৰ ঘৰত থকা ছোৱালীক ধামধুম বিয়া পাতি ঘৰ খালি কৰিবলৈ উঠি পৰি লাগিছিল যাতে আইনখনৰ বাবে ঘৰত ছোৱালী ডাঙৰ হৈ থাকিব লগাত নপৰে। আমাৰ দেশত বাল্যবিবাহক মান্যতা দিয়া সকলে পুৰুষৰ চৰিত্ৰগত দোষ দেখা নাছিল। 

হজৰত মহম্মদেও বিতৰ্ক কৰা সকলোকে ক্ষমা কৰি দিছিল
Image: Collected

এনে অবস্থাত চৈধ্যশ বছৰ আগত হজৰত মহম্মদে ন বছৰীয়া আয়েশাক বিয়া কৰোৱা ঘটনাটোক চৰিত্ৰ হননৰ ঘটনা বুলি আমি নাভাবো। নবী চৰিত সমূহত এই কথা লিখা আছে আৰু পৃথিৱীৰ সকলোৱে এই কথা জানে। কোনোবাই যদি উদ্দেশ্য প্ৰণোদিতভাৱে নবীজনাৰ কুৎসা ৰটনা কৰিবলৈও এই কথা কয় তাত ধৰ্মীয় অনুভূতিত আঘাত লগাটো অস্বাভাৱিক নহয়। কিন্তু তাৰ হিংসাত্মক প্ৰতিবাদ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। অসমত দেখোন কেইজনমানে ইয়াতকৈও জঘন্যভাৱে হজৰত মহম্মদ আৰু মুছলমানৰ বিৰুদ্ধে অহৰহ বিষবাষ্প বিয়পাই আছে। 

হজৰত মহম্মদক তেওঁ জীয়াই থাকোতে কিমানে কিমান প্ৰকাৰে অপমান কৰিছে তাৰ লেখ জোখ নাই। কতা তেওঁ দেখোন কাকোৱেই কোনো প্ৰতিবাদ কৰা দেখা নাপাও। হোদাইবিয়াৰ যুদ্ধ বিৰতি সন্ধি পত্ৰত তেখেতে আল্লাহৰ ৰছুল বুলি স্বাক্ষৰ কৰোতে মক্কাৰ কোৰেশ সকলে প্ৰতিবাদ কৰিছিল। কাৰণ তেওঁলোকে হজৰত মহম্মদক পয়গম্বৰ বুলি নামানে। এই কথাত হজৰত মহম্মদে তেওঁৰ নামৰ পিছত থকা আল্লাহৰ ৰছুল শব্দটো নিজে কাটি দিছিল। অথচ তেওঁ ইতিমধ্যেই ৰছুল বুলি জনাজাত আছিল।

একে ধৰণে আয়েশাক লৈও অনেক বিতৰ্ক হৈছিল। বিতৰ্ক কৰা সকলোকে তেওঁ ক্ষমা কৰি দিছিল। 

হজৰত মহম্মদেও বিতৰ্ক কৰা সকলোকে ক্ষমা কৰি দিছিল
স্বামী বিবেকানন্দ

ভাৰতৰ ইতিহাসৰ আধুনিক কালৰ সৰ্বশ্ৰেষ্ঠ মনিষীজন হৈছে স্বামী বিবেকানন্দ। তেখেতৰ মাতৃৰ বিয়া হৈছিল মাত্ৰ দহ বছৰ বয়সত। ক’তা এইটোতো কোনো বিতৰ্কিত বিষয় নহয়।

 এইজন মনিষীয়ে আজিৰ পৰা এশ বিছ বছৰ আগতেই কৈ গৈছে যে ‘No religion ever persecuted men, no religion ever burnt witches, no religion ever did any of these things. What then incited people to do these things ? Politics, but never religion ; but if such politics takes the name of religion whose fault is that ?’

এৰা, যেতিয়ালৈ ধৰ্মক ৰাজনীতিয়ে পৰিচালনা নকৰে তেতিয়ালৈ ধৰ্ম কেতিয়াও মানব হিতৰ বিপৰীতে নাযায়। 

হিন্দু কি মুছলমান, সকলোৰে ক্ষেত্ৰত এইটোৱেই প্ৰযোজ্য। 

স্বামী বিবেকানন্দৰ এই কথা যিমান সোনকালে উপলব্ধি কৰিব পাৰি সিমানেই সকলোৰে মঙ্গল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures
World

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

by PAHARI BARUAH
July 12, 2025
0

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures PAHARI BARUAH PAHARI BARUAH In the high-stakes world...

Read moreDetails
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025
woman wearing gold colored bangle and mehndi

Why are Indians obsessed with spending so much on weddings?

July 12, 2025
UAE Golden Visa for Indians: Hype vs. Reality!

UAE Golden Visa for Indians: Hype vs. Reality!

July 11, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 11, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d