• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Novel

হিতেশ ডেকা দেৱৰ আজি মৃত্যু দিৱস

কুমাৰ দীপক দাস

by Admin
August 30, 2022
in Novel, Book, Inspiration, Remembrance
Reading Time: 3 mins read
0
হিতেশ ডেকা দেৱৰ আজি মৃত্যু দিৱস
Share on FacebookShare on TwitterShare on LinkedIn

হিতেশ ডেকা

কুমাৰ দীপক দাস

অসমৰ এগৰাকী সুসাহিত্যক ,বিশিষ্ট বুদ্ধিজীবি ,শিক্ষাবিদ , অসমৰ ভাষা সংস্কৃতি তথা অস্তিত্ব ৰক্ষা আন্দোলনৰ হোতা আৰু ইয়াৰ সক্ৰিয় আৰু সতৰ্ক প্ৰহৰি , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বনামধন্য হিতেশ ডেকা দেৱৰ আজি মৃত্যু দিৱস ৷ আজিৰ এই পবিত্ৰ দিনটোত এই গৰাকী মহানুভৱৰ পবিত্ৰ স্মৃতিত আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷

RelatedPosts

ব’লক, অলপ উভতি যাওঁ

ব’লক, অলপ উভতি যাওঁ

March 27, 2023
Irrfan Khan: A loss that feels personal

Irrfan Khan: A loss that feels personal

March 27, 2023
silhouette of person raising its hand

Find Peace and A corner For Yourself

March 26, 2023

এই গৰাকী অসমৰ জাতীয় আন্দোলনৰ গুৰি ধৰোঁতা ব্যক্তিৰ ১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত সৰ্থেবাৰীত জন্ম হৈছিল।
হিতেশ ডেকাদেৱে সৰ্থেবাৰীতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে । ১৯৪৮ চনত সৰ্থেবাৰী হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫২ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৪ চনত তেখেতে কনিহা হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰি ১৯৮৫ চনত তেওঁ অৱসৰ গ্ৰহন কৰে।

      এগৰাকী সমাজ সচেতন আৰু জাতীয়তাবাদী মনৰ ব্যক্তি হোৱা বাবে শ্ৰদ্ধেয় ডেকাদেৱ অসমৰ প্ৰতিটো জাতীয় সন্ধিক্ষনত সক্ৰিয়তাৰে মাত মাতিছিল আৰু সমুখত আহি থিয় হৈছিল ৷ ১৯৬০ চনৰ ৰাজ্যভাষা আন্দোলনৰ তেখেত এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ১৯৭২ চনৰ মাধ্যম আন্দোলনত ওতঃপ্ৰোতভাবে জড়িত আছিল। ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনত অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে দিল্লীৰ আলোচনাত কেইবাবাৰো অংশ গ্ৰহন কৰিছিল।

তেওঁ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা আদি বিভিন্ন সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত বিশেষ ভাবে জড়িত আছিল৷ স্বনামধন্য হিতেশ ডেকা অসমৰ এগৰাকী প্ৰথিতযশা ঔপন্যাসিক ৷ অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে অসম সাহিত্য সভাই হিতেশ ডেকাদেৱক ১৯৯৫ চনৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি পদত অধিস্থিত কৰিছিল ।
হিতেশ ডেকাদেৱৰ ২০০০ চনৰ ৩০ আগষ্টত মৃত্যু হয়।

Hitesh Deka

## হিতেশ ডেকাদেৱৰ ৰচনাৰাজি

# উপন্যাস
আজিৰ মানুহ
নতুন পথ
ভাৰাঘৰ
মাটি কাৰ
এয়েতো জীৱন (তিনি খণ্ড)
বৈৰী মানুহ
জীৱন সংঘাত
সীমাৰ কাজিয়া
ইতিহাসে সকীয়াই
সুখৰ সংসাৰ
নিৰ্যাতিতা সতী
গাঁৱৰ মানুহ
আচল মানুহ
কামপত্নী
ত্যাগ
বাঁৰীৰ কোঁৱৰ
সাহসী ল’ৰা


# গল্প পুথি
প্ৰায়শ্চিত্ত
গৰাখহনীয়া
এইখন আমাৰ সমাজ
এথুপি গল্প
আকৌ গৰাখহনীয়া
গল্পটো লিখা নহ’ল


# নাটক
অসমীৰ প্ৰাণৰ কথা
বিহুৱান
শীৰ্ষ সন্মিলন
মন্ত্ৰীৰ হুকুম


# প্ৰবন্ধ সংকলন
পশ্চিমবঙ্গত মাটি কাৰ
জাতীয় চৰকাৰ
অসমীয়া জাতি টিকিবনে


 আজিৰ স্মৃতি-দিৱসৰ এই বিশেষ দিনটোত এই বিশিষ্ট সাহিত্যিক গৰাকীক শ্ৰদ্ধাৰে  সুৱৰিছোঁ !!


(তথ্য সংগৃহিত )

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

ব’লক, অলপ উভতি যাওঁ
Poetry

ব’লক, অলপ উভতি যাওঁ

by Admin
March 27, 2023
0

ব'লক, অলপ উভতি যাওঁ  অঞ্জন শৰ্মা এক হাজাৰ নহয়, দুই হাজাৰ নহয়বাৰ হাজাৰ ৰণুৱা ঘোঁৰা চেকুৰিছিল কামৰূপলৈকামৰূপত প্ৰথমবাৰৰ বাবে আক্ৰমণ...

Read more
Irrfan Khan: A loss that feels personal

Irrfan Khan: A loss that feels personal

March 27, 2023
silhouette of person raising its hand

Find Peace and A corner For Yourself

March 26, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 24, 2023
Apprenticed to a Himalayan Master : A Yogi’s Autobiography

Apprenticed to a Himalayan Master : A Yogi’s Autobiography

March 21, 2023
RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

March 21, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: