• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Business

২০০ গ্ৰামৰ পেকেটত ইউক্ৰেনৰ ঝেলেনস্কিৰ নামেৰে অসমৰ চাহ

ঝেলেনস্কি - ৰিয়েলি স্ট্ৰং

by Admin
March 19, 2022
in Business, food, Inspiration, News, Special Report, Ukraine, Uncategorized, World
Reading Time: 1 min read
0
২০০ গ্ৰামৰ পেকেটত ইউক্ৰেনৰ ঝেলেনস্কিৰ নামেৰে অসমৰ চাহ
Share on FacebookShare on TwitterShare on LinkedIn

ইউক্ৰেনৰ ঝেলেনস্কিৰ নামেৰে অসমৰ চাহ

• দিলীপ দৈমাৰী

RelatedPosts

crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
an anti war message on a red piece of paper

UKRAINE DIARY: Today is the 27th Day of WAR

May 17, 2022

ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰে পৰা ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ ঝেলেনস্কি Volodymyr Zelenskyy)-এ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাছিয়াৰ প্ৰৱল পৰাক্ৰমৰ সন্মুখতো নতজানু নহৈ নজিৰবিহীন দেশপ্ৰেমৰ চানেকি তেওঁ ডাঙি ধৰিছে আৰু সমগ্ৰ ইউক্ৰেনবাসীৰ মাজত বিৰল জাতীয়তাবাদী ঢৌ বোৱাই দিবলৈও সক্ষম হৈছে। 


আজি সমগ্ৰ বিশ্বৰ দেশে দেশে দেশপ্ৰেমী মানুহৰ বাবে তেওঁ হৈ পৰিছে এগৰাকী ‘মহানায়ক’। অৱস্থা এনে হৈছে যেন ৰাছিয়াই অৱশেষত বিজয়ী হ’লেও ‘পৰাজিত’ হ’ব, আৰু জয়ী হওক বা পৰাজয় বৰণেই কৰক – ঝেলেনস্কি ‘মহানায়ক’ হৈয়েই থাকিব।

এনে এক সময়তে সেইগৰাকী ঝেলেনস্কিৰ সাহস, নৈতিক বল, অদমনীয় দেশপ্ৰেমলৈ লক্ষ্য কৰিয়েই তেওঁক অভিবাদন জনাই ইউক্ৰেনৰ কিয়েভৰ পৰা ৫৭০০+ কিলোমিটাৰ নিলগত থকা গুৱাহাটীৰ এক চাহ প্ৰস্তুতকাৰক প্ৰতিষ্ঠানে ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ ঝেলেনস্কিৰ নামেৰে প্ৰস্তুত কৰিছে ‘ঝেলেনস্কি‘ চাহ!

গুৱাহাটীৰ প্ৰতিষ্ঠান ‘এৰোমিকা টি’ / Aromica Tea- এ বিগত দুই দশক ধৰি চাহৰ বিপনন কৰি আহিছে। এইবাৰ সেই প্ৰতিষ্ঠানে এক নতুন ধৰণৰ চাহ তৈয়াৰ কৰিছে। সেই চাহত অৰ্থোডক্স চাহৰ ফ্লেভাৰ থকাৰ উপৰিও চি.টি.চি. চাহৰো ‘স্ট্ৰং’ সোৱাদ আছে। দুয়োৰে সমাহাৰ যেন ঝেলেনস্কি সদৃশ হৈ পৰিছে! তিনি সপ্তাহ ধৰি চলি থকা যুদ্ধৰ পটভূমিত সৃষ্টি হোৱা ধ্বংসাৱশেষৰ মাজতো দেশপ্ৰেমী ঝেলেনস্কি দিনে দিনে উজলি উঠিছে আৰু সমগ্ৰ বিশ্বই তেওঁক অভিবাদন জনাইছে। তেওঁৰ এনে অদমনীয় চৰিত্ৰৰ বাবেই অসমত প্ৰস্তুত কৰা হ’ল ‘ঝেলেনস্কি – ৰিয়েলি স্ট্ৰং‘ চাহ। অহা দুসপ্তাহৰ ভিতৰতেই ই-কমাৰ্চ চাইটবোৰত এই চাহ উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে। সম্প্ৰতি এই চাহ এৰোমিকা টি কোম্পানীৰ ৱেবচাইটৰ জৰিয়তে পোৱা যাব। ২০০ গ্ৰাম চাহৰ পেকেটৰ মূল্য ধাৰ্য কৰা হৈছে মাত্ৰ ৯০ টকা। 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

crop businessman giving contract to woman to sign
Politics

Loan Waivers : LOOKING BACK@ 2015

by Admin
May 18, 2022
0

Loan Waivers to provide Short-Term Relief, but what next? Geetima Das Krishna The monsoon session of the parliament started with...

Read more
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
an anti war message on a red piece of paper

UKRAINE DIARY: Today is the 27th Day of WAR

May 17, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

UKRAINE DIARY: Today is the 26th Day of WAR

May 17, 2022
Children of Afghanistan : A nation cannot be insulted more than this!

Children of Afghanistan : A nation cannot be insulted more than this!

May 17, 2022
ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

May 17, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
শ্বাহেনশ্বাহ আৰু বীণাবাদক

শ্বাহেনশ্বাহ আৰু বীণাবাদক

May 18, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    302 shares
    Share 121 Tweet 76
  • ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

    14 shares
    Share 6 Tweet 4
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    29 shares
    Share 12 Tweet 7
  • Tathā-agata

    15 shares
    Share 6 Tweet 4
  • First Person: I am a woman, a refugee, ‘I am who I am’

    7 shares
    Share 3 Tweet 2
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    22 shares
    Share 9 Tweet 6
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • Inflation: Difference between 2014 and 2022

    6 shares
    Share 2 Tweet 2
  • Children of Afghanistan : A nation cannot be insulted more than this!

    4 shares
    Share 2 Tweet 1
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    13 shares
    Share 5 Tweet 3
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: