• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

২১ ফেব্ৰুৱাৰীৰ আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ সময়তে  অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাতৃ ভাষা সংকটত

ASSAMESE SECTION / Assam

by Juganta Bayan
February 21, 2026
in ASSAMESE SECTION, ASSAM, Indigenous Peoples
Reading Time: 2 mins read
0
২১ ফেব্ৰুৱাৰীৰ আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ সময়তে  অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাতৃ ভাষা সংকটত
Share on FacebookShare on TwitterShare on LinkedIn

২১ ফেব্ৰুৱাৰীৰ আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ সময়তে  অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাতৃ ভাষা সংকটত

Assamese

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন

একবিংশ শতিকাৰ শিক্ষা ব্যবস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনৰ ফলত  মানুহৰ মাজত সৃষ্টিশীল চিন্তা ,চেতনাৰ ব্যাপক পৰিবৰ্তন হোৱাত মানুহে গভীৰ আত্মবিশ্বাসৰ দ্বাৰা মাতৃ ভাষাত জ্ঞান অৰ্জন কৰাটো অধিক কঠিন হৈ পৰিছে।এনে প্ৰেক্ষাপটত ২১ ফেব্ৰুৱাৰীৰ দিন টো আন্তৰ্জাতিক মাতৃ ভাষা দিবস হিচাপে বিশ্বই পালন কৰা সময়তে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাতৃ ভাষাৰ প্ৰতি অতি ভয়াবহ সংকট নামি আহিছে ।

International Mother language day
অসমত খিলঞ্জীয়া লোকৰ অবাধ আৰু ব্যাপক আগ্ৰাসনৰ বাবে খিলঞ্জীয়া লোকৰ মাতৃ ভাষা আজি তীব্ৰ ভাবুকিৰ সমুখীন হৈছে|  চৰকাৰী তথ্য মতে অসমত বড়ো ,ডিমাছা ,কাৰ্বি ,ৰাভা ,দেউৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকতকৈ হিন্দী বলয়ৰ লোকৰ সংখ্যা দিনক দিনে অতি দ্ৰুতহাৰত বৃদ্ধি পাব ধৰিছে।

ইয়াৰ উদাহৰণ হিচাপে অকল পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত কাৰ্বি লোকৰ সংখ্যা ৩৫ শতাংশ হোৱাৰ বিপৰীতে হিন্দী ভাষীৰ সংখ্যা ৬৫ শতাংশ হৈছেগৈ। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত মাত্ৰ ১০টা সমষ্টিহে কাৰ্বি লোকৰ নিয়ন্ত্ৰণত আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰতি ১০,০০০ লোকৰ বিপৰীত অখিলঞ্জীয়া হিন্দীভাষী লোকৰ সংখ্যা আছিল ৫৯৭ গৰাকী। বৰ্তমানে এই সংখ্যা দ্ৰুতগতিৰ আগ্ৰাসনৰ ফলত  এক হেজাৰলৈ বৃদ্ধি পোৱাৰ আশঙ্কা ঘনীভূত হৈছে।

         ঠিক সেইদৰে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো ৰাজ্যৰ এটা অন্যতম খিলঞ্জীয়া জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ ২০০১ চনত বড়ো ভাষীৰ সংখ্যা মুঠ জনসংখ্যাৰ ৪,৮৬ শতাংশ হোৱাৰ বিপৰীতে ২০১৮ চনৰ ভাষিক পিয়ল মতে মুঠ জনসংখ্যাৰ বৰো ভাষী লোকৰ সংখ্যা ৪,৫৩ শতাংশ লৈ নামি আহিছে। 

RelatedPosts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026

          আনহাতে সামগ্ৰিকভাৱে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা আৰু অসমীয়া ভাষা অতি প্ৰাচীন ভাষা হিচাপে মান্যতা পোৱাৰ পাছতো ভাৰত চৰকাৰৰ শেহতীয়া এক তথ্য অনুসৰি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা তুলনামূলক ভাবে কমি অহাৰ ভয়াবহ তথ্যই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। যোৱা ১৬ ডিচেম্বৰত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক তথ্য মতে, ধ্ৰুপদী ভাষা সংস্কৃতক বাদ দি বাংলা ,কানাৰা ,মালায়ালম ,মাৰাঠী , ওৰিয়া, তামিল আৰু তেলেগু ভাষীৰ সংখ্যাত কৈ অসমীয়া ভাষীৰ সংখ্যা যথেষ্ঠ পৰিমাণে কমি আহিছে।

চৰকাৰী তথ্য মতে ,অসমীয়া ভাষীৰ সংখ্যা বৰ্তমান অসমত ১,৫৩ ,১১,৩৫০ গৰাকী। আনহাতে ইয়াৰ বিপৰীতে ধ্ৰুপদী ভাষা বাংলা ভাষী ৯,৭২,৩৭,৬৬৯ গৰাকী, কনাৰা ভাষী ৪,৩৭,০৬,৫৫২ গৰাকী, মাৰাঠী ৮,৩০ ,২৬ ,৬০০ গৰাকী ,ওৰিয়া ভাষী ৩,৭৫,২১,৩২৪ গৰাকী, তামিল ভাষী ৬,৯০,২৬,৮৮১গৰাকী আৰু তেলেগু ভাষীৰ সংখ্যা ৮১১,২৭,৭৪০ গৰাকী।

এনে পৰিস্থিতিত বৰ্তমানে ৩ কৌটি ৬০ লাখৰো অধিক জনসংখ্যা থকা অসমত ভাৰত চৰকাৰৰ এই তথ্যই আগন্তুক লোকপিয়লত বাংলা আৰু হিন্দী ভাষীৰ তুলনাত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা দ্ৰুতগতিত কমি আহিব বুলি আশংকা প্ৰকাশ কৰি বিবৃতিটোত কোৱা হয় যে, এনে পৰিস্থিতি অব্যাহত থাকিলে অনাগত দিনত অসমীয়া ভাষালৈ গুৰুতৰ সংকট নামি আহিব।

২০১৮ চনৰ ২৮ জুনত প্ৰকাশ পোৱা লোকপিয়লৰ ভাষিক তথ্য মতে অসমত অসমীয়া ভাষীৰ সংখ্যা মুঠ জসংখ্যাৰ ৪৮,৩৮ শতাংশ আৰু ইয়াৰ বিপৰীতে বাংলা ভাষী আৰু হিন্দী ভাষীৰ সংখ্যা মুঠ জসংখ্যাৰ ৩৫,৬৪ শতাংশ। এনে প্ৰেক্ষাপটত অসমত সম্প্ৰতি বাংলা ভাষী ৯০,২৪,৩২৪ গৰাকী আৰু হিন্দী ভাষী ২১,৩১,৪৩৫ গৰাকী লোকে বাস কৰি থকা অসমত অসমীয়া ভাষাই পূৰ্বৰ মৰ্য্যদা ৰক্ষা কৰাৰ ক্ষেত্ৰলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে।

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Juganta Bayan

Juganta Bayan

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
ASSAMESE SECTION

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

by Gautam Sarmah
March 8, 2026
0

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম... গৌতম শৰ্মা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ প্ৰাকক্ষণত বিশ্বজুৰি সততে...

Read moreDetails
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d