• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

৩ জন মহাকাশচাৰীক লৈ পৃথিৱীত নামিল চীনা মহাকাশযান

• অৰবিন্দ ৰাভা

by Admin
April 18, 2022
in Science, Special Report, Tech, Women, World
Reading Time: 1 min read
0
৩ জন মহাকাশচাৰীক লৈ পৃথিৱীত নামিল চীনা মহাকাশযান
Share on FacebookShare on TwitterShare on LinkedIn

পৃথিৱীত নামিল চীনা মহাকাশযান

মহাকাশত ১৮৩ দিন অতিবাহিত কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিল চীনৰ ৩ জন মহাকাশচাৰী। যোৱা শনিবাৰে, ১৬-০৪-২০২২ তাৰিখে তেওঁলোকে উত্তৰ চীনত সফলতাৰে অৱণৰণ কৰিছে। চীনৰ মহাকাশ যাত্ৰাৰ হিচাব অনুযায়ী এয়াই প্ৰথমবাৰৰ বাবে দীৰ্ঘ সময়ৰ বাবে মহাকাশচাৰীয়ে মহাকাশত অতিবাহিত কৰিবলৈ সক্ষম হ’ল। 


সংবাদ সংস্থা এ-এফ-পিৰ খবৰ অনুসৰি মঙলগ্ৰহত এখন ৰোভাৰৰ সফল অৱতৰণৰ পিছত মহাকাশলৈ শ্বেনজাও-১৩ নামৰ মহাকাশযানত ৩ জন মহাকাশচাৰী চীনে মহাকাশলৈ প্ৰেৰণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰত্যাহ্বান জনাব পৰাকৈ মহাকাশতো মহাশক্তিধৰ হৈ উঠিবলৈ চীনে যে অবিৰত প্ৰয়াস কৰি আছে, তাৰেই যেন এয়াও এক উল্লেখযোগ্য উদাহৰণ। এই ৩ জন মহাকাশচাৰীৰ মাজত দুজন পুৰুষ আৰু এগৰাকী মহিলা। তেওঁলোক হ’ল যথাক্ৰমে ঝাই ঝিগাং, ইয়ে গুৱাংফু, ৱাং ইয়াপিং।

RelatedPosts

Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022
First Person: I am a woman, a refugee, ‘I am who I am’

First Person: I am a woman, a refugee, ‘I am who I am’

May 17, 2022
Assistive technology: a ‘life changer’ for those most in need

Assistive technology: a ‘life changer’ for those most in need

May 17, 2022

 
চীনৰ টিয়ানগং মহাকাশ কেন্দ্ৰত ‘টিয়ানে মডিউল’ত ৬ মাহ থকাৰ পিছত যোৱা শনিবাৰে ৰাতিপুৱা ১০ বজাৰ কিছুপৰ আগতে মহাকাশচাৰী ৩ জনে সৰু এখন মহাকাশযানৰ সহায়ত পৃথিৱীত অৱতৰণ কৰে। চীনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে শ্বেনজাও-১৩ অৰ পৃথিৱীলৈ উভতি অহা মহাকাশযান খনে সফলতাৰে শনিবাৰে অৱতৰণ কৰিছে। 


যোৱা বছৰৰ অক্টোবৰ মাহত এই ৩ গৰাকী চীনা মহাকাশচাৰীয়ে চীনৰ উত্তৰ-পশ্চিমাঞ্চৰ গোবি মৰুভূমিৰ এক উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল। ২০২১-২২ চনত মানুহক লৈ চীনৰ প্ৰথম স্থায়ী মহাকাশ কেন্দ্ৰ টিয়ানগং অভিমুখে যি ৪ টা মিশ্যনৰ বিষয়ে কোৱা হৈছিল, এই মিশ্যনটো আছিল দ্বিতীয়। টিয়ানগং শব্দৰ অৰ্থ হৈছে ‘স্বৰ্গীয় স্থান। যোৱা নৱেম্বৰত প্ৰথম চীনা মহিলা হিচাপে ৱাং ইয়াপিং-এ মহাকাশত খোজ কাঢ়ে। উল্লেখযোগ্য যে অহা ২০৩০ চনৰ ভিতৰত আমেৰিকা আৰু ৰাছিয়াক মহাকাশৰ অভিযানৰ ক্ষেত্ৰত প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ চীন সাজু হৈছে আৰু তাৰেই প্ৰস্তুতি চলাই আছে অহৰহ।
১৮-০৪-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Taliban rules for Afghan Women
Women

Before the Taliban & After the Taliban

by Admin
May 17, 2022
0

Before the Taliban & After the Taliban FAYEZA FAYEZ ONLY ONE IMAGE FOR YOU ALL... 17-05-2022 Mahabahu.com is an Online...

Read more
First Person: I am a woman, a refugee, ‘I am who I am’

First Person: I am a woman, a refugee, ‘I am who I am’

May 17, 2022
Assistive technology: a ‘life changer’ for those most in need

Assistive technology: a ‘life changer’ for those most in need

May 17, 2022
Afghan women’s rights under Taliban’s Rule!

The gift of Taliban

May 17, 2022
a word interview on black background

An Interview of Indrani Baruah by Jahnavi Gogoi

May 16, 2022
Taliban’s continuing ban on education for young girls

Taliban’s continuing ban on education for young girls

May 16, 2022
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: