• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

ৰথযাত্ৰাৰ পূৰ্বেই পুৰীত নতুন আতংক

তনয় চক্ৰৱৰ্তী

by Anjan Sarma
June 18, 2022
in Travel, News
Reading Time: 2 mins read
0
blue jelly fish

Photo by Irina Iriser on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

পুৰীত নতুন আতংক

তনয় চক্ৰৱৰ্তী

জেলিফিচৰ দংশনত শতাধিক পৰ্যটক আক্ৰান্ত

মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ বাবে পুৰী এতিয়া সাজি কাচি যৌৱনময়ী হৈ উঠিছে। বিগত দুটা বছৰ কৰ’না মহামাৰীৰ আতিশায্যৰ বাবে পুৰী হৈ আছিল পৰ্যটকশূণ্য। যোৱা মঙলবাৰে, ১৪ জুন,২০২২ তাৰিখে স্নানযাত্ৰাৰ সময়ত পুৰীত প্ৰায় ২ লাখ পৰ্যটক উপস্থিত আছিল।

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

এইবেলি ৰথযাত্ৰাত কমেও‌৪ লাখ পৰ্যটকৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু এতিয়া বহুতেই আতংকিত হৈছে পুৰীৰ সাগৰৰ পৰা উঠি অহা প্ৰচুৰ পৰিমাণৰ নীলা জেলিফিচক লৈ!

হয়, পুৰীৰ সাগৰৰ পাৰ হ’ল পৰ্যটকৰ অনন্য আকৰ্ষণৰ কেন্দ্ৰ। প্ৰতিদিনে পুৱা – সন্ধিয়া পুৰীৰ সাগৰপাৰত জমা হয়, স্নান কৰে, ভ্ৰমণ কৰে, আড্ডা মাৰে; কিন্তু এতিয়া সেই সাগৰ পাৰৰ বালিত সোমাই থকা জেলিফিচৰ বিষাক্ত ‘হুল’ বা ‘স্টিং’-অৰ খোঁচ খাই বিগত চাৰিদিনত প্ৰায় ১০০ ৰো অধিক পৰ্যটক চিকিৎসাধীন ‌হ’বলগীয়া হৈছে। বহুতে হোটেলতে প্ৰাথমিক চিকিৎসা কৰাইছে। এতিয়া জেলিফিচৰ আতংকই পৰ্যটকৰ উৎসাহত প্ৰৱল আঘাত হানিছে জেলিফিচৰ হুলৰ দৰেই।

ৰথযাত্ৰাৰ পূৰ্বেই পুৰীত নতুন আতংক
Photo by Artem Mizyuk on Pexels.com

যিসকল চিকিৎসাধীন হৈছে, তেওঁলোকৰ ভৰিত আৰু বুকুত অসহ্যকৰ প্ৰচন্ড বিষ হৈছে। কিন্তু বিষনাশক ঔষধ গ্ৰহণ কৰাৰ পিছত কেইঘন্টামানৰ পিছত সুস্থও হৈছে। অৱশ্যে এনে নীলা জেলিফিচৰ দংশনত মৃত্যু নহয় বুলি পুৰীৰ চিকিৎসক ডা° আদিত্য নায়কে (পুৰীৰ বিখ্যাত ‘ই-২৪’ চিকিৎসালয়ৰ চিকিৎসক) জানিবলৈ দিছে। ইতিমধ্যে পুৰী প্ৰশাসনৰ তৰফৰ পৰা তথা জিলা উপায়ুক্ত সমাৰ্থ বাৰ্মাৰ প্ৰত্যক্ষ তদাৰকীৰে প্ৰয়োজনীয় ব্যৱস্থা লৈ মাইকযোগে সতৰ্কবাণী শুনাইছে আৰু সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে।

“পুৰীৰ সাগৰৰ পাৰ হ’ল পৰ্যটকৰ অনন্য আকৰ্ষণৰ কেন্দ্ৰ। প্ৰতিদিনে পুৱা – সন্ধিয়া পুৰীৰ সাগৰপাৰত জমা হয়, স্নান কৰে, ভ্ৰমণ কৰে, আড্ডা মাৰে; কিন্তু এতিয়া সেই সাগৰ পাৰৰ বালিত সোমাই থকা জেলিফিচৰ বিষাক্ত ‘হুল’ বা ‘স্টিং’-অৰ খোঁচ খাই বিগত চাৰিদিনত প্ৰায় ১০০ ৰো অধিক পৰ্যটক চিকিৎসাধীন ‌হ’বলগীয়া হৈছে।”

পৃথিৱীৰ বিষাক্ত প্ৰাণীবোৰৰ নামৰ তালিকাত প্ৰথমশাৰীত থকা জেলিফিচ হ’ল ‘বক্স জেলিফিচ’। জেলিফিচ প্ৰকৃততে কোনো মাছ নহয়, কিন্তু ই ‘ফিচ’ নামেৰে পৰিচিত। এই জেলিসদৃশ প্ৰাণীবিধ প্ৰাণীজগতৰ নিডাৰিয়া পৰ্বৰ চিফোজোৱা শ্ৰেণীৰ অন্তৰ্গত। বিষৰ ক্ষেত্ৰত ই তীব্ৰতাৰ ফালেৰে ‘কিং কোব্ৰা’কো পৰাভূত কৰিব পাৰে আৰু কামোৰৰ ৪ মিনিটৰ ভিতৰতে চিকাৰ মৃত্যুৰ মুখত পৰে।

ৰথযাত্ৰাৰ পূৰ্বেই পুৰীত নতুন আতংক
Photo by Scott Webb on Pexels.com

কিন্তু এনে জেলিফিচৰ নীলা বংশৰ জেলিফিচবোৰ হঠাৎ পুৰীলৈ কিয়! বিশেষজ্ঞসকলে কৈছে, বঙ্গোপসাগৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আৰু বিশ্বত উষ্ণায়নৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত জেলিফিচ তলৰ পৰা ওপৰলৈ উঠি আহি পুৰীৰ সাগৰৰ পাৰ পাইছে। 

যি কি নহওক, পৰ্যটক সকলৰ বাবে এই নীলা জেলিফিচৰ আগমণ মুঠেও সুখদায়ক নহয়! 

১৮-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Chinmoyee Deka
January 18, 2026
0

Ignorance is the real drug Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of democracy, which...

Read moreDetails
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Green Milestone: G.L. Choudhury College Joins Green Campus Programme

Green Milestone: G.L. Choudhury College Joins Green Campus Programme

January 16, 2026
Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

January 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d