• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 27, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীঃ বিজেপিৰ দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী শিৱিৰৰ যশৱন্ত সিনহা

অৰবিন্দ ৰাভা

by Admin
June 23, 2022
in Politics
Reading Time: 2 mins read
0
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীঃ বিজেপিৰ দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী শিৱিৰৰ যশৱন্ত সিনহা
Share on FacebookShare on TwitterShare on LinkedIn

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

অৰবিন্দ ৰাভা 

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিজেপি দলে আদিবাসী নেত্ৰী দ্ৰৌপদী মুৰ্মু( Draupadi Murmu)ৰ নাম মঙলবাৰে ঘোষণা কৰিছে। বিজেপিৰ পৰিষদীয় দলৰ বৈঠকৰ পিছত এই সিদ্ধান্ত ঘোষণা কৰিছে বিজেপিৰ সভাপতি জে.পি.নাড্ডাই।

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 23, 2023

বিশ্বস্ত সূত্ৰৰ মতে এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিজেপি দলৰ তালিকাত তামিলসাই সৌন্দৰাজন, আনন্দীবেন পেটেল আৰু দ্ৰৌপদী মুৰ্মুৰ নাম আছিল যদিও শেষত দ্ৰৌপদী মুৰ্মুৰ নাম চূড়ান্ত কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সভাপতি জে.পি.নাড্ডা আদি উপস্থিত আছিল। 

দ্ৰৌপদী মুৰ্মুৰ নাম চূড়ান্ত হোৱাৰ লগে লগেই উৰিষ্যাৰ শাসকদল বিজেডিয়ে যে বিজেপিকেই সমৰ্থন কৰিব সেয়া প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও যোৱা বছৰ পৰ্যন্ত দ্ৰৌপদী মুৰ্মুৱে কাৰ্যনিৰ্বাহ কৰিছে। ঝাৰখণ্ডৰ শাসকদল ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা শিবু শোৰেন আৰু তেওঁৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী হেমন্ত শোৰেনৰ সৈতেও দ্ৰৌপদী মুৰ্মুৰ সম্পৰ্ক মধুৰ। প্ৰথমবাৰৰ বাবে কোনো আদিবাসী মহিলাক যদি ৰাষ্ট্ৰপতি হিচাপে জয়ী কৰাব পাৰে, বিজেপিৰ বাবে বহু ক্ষেত্ৰত সুবিধা হ’ব – বিশেষকৈ এইবছৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ লগতে অহাবছৰৰ মধ্যপ্ৰদেশৰ নিৰ্বাচনতো বিজেপিৰ সুবিধা হ’ব। 

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীঃ বিজেপিৰ দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী শিৱিৰৰ যশৱন্ত সিনহা
দ্ৰৌপদী মুৰ্মু

কিন্তু দ্ৰৌপদী মুৰ্মুৰ যুঁজখন খুব সহজ হৈও থকা নাই। কাৰণ তেওঁৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ প্ৰাৰ্থী হিচাপে যশৱন্ত সিনহাৰ নাম ঘোষণা হৈছে। তেওঁ ৰাজনৈতিক প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে দ্ৰৌপদী মুৰ্মুৰ বহুত আগত স্থান পোৱাৰ যোগ্য। কিন্তু যদি বিজেডি দলে বিজেপিক সমৰ্থন কৰে আৰু বিৰোধী দলসমূহৰ ভোট বিভক্ত হয়, তেতিয়া বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ সুযোগ আছে।

আনহাতে যশৱন্ত সিনহাৰ নাম ঘোষণা হোৱাৰ পিছত উৎফুল্লিত হৈ পৰিছে তৃণমূল শিৱিৰ। তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে বিৰোধী দলসমূহৰ বৈঠকৰ শেষত কৈছে,’ যশৱন্ত সিনহা তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় উপ-সভাপতি আছিল। ই বঙ্গৰ বাবে গৌৰৱৰ বিষয়। দীৰ্ঘদিন ধৰি তেওঁ বঙ্গৰ সৈতে জড়িত আৰু প্ৰচুৰ অভিজ্ঞতাৰে অভিজ্ঞ। যিদৰে কেন্দ্ৰীয় চৰকাৰৰ শাসক দলে বিভিন্ন কেন্দ্ৰীয় সংস্থাক নিজৰ ৰাজনৈতিক স্বাৰ্থত অইন দলৰ নেতাৰ ওপৰত জাপি দি সংবিধান কলুষিত কৰিছে, যশৱন্ত সিনহাৰই তেনে কাৰ্য প্ৰতিহত কৰিব পাৰিব।’

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীঃ বিজেপিৰ দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী শিৱিৰৰ যশৱন্ত সিনহা
যশৱন্ত সিনহা

এসময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী যশৱন্ত সিনহা এতিয়া বিজেপি দলৰ বিৰোধী শিৱিৰৰ পৰা প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। কিন্তু তেওঁৰ পুত্ৰ জয়ন্ত সিনহা এতিয়াও গেৰুৱা শিৱিৰত। সেয়ে বিজেপিৰ সাংসদ হিচাপে নিজৰ কাম কৰি যাব বুলি জয়ন্ত সিনহাই প্ৰকাশ কৰি কৈছে যে তেওঁ নিঃসন্দেহে আনন্দিত, কিন্তু তেওঁ বিজেপিৰ সাংসদ হিচাপে নিজৰ কাম কৰিব। এই বিষয়টোক এক পাৰিবাৰিক বিষয় হিচাপে গণ্য নকৰিবলৈ তেওঁ সকলোকে অনুৰোধ কৰিছে।

২২-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
World

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

by Admin
September 25, 2023
0

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions POONAM MAYANI POONAM MAYANI The once-amicable relations between India and Canada...

Read more
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 23, 2023
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

Karnataka Verdict: Modi is not invincible

September 19, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

September 19, 2023
উত্তম হিতাধিকাৰী আৰু শ্ৰেষ্ঠ নাগৰিক

উত্তম হিতাধিকাৰী আৰু শ্ৰেষ্ঠ নাগৰিক

September 12, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Environmental Journalism: Now More Than Ever

Environmental Journalism: Now More Than Ever

September 26, 2023
Cooch Beharer Itihash, Assam and finding the roots

Cooch Beharer Itihash, Assam and finding the roots

September 26, 2023
two white garlics

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

September 26, 2023
Willpower of Banamali Sarma@Flood and Etc.

Willpower of Banamali Sarma@Flood and Etc.

September 26, 2023

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1916 shares
    Share 766 Tweet 479
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1063 shares
    Share 425 Tweet 266
  • FREEDOM FIGHTERS OF ASSAM

    2556 shares
    Share 1022 Tweet 639
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1539 shares
    Share 616 Tweet 385
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    857 shares
    Share 343 Tweet 214
  • Wildlife Photos: An astonishing and sorrowful image!

    219 shares
    Share 88 Tweet 55
  • অসমৰ বুৰঞ্জী

    1290 shares
    Share 516 Tweet 323
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    688 shares
    Share 275 Tweet 172
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    180 shares
    Share 72 Tweet 45
  • Does IIT always guarantee jobs, huge salary packages?

    1088 shares
    Share 435 Tweet 272
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: