• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 16, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Business

ৰিজাৰ্ভ বেংকৰ ঘোষণাৰ লগে লগেই ভয়ংকৰ খহনীয়া শ্বেয়াৰ বজাৰত

অৰবিন্দ ৰাভা

by Admin
May 4, 2022
in Business, Finance
Reading Time: 1 min read
0
ৰিজাৰ্ভ বেংকৰ ঘোষণাৰ লগে লগেই ভয়ংকৰ খহনীয়া শ্বেয়াৰ বজাৰত
Share on FacebookShare on TwitterShare on LinkedIn

ৰিজাৰ্ভ বেংকৰ ঘোষণা

অৰবিন্দ ৰাভা

আজি বুধবাৰে, ৪ মে’, ২০২২ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আৰ্থিক নীতি কমিটিয়ে ‘ৰেপো ৰেট’ ৪০ বেচিছ পইন্ট (০.৪%) বৃদ্ধি কৰি ৪.৪% কৰাৰ লগে লগেই শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া হোৱা পৰিলক্ষিত হৈছে। ৰেপো ৰেট সম্পৰ্কে ঘোষণা হোৱাৰ লগে লগেই বিপুল পতন হয় চেনচেক্সৰ, মুহুৰ্ততে ১৩০০ পইন্ট নামি যায় শ্বেয়াৰ বজাৰৰ সূচকাংক।


ৰিজাৰ্ভ বেংকে যি সুদৰ হাৰত বাণিজ্যিক বেংক সমূহক স্বল্পম্যাদী ঋণ দিয়ে, তাকেই ‘ৰেপো‌ ৰেট’ বোলা হয়। এই ৰেপো ৰেট বৃদ্ধি কৰাৰ ফলত বাসগৃহ, গাড়ী, মটৰ চাইকেল, স্কুটি আদি কিনিবলৈ হ’লে বেংকৰ পৰা লোৱা ঋণৰ সুদৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে বাবে শ্বেয়াৰ বজাৰত তাৰেই ইঙ্গিত দেখা গৈছে। অৰ্থাৎ, গৃহ ঋণ আদিৰ ‘ই-এম-আই’ বৃদ্ধি পাব পাৰে।

RelatedPosts

What is Sovereign Credit Rating? Its Importance and India!

What is Sovereign Credit Rating? Its Importance and India!

May 13, 2022
India to be #1 by 2047!! How is it possible?

India to be #1 by 2047!! How is it possible?

May 8, 2022
How are bank frauds increasing in India?

How are bank frauds increasing in India?

May 4, 2022


বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে যে মুদ্ৰাস্ফিতীক বশ কৰিবলৈ ৰিজাৰ্ভ বেংকে হঠাৎ সুদৰ হাৰ বঢ়াই দিয়াৰ লগে লগে বাণিজ্যিক বেংক সমূহেও ‘মাৰ্জিনেল কস্ট’ৰ ভিত্তিত ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰাটো অৱশ্যাম্ভাৱী।

“এই ৰেপো ৰেট বৃদ্ধি কৰাৰ ফলত বাসগৃহ, গাড়ী, মটৰ চাইকেল, স্কুটি আদি কিনিবলৈ হ’লে বেংকৰ পৰা লোৱা ঋণৰ সুদৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে বাবে শ্বেয়াৰ বজাৰত তাৰেই ইঙ্গিত দেখা গৈছে।”

image: Housing.com


ৰেপো ৰেটৰ লগে লগে ৰিজাৰ্ভ বেংকে নগদ জমাৰ অনুপাত ( কেশ্ব ৰিজাৰ্ভ ৰেশ্বিঅ’) ৫০ বেচিছ পইন্ট কৰাৰ বিষয়েও ঘোষণা কৰিছে। অৰ্থাৎ, ৰিজাৰ্ভ বেংকত বাণিজ্যিক বেংকসমূহে বাধ্যতামূলক ভাবে জমা কৰা নগদ ধনৰ পৰিমাণ বাঢ়িছে।

ইয়াৰ ফলত বাণিজ্যিক বেংকসমূহৰ হাতত থকা নগদ ধনৰ পৰিমাণ কমি যাব আৰু গ্ৰাহকক ঋণ দিয়াৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ বৃদ্ধি পাব।

04-05-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

What is Sovereign Credit Rating? Its Importance and India!
Finance

What is Sovereign Credit Rating? Its Importance and India!

by Admin
May 13, 2022
0

What is Sovereign Credit Rating? KAKALI DAS Sanjeev Sanyal, an economic advisor to Prime Minister Modi is also a part...

Read more
India to be #1 by 2047!! How is it possible?

India to be #1 by 2047!! How is it possible?

May 8, 2022
How are bank frauds increasing in India?

How are bank frauds increasing in India?

May 4, 2022
ভাৰতত নিবনুৱাৰ হাৰ বাঢ়ি হ’ল ৭.৮৩%

ভাৰতত নিবনুৱাৰ হাৰ বাঢ়ি হ’ল ৭.৮৩%

May 3, 2022
red blue and yellow textile

Elon Musk bought Twitter: What lies ahead?

May 1, 2022
ইন্ধনৰ ‘ভেট’ হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ

ইন্ধনৰ ‘ভেট’ হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ

April 28, 2022
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: