ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
ইতিহাসৰ এগৰাকী মহাবিদ্ৰোহী অঞ্জন শৰ্মা কোনোধৰণৰ উল্লেখযোগ্য চিন-মোকাম নথকা, স্মৃতিচিহ্ন নথকা, 'হাদিৰাচকী'ৰ একেবাৰে সমীপলৈ পুনৰ আহিছিলো। বিস্তীৰ্ণ এলেকা জুৰি মাথোঁ হু হু শূণ্যতা। নদী, বালিৰ চাপৰি, কঁহুৱা, সেউজ কৃষিভূমি, হঠাৎ দৃশ্যপটত আৱিৰ্ভূত ...
Read more