Search Result for 'কুমাৰ দীপক দাস'

অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ

অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ MAHABAHU Desk অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ : ৬২ সংখ্যক অসম নাট্য সম্মিলনৰ তেজপুৰ অধিৱেশনৰ এই পবিত্র ক্ষণত উপস্থিত থকা অসম ...

Read moreDetails

সংগ্ৰামী ভাতৃ মুকুল দাসৰ শেষ যাত্ৰাত …

সংগ্ৰামী ভাতৃ মুকুল দাসৰ শেষ যাত্ৰাত … কুমাৰ দীপক দাস কুমাৰ দীপক দাস  ১৯৭৬ ত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বৰপেটাৰ ছাত্ৰ আন্দোলনৰ দ্বিগগ্বজ গজেন দা‘হতে আমাক প্ৰদান কৰে । ...

Read moreDetails

চন্দ্ৰকুমাৰৰ অসমীয়া : অসমীয়াৰ চাৰি দশকৰ ইতিহাস

175+ Years of Media in Assam & Beyond চন্দ্ৰকুমাৰৰ অসমীয়া : অসমীয়াৰ চাৰি দশকৰ ইতিহাস (১৯১৮-১৯৫৮) ৰাধিকামোহন ভাগৱতী ৰাধিকামোহন ভাগৱতী চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা ডিব্ৰুগড়ৰ পৰা ১৯১৮ চনত প্রকাশ পোৱা “অসমীয়া” অসমীয়াৰ ...

Read moreDetails

হাউলীৰ মহীৰূহ পৰমানন্দ দাস

হাউলীৰ মহীৰূহ পৰমানন্দ দাসলৈ শ্ৰদ্ধাঞ্জলি যুগান্ত বায়ন যুগান্ত বায়ন নামে যাৰ পৰিচয়। ধীৰ,স্থিৰ, নৰ্মতাৰ প্ৰতীক পৰমানন্দ দাস। সকলোৰে প্ৰিয় পৰমানন্দ খুৰা। জ্ঞানীজনে কয় গুণী লোকসকলে আনৰ দুখবোৰ নেদেখে, গুণবোৰহে দেখা পায়। এনেবোৰ ...

Read moreDetails

শিল্পী দশৰথ দাসৰ বিয়োগ

শিল্পী দশৰথ দাসৰ বিয়োগ কুমাৰ দীপক দাস কুমাৰ দীপক দাস এতিয়া বহু নিশা সাৰে আছো মাথো মই ….. অসমৰ বিশিস্ট সংগীতজ্ঞ ,গায়ক ,সংগীত পৰিচালক ,সুৰকাৰ আৰু অসমৰ প্ৰথমগৰাকী ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাসৰ বিয়োগৰ বাতৰি আমাক শোকাকুল কৰি তুলিছে । ’৭০ৰ দশকৰ পৰা অসমৰ  ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে চলচিত্ৰসংগীতত অনন্য মাত্ৰা প্ৰদান কৰা দৰশথ দাসৰ মৃত্যু সংস্কৃতিৰ পথাৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।  ‘এতিয়া বহু নিশা  সাৰে আছো মাথো মই … অসম স্টাৰ থিয়েটাৰৰ তেতিয়াৰ সেই জনপ্ৰিয় গীতটোৱে নতুবা কহিনুৰৰ   চন্দ্ৰা ও চন্দ্ৰাৱলী ..        এনে বহু গীতে আজিও আমাক আলোড়িত কৰি তোলে । তেখেতে তিনিখনকৈ অসমীয়া কথাছবি 'ৰেলৰ আলিৰ দুবৰি বন ‘ ,  ‘সাদৰী' আৰু 'সেন্দূৰ' ত তেওঁ সংগীত পৰিচালনা কৰিছিল ।  ‘ৰেলৰ আলিৰ দুবৰি বন ‘ ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত পৰিচালক আছিল দশৰথ দাসদেৱ তেওঁৰ সুৰাৰোপিত গীত  গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ 'ৰজতকমল' বঁটা লাভ কৰিছিল  ।  উল্লেখ্য যে, পাশ্চাত্য সংগীত সম্পৰ্কে বিশেষ দখল থকা শ্ৰদ্ধাৰ শিল্পী দাসে কহিনুৰথিয়েটাৰে মঞ্চস্থ কৰা 'টাইটানিক' নাটকৰ সংগীত পৰিচালনা কৰিছিল । দশৰথ দাস এই গৰাকী সংগীতজ্ঞৰ সান্নিধ্য আৰুপৰিচালনাত প্ৰয়াত পুলক গগৈদেৱৰ দুখন চুটি ছবিত গীত গাবলৈ সুবিধা পোৱা মুহূৰ্তবোৰ আজিৰ এই দিনটোত গৌৰৱেৰে মনতপেলাই মাটিৰ শিল্পী শ্ৰদ্ধাৰ দশৰথ দা’লৈ আমাৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলোঁ । মহান শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতিকামনা কৰাৰ লগতে তেওঁৰ অতি প্ৰিয় জন্ম গাওঁ সাদেৰীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। 23-10-2023 Mahabahu.com is an Online Magazine with ...

Read moreDetails

শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ মেধিদেৱৰ বিয়োগ

ড•বিৰিঞ্চি কুমাৰ মেধি কুমাৰ দীপক দাস ড° বিৰিঞ্চি কুমাৰ মেধি অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, কবি-গীতিকাৰ ,শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ মেধিদেৱৰ বিয়োগৰ বাতৰিয়ে আমাক অতি বেদনাহত কৰিছে । প্ৰথমে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু ...

Read moreDetails

অতি দুখৰ খবৰ: বিশিষ্ট সাংস্কৃতিক কৰ্মী বাবুল দাসৰ মৃত্যু

বিশিষ্ট সাংস্কৃতিক কৰ্মী বাবুল দাস কুমাৰ দীপক দাস অতি দুখৰ খবৰ ! এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী গীতিকাৰ লেখক সাহিত্যিক পেঞ্চনাৰ আমাৰ অতি আদৰৰ বন্ধু বাবুল দাসৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে ৷ ...

Read moreDetails

বজালী বৈভৱ – এক অনন্য দস্তাবেজ 

বজালী বৈভৱ - এক অনন্য দস্তাবেজ  ডাঃ নয়নজিৎ ডেকা ডাঃ নয়নজিৎ ডেকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন ২০২৫ উপলক্ষে অঞ্জন শৰ্মাৰ সম্পাদনাৰে প্ৰকাশিত 'বজালী বৈভৱ' নামৰ স্মৃতিগ্ৰন্থখন বহু দিশত বহু ...

Read moreDetails

থানেশ্বৰ বড়ো : এক অনন্য আঞ্চলিকতাবাদী সত্বা

থানেশ্বৰ বড়ো : এক অনন্য আঞ্চলিকতাবাদী সত্বা কুমাৰ দীপক দাস কুমাৰ দীপক দাস অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি ,প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ আমাৰ অতি শ্ৰদ্ধাৰ থানেশ্বৰ বড়ো ছাৰৰ বিয়োগত মৰ্মাহত ...

Read moreDetails

জ্ঞানৰ সোণালী মহানদীৰ পৰা সাগৰলৈ ধাৱমান আদৰ্শ বিদ্যাপীঠ হাইস্কুল,হাউলী

আদৰ্শ বিদ্যাপীঠ হাইস্কুল,হাউলী যুগান্ত বায়ন যুগান্ত বায়ন ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ পঞ্চসূত্ৰ অনুসৰি বৃহত্তৰ কোচবিহাৰ ৰাজ্যৰ লগত সম্পৰ্কিত হৈ থকা অঞ্চলত ৰাজধানী স্থাপনৰ বাবে স্থান নিৰ্বাচন কৰিবলৈ দিয়া পৰামৰ্শৰ ভিত্তিত তাহানিতেই বীৰ-ভূমি হিচাপে ...

Read moreDetails
Page 1 of 5 1 2 5

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?