Search Result for 'গৌতম শৰ্মা '

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ মনস্বিনী শৰ্মা "এক আনন্দৰ জীৱন যাপন কৰিবলৈপ্ৰচুৰ পৰিমাণে একো বস্তুৱেইনিজৰ বুলি গণ্য কৰা উচিত নহয়"– গৌতম বুদ্ধ   প্ৰাচীন ভাৰতৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক ...

Read moreDetails

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম... গৌতম শৰ্মা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ প্ৰাকক্ষণত বিশ্বজুৰি সততে আলোচনাত গুৰুত্ব পোৱা বিষয়সমূহৰ ভিতৰত নাৰী সবলীকৰণ আৰু শিক্ষা, ৰাজনীতি, কৰ্মসংস্থান আৰু ...

Read moreDetails

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা গৌতম শৰ্মা অসমৰ আটাইতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰটোৱেই হৈছে কামাখ্যা মন্দিৰ। ধৰ্মীয়, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰপৰা অতিশয় গুৰুত্বপূৰ্ণ এই মন্দিৰটো সমতলৰ পৰা প্ৰায় ১৮০ মিটাৰ উচ্চতাত ...

Read moreDetails

ইতিহাস অধ্যয়নৰ পৰিসৰ আৰু সম্ভাৱনা

ইতিহাস অধ্যয়ন গৌতম শৰ্মা পাতনিতে : ‘History’, ‘ইতিহাস’ বা ‘বুৰঞ্জী’ বিষয়টোক লৈ আমাৰ বহুতৰে মনত এক ভ্ৰান্ত ধাৰণা আছে ! আচলতে এই বিষয়টি কিমান বিশাল আৰু কিমান প্ৰয়োজনীয় আমাৰ বাবে তাক আমি ...

Read moreDetails

দ-পৰ্বতীয়াৰ শৈল দুৱাৰখন

দ-পৰ্বতীয়াৰ শৈল দুৱাৰখন গৌতম শৰ্মা অলেখ ঐতিহাসিক সম্পদেৰে ভৰা পুৰাতত্ববিদসকৰ ভাষাত 'শিলৰ যাদুঘৰ' হিচাপে বিবেচিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত অসমৰ এখন অতি মনোৰম চহৰ হৈছে তেজপুৰ। প্ৰাচীন, মধ্য আৰু আধুনিক এই তিনিও ...

Read moreDetails

জাতিৰ আৰু ভাষাৰ হকে একলম

জাতিৰ আৰু ভাষাৰ হকে একলম গৌতম শৰ্মা ভূপেন দাই এটি গীতত কৈছিল, মোৰ আইক ভালপাওঁ বুলি ক'লে আনৰ আইক জানো ঘিণ কৰাটো বুজাব ? নিশ্চয় নুবুজাই ! সেয়েহে আমি সকলোকে আজি আহ্বান ...

Read moreDetails

মাজুলী আৰু ৰাস

মাজুলী আৰু ৰাস গৌতম শৰ্মা ৰাস শব্দৰ মূল হৈছে ৰস; নৱৰসৰ সমাৱেশেই হৈছে ৰাস। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্বয়ং ভগৱান তথা পৰম ব্ৰহ্ম হৈছে ইয়াৰ মূল উৎস। ভাগৱত গীতাত উল্লেখ থকা মতে, ...

Read moreDetails

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ গৌতম শৰ্মা ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ মূলতঃ এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐতিহ্য আৰু বিশেষত্ব বহু প্ৰাচীন। প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্যক্ষেত্ৰ এই দেওপাহাৰ সম্প্ৰতি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় ...

Read moreDetails

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা গৌতম শৰ্মা প্ৰত্নতাত্বিক সমলবোৰৰ ভিতৰত অন্যতম এক প্ৰধান ভাগ হৈছে মুদ্ৰা। ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰে প্ৰাচীন যুগৰ ইতিহাস উদ্ধাৰত এই মুদ্ৰাবোৰৰ গুৰুত্ব অপৰিসীম। ভাৰতবৰ্ষৰ প্ৰাচীন যুগৰ ইতিহাসৰ সমল ...

Read moreDetails

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ চমু ইতিহাস

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ চমু ইতিহাস গৌতম শৰ্মা সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা, সৃষ্টি তথা উদ্ভাৱনী কলাসমূহলৈও দ্ৰুত পৰিৱৰ্তনসমূহ আহিছে; যাৰ প্ৰভাৱ সম্প্ৰতি চিকিৎসা বিজ্ঞান বিষয়টো ব্যাপকমাত্ৰাত পৰিছে। বিশ্বৰ অন্যান্য দেশসমূহৰ ...

Read moreDetails
Page 1 of 7 1 2 7

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?