দুৰ্গাপুজাৰ ইতিহাস: আৰু কামৰূপৰ ধাৰ্মিক স্বকীয়তা
দুৰ্গাপুজাৰ ইতিহাস: আৰু কামৰূপৰ ধাৰ্মিক স্বকীয়তা নিৰ্মালী আৰ্য্য নিৰ্মালী আৰ্য্য কামৰূপং মহাপীঠং গুহ্যাদগুহ্যতমং পৰংসদা চ সংস্থিত স্তত্ৰ পাৰ্বত্যাসহ শংকৰঃ ॥ (কামৰূপ পৰম গোপনীয় মহাপীঠ য'ত শংকৰ সদায় উমাসহিতে বিদ্যমান ।) প্ৰতিষ্ঠিত সত্যমতে ...
Read more