নীলমণি ফুকন: ৫৬ সংখ্যক জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ
নীলমণি ফুকনে আগবঢ়োৱা ভাষণঃ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ। ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। ...
Read more