Search Result for 'মনস্বিনী শৰ্মা'

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

পূৰ্ণিমা দেৱী বৰ্মন মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা সৃষ্টিৰ পথাৰখনত যুগে-যুগে নাৰীয়ে অৱদান আগবঢ়াই আহিছে। বৰ্তমান এনে এক ক্ষেত্ৰ নাই য'ত নাৰীৰ অৱদান নাই। সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া, প্ৰকৃতি ইত্যাদি সকলোতে নাৰীয়ে পুৰুষৰ ...

Read more

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা  GI Tag হৈছে এক আন্তঃৰাষ্ট্ৰীয় মান্যতা। এই মান্যতো কোনো অঞ্চলৰ আঞ্চলিক সামগ্ৰীক প্ৰদান কৰা হয় যাৰ খ্যাতি দেশ তথা বিশ্বত বিয়পি পৰে। ...

Read more

ভেলেণ্টাইন ডে’ৰ ইতিহাস,তাৎপৰ্য আৰু সজাগতা 

ভেলেণ্টাইন ডে'ৰ ইতিহাস,তাৎপৰ্য আৰু সজাগতা  মনস্বিনী শৰ্মা  মনস্বিনী শৰ্মা  "প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি।  ‌ নিশ্বাসৰ দৰে নিশব্দে যেন বিচাৰি ফুৰে          শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস |"   ...

Read more

মোগল চিত্ৰশিল্প

মোগল চিত্ৰশিল্প মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা ভাৰতবৰ্ষত মোগলসকলে ১৫০০ খ্ৰীষ্টাব্দৰ পাণিপথৰ যুদ্ধৰ আৰম্ভণিৰ পৰা ১৭০০ খ্ৰীষ্টাব্দলৈকে প্ৰায় তিনিশ বছৰ কাল শাসন কৰিছিল। এই মোগল শাসনৰ সময়ত ভাৰতবৰ্ষত যি চিত্ৰকলাৰ জন্ম হৈছিল তাকে ...

Read more

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ এক চমু অৱলোকন 

জ্যোতিপ্ৰসাদ আগৰৱালা  মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা অসমীয়া জাতি আৰু সমাজৰ শিল্প, সাহিত্য, কলা-সংস্কৃতিৰ হকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এক অনবদ্য অৱদান আগবঢ়াই গৈছে। ১৯০৩ চনৰ ১৭ জানুৱাৰীত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা ...

Read more

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা           "ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে                    এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ"     এক আদৰ্শ শিল্পীসত্তা,বিপ্লৱী প্ৰাণেৰে নিজস্ব অৱদান আগবঢ়াই নতুনত্ব আৰু বৈপ্লৱিক চেতনাৰে ...

Read more

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেৰে প্ৰকাশ হয় অসমীয়া চহা জীৱনৰ গাঁথা, সামাজিক জীৱন, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰেক্ষাপটৰ প্ৰকৃত ছবি। হাজৰিকাদেৱৰ গীতৰ মাজেৰে গুঞ্জৰিত ...

Read more

ইম’জিৰ ৰসাল কথা

ইম'জি(Emoji)ৰ ৰসাল কথা মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা       ইণ্টাৰনেটৰ পৃথিৱীখনত ছ'চিয়েল মিডিয়া এক জনপ্ৰিয় মাধ্যম। পৃথিৱীৰ ভিন্ন কোণত সিঁচৰতি হৈ থকা ভিন্ন জনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আমি সততে ব্যৱহাৰ ...

Read more

 ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব

 ইছ'ৰ' আৰু 'চন্দ্ৰযান-৩' ৰ গুৰুত্ব মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা " জোনবাই এ বেজি এটা দিয়া,   বেজিনো কেলৈ?   মোনা চিলাবলৈ"...       শৈশৱতে আকাশৰ জোনটিলৈ চাই আমি কিমানে যে এনেদৰে ...

Read more

সুখী হ’ব নোৱৰা অসুখ

সুখী হ'ব নোৱৰা অসুখ মনস্বিনী শৰ্মা মনস্বিনী শৰ্মা  "সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ,সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ"- সৰুতে আমি পাঠ্যপুথিত পঢ়া উক্ত কবিতাটোৰ সঁচাকৈয়ে গভীৰ অৰ্থ আছে। ...

Read more
Page 1 of 2 1 2

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
Exit mobile version