Trending Videos

01 01 01
ADVERTISEMENT

Travelogue

Business

Latest News

পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী মানস প্রতিম দত্ত পৰিৱেশক নাৰীৰ সৈতে তুলনা কৰা হয়৷ পৰিৱেশ নাৰীৰ দৰে মমতাময়ীও৷  পৃথিৱীত বহুকেইগৰাকী নাৰীয়ে পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি আন বহুজনৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে৷  তেনেকেইগৰাকীমানৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এই লেখাত আলোকপাত কৰিব খোজা হৈছে৷ প্ৰকৃতি প্ৰেমৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমে আহে চিপ‌কো আন্দোলনৰ কথা৷  চিপকো শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা৷ সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ৷ সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰ পৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল৷  এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰ পৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলা মণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে৷ ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ’ল৷ চিপ্‌কো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত৷ ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰ পৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল৷  কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল৷ ফলত গছ কাটিবলৈ অহা সৈন্য সামান্তই সেই ঠাইৰ পৰা উভতি যাবলগীয়া হৈছিল৷ এই কাৰ্যত ৰজাৰ খং উঠিল আৰু যেনেকৈ নহ’লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে৷ উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল৷  পৰিৱেশ সংৰক্ষণত হাক্কানি জনজাতিৰ এগৰাকী মহীয়সী নাৰী তুলসী...

Read moreDetails

Technology

Most Popular

ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?