• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

‘Cyber bullying’ আৰু আমাৰ সমাজ

সংঘমিত্ৰা কাশ্যপ

by Admin
March 15, 2023
in Special Report, Social Media
Reading Time: 3 mins read
0
people pointing fingers at a stressed woman

Photo by Yan Krukau on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

‘Cyber bullying‘ আৰু আমাৰ সমাজ

সংঘমিত্ৰা কাশ্যপ

Sanghamitra pic
সংঘমিত্ৰা কাশ্যপ

Cyber bullying, আমি কিমানে বাৰু এই শব্দটোৰ লগত পৰিচিত?

খুব কম, নহয়নে বাৰু?

RelatedPosts

london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023

যদিও আমি cyber bullying কি বা কিয় নাজানো কিন্তু সকলোয়ে জীৱনত এবাৰ হ’লেও এনেকুৱা ঘটনাৰ সন্মুখীন হৈছোঁ। 


বৰ্তমান সময় বিজ্ঞান আৰু প্ৰযুক্তিৰ, আৰু এইক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱা বস্তুবিধ হৈছে ইণ্টাৰনেট, আৰু ইয়াৰ লগত জড়িত হৈ থকা Social Media ৰ মঞ্চ খন। দিন ৰাতি আমি সকলোৱে social media ৰ লগত জড়িত হৈ থাকো। বিভিন্ন সংবাদ আমি ইয়াৰ মাধ্যমৰ মাজেৰে আমি জানিব পাৰোঁ।

কিন্তু কেতিয়াবা আমি নিজেই ইয়াক ব্যৱহাৰৰ অনুপযোগী কৰি তোলোঁ, বিভিন্ন ঘটনাৰ প্ৰেক্ষাপটত আমি কিছুমান এনেকুৱা মন্তব্য বা আলোচনাৰ সৃষ্টি কৰো যি সঁচাই গ্ৰহণযোগ্য নহয়।

ইয়াৰ ভিতৰত আটাইতকৈ ভয়ংকৰ হৈ উঠা কথাটো হৈছে cyber bullying!

অৰ্থাৎ এটা ঘটনাৰ আঁৰ লৈ কাৰোবাৰ social media platform ত হাৰাশাস্তি কৰা, সমালোচনা কৰা, ব্যক্তিগত বাবে অশ্লীল বাৰ্তালাপ প্ৰেৰণ কৰা (পুৰুষ মহিলা উভয়কে), ভুল তথ্য প্ৰকাশ কৰা, কাৰোবাক হকে বিহকে সৰু কথা এটা লৈও সমালোচনা( ট্ৰল)কৰা, ইতিকিং কৰা , অনুমতি অবিহনে কাৰোবাৰ ফটো share কৰা , অশ্লীল আৰু ভয়সূচক মন্তব্য প্ৰতি দিনেই কৰা আৰু আন বহুতো। এক গৱেষণাৰ মতে প্ৰতি জনসংখ্যাৰ ৬০-৭০% লোক ইয়াৰ ভুক্তভোগী।

cyber bullying
image: UNICEF


      সময়ৰ লগত আমি যিমান আগবাঢ়ি আহিছোঁ সিমানেই এইবোৰৰ পৰিমাণ বৃদ্ধিহে পাইছে।প্ৰতিদিনে আমি একোটা নতুন ঘটনাৰ সন্মুখীন হৈ আহিছোঁ লাগিলে নিজৰ লগতেই হওঁক নাইবা আনৰ লগতেই হওঁক।

কিন্ত হয়তো আমি পাহৰি গৈছোঁ ইয়াৰ পৰিণতি।

মনত ৰাখিব আপুনি বা আমিও কিন্তু কেৱল ভুক্তভোগীয়ে নহয় , ইয়াৰ অংশীদাৰো কিন্তু। কাৰোবাৰ গানৰ এটা শব্দ, অলপ সুৰ ভুল হ’লে, কথা এটা অজানিতে অলপ ভুলকৈ ক’লেই আমিয়েই আজিকালি সামাজিক মাধ্যমত নিজৰ নিজৰ মন্তব্যৰেএইবোৰ আলোচনা নকৰো জানোঁ?

কাৰোবাৰ কাপোৰ, ৰং ,শাৰীৰিক গঠন, মাত কথা লৈ দিনটো আমিবোৰেই ব্যস্ত নহয় জানো। তেনেহলে আমিও সকলোৱে ইয়াৰ কম বেছি পৰিমাণে জড়িত, হয় নে?

 এই ঘটনাবোৰে এজন ব্যক্তিক মানসিক ভাৱে বহুত বেছি ভাৰাক্ৰান্ত কৰি তোলে, বিশেষকৈ যিজনক লক্ষ্য কৰি কথা বোৰ আলোচনা হয়। তেওঁৰ লাহে লাহে খং বাঢ়িবলৈ লয়, সমাজৰ আগত ওলাবলৈ সংকোচ কৰে, হতাশাত ভোগে, খোৱা শোৱা সকলোৰে সালসলনি হয়, post traumatic stress disorder (PTSD) হ’ব পাৰে, আনকি কেতিয়াবা এজন ব্যক্তিক ই মৃত্যুৰ মুখলৈও ( আত্মহত্যা) ঠেলি দিব পাৰে।

ইয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বহুতো ব্যৱস্থা আছে। প্ৰথমেই, যদি কোনোবাই cyber bullying কৰিছে, তাক প্ৰশ্ৰয় নিদি নিজকে যিমান পাৰে আঁতৰাই ৰাখক। দ্বিতীয়তে , আপোনাৰ ল’ৰা বা ছোৱালী গৰাকীয়ে যদি এই ধৰণৰ কোনো কথা আপোনাক জনাইছে, এইবোৰ “ধেমালি হে কৰিছে” বুলি আওকাণ নকৰিব।তেওঁক সহায় কৰক আৰু ইয়াৰ বিতংকৈ তথ্যবোৰ গোটাবলৈ চেষ্টা কৰক।

people pointing fingers at a stressed woman
Photo by Yan Krukau on Pexels.com

ঘৰত বা আপোনাৰ আশে পাশে যদি কোনোবাই এনেকুৱা ঘটনাৰ সন্মুখীন হৈছে , তেওঁক মানসিক ভাৱে সহায় কৰক, ইয়াক লৈ কটু কথা নুশুনাব।

কোনোবাই যদি এইধৰণৰ কাম কৰিছে বিশেষকৈ অশ্লীল আৰু ভয়সূচক(threatening ) মন্তব্য, ট্ৰল কৰিছে , ফটো share কৰিছে তেনেহলে তৎক্ষণাত তাৰ আইনী ব্যৱস্থা লওঁক।

ই ভয় বা লাজৰ কথা নহয়।

আপোনাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়।

শেষত ইয়াৰ বিষয়ে সজাগ হওঁক আৰু সামাজিক মাধ্যমক পৰাপক্ষত ধনাত্মক আৰু উপযোগী বিষয়বোৰ পটভূমি কৰি তোলক।


সংঘমিত্ৰা কাশ্যপ,‌ মনোবিজ্ঞানী,(Counselling Psychologist)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: Cyber bullyingpost traumatic stress disorderSocial Mediaইণ্টাৰনেট
Admin

Admin

Related Posts

london eye over the river thames in london england
Music

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

by Admin
March 23, 2023
0

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the...

Read more
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023
close up photography of smartphone icons

তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

March 22, 2023
যৌনতা আৰু ইৰোটোফোবিয়া

যৌনতা আৰু ইৰোটোফোবিয়া

March 22, 2023
close up of a small whirlpool

Be the change on this World Water Day

March 22, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: