Latest Post

আমাজনৰপৰা বিলুপ্ত হৈ গ’ল ১০টা প্ৰজাতিৰ বহু লক্ষ প্ৰাণী, পৰি থাকিল মাথোঁ স্মৃতিচিহ্ন

-মহাবাহু | চাও-পাওলো : আমাজন অৰণ্যৰ ৮০% দগ্ধ হৈ গ’ল সাম্প্ৰতিক অগ্নিকাণ্ডত। এতিয়াও জ্বলি আছে আমাজন। ‍‘জি-৭ সন্মিলন’ৰ মাজতেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোঁই...

বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল ‘‘আনন্দ বিভাগ’

বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল ‘‘আনন্দ বিভাগ’

-মহাবাহু | লক্ষ্ণৌ : লক্ষ্ণৌৰ এৰা মেডিকেল বিশ্ববিদ্যালয়ত আৰম্ভ কৰা হ’ল ‍‘‍‘আনন্দ বিভাগ’’ নামেৰে এটা নতুন বিভাগ আৰু ইয়েই হ’ল ভাৰত উপমহাদেশৰ...

man in long sleeve capturing photo

ফুটপাথৰপৰা ফোৰ্বছলৈ…

-মহাবাহু | এছিয়াৰ প্ৰভাৱশালীৰ তালিকাত ফটোগ্ৰাফাৰ ভিকি কলকাতা : ঘৰৰপৰা পলায়ন কৰি ফুটপাথত দিন পাৰ কৰি সম্প্ৰতি ফোৰ্বছৰদ্বাৰা এছিয়াৰ প্ৰভাৱশালীৰ ৩০ নং...

চেৰাপুঞ্জিৰ সৈতে পাঞ্জা খেলিলে তামহিনিয়ে

চেৰাপুঞ্জিৰ সৈতে পাঞ্জা খেলিলে তামহিনিয়ে

-মহাবাহু | পুণে : এইবাৰৰ বাৰিষাত সৰ্বাধিক বৃষ্টিপাত হোৱা তালিকাত একেবাৰে শীৰ্ষস্থান লাভ কৰিলে পুণে জিলাৰ ‍‘তামহিনি’ অঞ্চলে। অৰ্থাৎ, এইবাৰ মেঘালয়ৰ চেৰাপুঞ্জিকো...

জুবিন অসমৰ ভগৱান !!

-ময়ুৰী গোস্বামী | জুবিন অসমৰ এটি পৰিচিত নাম।গায়ক হিচাপে তেওঁৰ গানৰ জগতত অৱদান শলাগিবলগীয়া । কিন্তু এজন গায়ক হিচাপে মাথো ...

ৰচনা প্ৰতিযোগিতাৰ ফলাফল

-মহাবাহু | ‘‍‘মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন’’ ‍‘মহাবাহু’ৰ উদ্যোগত আৰু ‍‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেণ্ট ট্ৰাষ্ট’ৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ‍‘‍‘মই...

প্লাষ্টিকৰ বিনিময়ত বিনামূলীয়াকৈ খাদ্য!

-মহাবাহু | ছত্তীছগড় : আৱৰ্জনাৰ স্তুপ চহৰাঞ্চলত বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি আৰু প্ৰদূষণৰ মাত্ৰা অত্যধিক হোৱালৈ দৃষ্টিপাত কৰি প্ৰশাসনে সময়ে...

Page 394 of 399 1 393 394 395 399

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
Exit mobile version