মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ
মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ ৰেজাউল কৰিম ৰেজাউল কৰিম অসমত সমষ্টি পুনৰনিৰ্ধাৰণকলৈ চাৰিওদিশে বেচ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এচামে কৈছে যে, খচৰাখনত অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ বাহাল ৰাখিবলৈ এনেদৰে নতুন সমষ্টি ...
Read more