মহাবাহুঃ সামান্য আলোকপাত
মহাবাহুঃ সামান্য আলোকপাত উৎপল শৰ্মা উৎপল শৰ্মা বিগত শতিকাৰ আশীৰ দশকৰ দোকমোকালিতে অসমৰ আলোচনীৰ ইতিহাসত সংযোজিত হৈছিল ‘মহাবাহু’ নামেৰে সম্পূৰ্ণ জাতীয় চিন্তা-চেতনাসমৃদ্ধ এখন নতুন আলোচনী। এই আলোচনীখনে অসমৰ ছবছৰীয়া গণ আন্দোলনৰ সক্ৰিয় ...
Read more