৪ অক্টোবৰঃ কেইটামান খবৰ
কেইটামান খবৰ মোহন খাউণ্ড জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই এতিয়ালৈকে সৰ্বাধিক দূৰত্বৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা চলাইছে! মঙলবাৰে পাৰমাণৱিক অস্ত্ৰধাৰী উত্তৰ কোৰিয়াই পাঁচ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ফলত বাসিন্দাসকলক ...
Read moreDetails