Search Result for 'কেইটামান খবৰ'

জীৱন বীক্ষা

(গল্প)  -----  নিশিগন্ধা ...... নিশিগন্ধা চলিহা -----! ------ এটা আঢ্যৱন্ত পৰিয়ালৰ একমাত্ৰ কন্যা তাই ! প্ৰতিষ্ঠিত চাহ ব্যৱসায়ী মিহিৰ চলিহা আৰু পাৰিজাত বৰুৱা চলিহা ৰ কন্যা এই নিশিগন্ধা ! চলিহা দম্পতীক প্ৰায় ...

Read more

আপচু

(চুটি গল্প) -পল্লৱী কৌশিক শৰ্মা | খালে.. খালে অ'... । দামুৰীটোৱে সোপাকে গাখীৰ খালে । কোনে মোকোলাই দিলে অ' পোৱালীটো ...? বাল্টিটো লৈ গাখীৰ খিৰাব যোৱা সাৱিত্ৰীয়ে ....গাইজনীৰ ওহাৰ খুন্দিয়াই খুন্দিয়াই গাখীৰ ...

Read more

প্ৰতিদান

-অঙ্কিতা বৰুৱা | ন' স্নিগ্ধা ! তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ইমান সহজে লৈ লব নোৱৰা ! : মই ইতিমধ্যেই ভাবি পেলাইছো অনুৰাগ ; মোক মানা নকৰিবা ! : কথাবোৰ তুমি ভবাৰ ...

Read more

অলপ জীৱনৰ কথা, প্ৰধানমন্ত্ৰীৰে আপোনাৰ সংযোগ আৰু ডা°লক্ষ্মীপ্ৰিয়া, আই-এ-এছ

-ডা° সুকৃতি চৌধুৰী | ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাইজেই ভোটৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাইজক প্ৰতিনিধিত্ব কৰি দেশখন চলাবলৈ পঠিয়ায় ৷ আমাৰ দেশখনত যিহেতু সকলো মানুহেই সমান, সেয়ে আমি প্ৰধানমন্ত্ৰীকো আমাৰ সমান আৰু আমাৰেই প্ৰতিনিধি ...

Read more

ফেচবুক আখ্যান

-অসীম তালুকদাৰ | শান্তনু কলিতাই অৱশেষত ফেচবুক একাউণ্ট এটা খুলিলে ৷ তেওঁৰ মন নাছিল ৷ কিন্তু অফিচত, ঘৰত সকলোৰে আৰু বিশেষকৈ জীয়াৰী বাগ্মিতাৰ তাগিদাত তেওঁ সেও মানিলে ৷ কিছুদিন আগলৈকে তেওঁৰ স্মাৰ্টফোনেই ...

Read more

উঠি অহা ল’ৰা-ছোৱালীৰ মা-দেউতা সকলৰ সৈতে কিছু অন্তৰংগ আলাপ

-ডা° সুকৃতি চৌধুৰী | নমস্কাৰ বন্ধু-বান্ধৱী সকল উঠি অহা ছোৱালী সকলৰ বাবে আৰু ল’ৰাহঁতৰ বাবে বেলেগে বেলেগে ইতিমধ্যে চিঠিৰ আকাৰত কিছু কথা লিখিছো৷ আৰু বহু কথাই লিখিবলৈ বাকী আছে৷ লাহে-ধীৰে বাকী থকা ...

Read more

লাভ ইউ আইভান…!

-মনোজ কুমাৰ ডেকা | (এক) (পুৱা সোনকালে সাৰ পালো । কিয় কব নোৱাৰো ! মুঠতে সাৰ পালো । শূণ্য মনে চিন্তা কৰিলে, কৰো কি !...কিয়নো, কেতিয়াবা শীতৰ শীতল পাটীত কুহুমীয়া মনে কোনোমতে ...

Read more

বিবাহ ডট্ কম

(গল্প) -অংকিতা বৰুৱা | ঈষৎ হালধীয়া গ্ল'চাইন খনৰ জিলিকি থকা সেউজীয়া আখৰকেইটা লৈ চাই অলকানন্দা ই এক ধৰণৰ সকাহেৰে ভিতৰলৈ সোমাই গল অফিচটোৰ । ৰিচেপচনত বহি থকা ক্ষীনাংগী কম বয়সীয়া ছোৱালী জনীয়ে ...

Read more

মিৰি-জীয়ৰী

-লেখক: ৰজনীকান্ত বৰদলৈ |  || সমৰ্পণ || প্ৰিয় বিদ্যাধৰ,  ভাই। তােমাৰ লগত যে কলিকতাত পঢ়াকালত একেলগে চাৰিবছৰ আছিলোঁ আৰু এই চাকৰি জীৱনতো লক্ষীমপুৰত দুবছৰ কটালোঁ, সেই কেইদিনৰ সুখ পাহৰিব নোৱাৰোঁ। তােমাৰ অমিয়া ...

Read more
Page 13 of 14 1 12 13 14

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?