Search Result for 'দিলীপ দৈমাৰী '

উহানৰ গৱেষণাগাৰৰ পৰা পলায়ন হাজাৰ হাজাৰ ‘জেনেটিক্যেলি ম’ডিফাইড’ মহ

- দিলীপ দৈমাৰী | চীনৰ উহান গৱেষণাগাৰৰ পৰা হাজাৰ হাজাৰ 'জেনেটিক্যেলি ম'ডিফাইড্' মহৰ পলায়নৰ গুৰুত্বপূৰ্ণ বাতৰিটোৱে এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। এই বিষয়টো এতিয়া হৈ পৰিছে এক নতুন বিপদৰ আশংকাৰ ...

Read more

চুলি – দাড়ি কটাৰ ক্ষেত্ৰতো ফটোৱা তালিবানৰ

-দিলীপ দৈমাৰী | চুলিবিন্যাসকাৰী বা 'হেয়াৰ-ড্ৰেচাৰ' সকলৰ প্ৰতি এইবাৰ নতুন ফটোৱা জাৰী কৰিছে আফগানিস্তানৰ তালিবানে। কোনো পুৰুষৰ দাড়ি খুৰোৱা বা সৰু কৰিবলৈ 'চাটি' দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে। তালিবানৰ ভাষ্য অনুসৰি ...

Read more

চুলি বেয়াকৈ কটাৰ বাবে মৌৰ্য শ্বেৰাটনক ২ কোটি টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

- দিলীপ দৈমাৰী | তেওঁ যিদৰে বিচাৰিছিল, 'হেয়াৰড্ৰেচাৰ'-এ চুলিখিনি তেনেদৰে কটা নাছিল। কাটোতে ভুল হৈছিল। ফলস্বৰূপে তেওঁৰ সৌন্দৰ্য হানি হৈছিল আৰু মডেলিঙৰ বাবদ হাতলৈ আহিবলগীয়া মোটা অংকৰ ধনৰ পৰা তেওঁ বঞ্চিত হ'ল। এয়াই ...

Read more

মুকলি হ’বলৈ ওলাইছে এক নতুন দিগন্ত, সূৰ্যৰ ৰহস্যভেদ কৰিবলৈ ‘নাছা’ৰ অৰবিটাৰ

-দিলীপ দৈমাৰী | 'নাছা' আৰু 'ইউৰোপিয়ান স্পেছ এজেন্সি' বা 'ইউ-এছ-এ'ৰ যৌথ উদ্যোগত উৎক্ষেপণ কৰা হৈছে প্ৰথম সৌৰ অৰবিটাৰ। ইউৰোপীয় সময় অনুসৰি নিশা ১১ বাজি ৩ মিনিট হোৱাৰ লগে লগে ফ্লোৰিডাৰ কেপ ক্যানাভেৰাল ...

Read more

নিৰ্বাচনত পৰাজয় বৰণ কৰি প্ৰধানমন্ত্ৰীৰ আসন হেৰুৱালে এৰনা চোলবাৰ্গে

-দিলীপ দৈমাৰী | ১৩ ছেপ্তেম্বৰ, সোমবাৰে নৰৱেৰ জাতীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ১৬ ছেপ্তেম্বৰ, বৃহস্পতিবাৰে ফলাফল প্ৰকাশিত হ'ল। এই ফলাফলৰ ফলত সুদীৰ্ঘ কালৰ পিছত ৰক্ষণশীল সোঁ-পন্হী দলৰ প্ৰধান তথা নৰৱেৰ প্ৰধানমন্ত্ৰী এৰনা ...

Read more

চীনে প্ৰতিসপ্তাহত লক্ষ লক্ষ মহ উৎপাদন কৰে !

-দিলীপ দৈমাৰী | হয়, চীনে কাৰখানাত সপ্তাহত লক্ষ লক্ষ মহ উৎপাদন কৰি আছে আৰু চীনৰ কাৰখানাত তৈয়াৰ কৰা মহবোৰক অৰণ্য আৰু আন ঠাইত এৰি দি আছে। কিন্তু কিয়?মহৰ দংশনৰ ফলত বিভিন্ন ধৰণৰ ...

Read more

গজনিৰ চুলতান, মোডী, উত্তৰ প্ৰদেশৰ নিৰ্বাচন!

-দিলীপ দৈমাৰী | মোডীৰ শাসনকালত, তেওঁ দেখুওৱা সকলো সপোন ইতিমধ্যে ঝুমলা আৰু হাঁহিৰ খোৰাকত পৰিণত হৈছে, যেনেঃ প্ৰত্যেকৰে একাউণ্টত ১৫ লাখকৈ টকা, ক'লা ধন উদ্ধাৰ, অসমৰ পৰা টালি-টোপোলাসহ বাংলাদেশীক বহিষ্কাৰ, অসম চুক্তিৰ ...

Read more

বিদায় জন্মভূমিঃ চকুপানী টুকি দেশত্যাগ কৰিলে আফগান পৰিচালক ৰোয়াই

- দিলীপ দৈমাৰী | শুকান হ'ল কি হ'ল, নিজৰ জন্মভূমিৰেই মাটি ! কিন্তু সেই শুকান ৰুক্ষ মাটি আজি তেজেৰে সিক্ত, চৌদিশে মানুহৰ হাহাকাৰ, কান্দোন, মৃত্যু, অত্যাচাৰ, হত্যা। তালিবানৰ তান্ডৱ। বাধ্য হৈ জন্মভূমি পৰিত্যাগ ...

Read more

ডেৰ কিলোমিটাৰৰ গুহাত বিস্তাৰিত হাঁড়ৰ বিচনা

- দিলীপ দৈমাৰী | উত্তৰ-পশ্চিম চৌদি আৰৱৰ উম জিৰচানাৰ এটা গুহাৰ সন্ধান পাইছে ম্যাক্স প্লাংক ইন্সটিটিউট-অৰ প্ৰত্নতাত্বিক ম্যাথুজ স্টুৱাৰ্ট-এ। কিন্তু গুহা বুলি নকৈ ইয়াক এক 'প্ৰাকৃতিক সুৰঙ্গ' নাম দিছে স্টুৱাৰ্ট-এ। এই পৰ্যন্ত কোনো ...

Read more

তালিবানৰ অপ্ৰতিৰোধ্য গতি

-দিলীপ দৈমাৰী | কাবুল বেছি দূৰৈত নাই। তালিবানৰ দখল অভিযানে সকলোৰে চকুৰ টোপনি, মনৰ শান্তি নোহোৱা কৰি পেলাইছে। আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰ আৰম্ভ হোৱাৰ পিছত যোৱা দুমাহৰ ভিতৰত এখনৰ পিছত এখনকৈ ...

Read more
Page 13 of 14 1 12 13 14

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?