Search Result for 'অঞ্জন শৰ্মা '

২৫ ছেপ্তেম্বৰ : বিশ্ব ফাৰ্মাচিষ্ট দিৱস

বিশ্ব ফাৰ্মাচিষ্ট দিৱস অঞ্জন জ্যোতি বৰা বিশ্ব ফাৰ্মাচিষ্ট  দিৱসৰ লগত  সংগতি ৰাখি   ফাৰমাচিষ্ট আৰু ফাৰ্মাচিউটিকেল  বিজ্ঞান  বিভাগৰ  ওপৰত  এটি  নিৱন্ধ প্ৰষ্টুতিৰ  নি:কিন প্ৰয়াস কৰিলোঁ  Iপ্ৰায় সকলো সময়তেই  ফাৰ্মাচিষ্ট প্ৰফেচনৰ উত্তৰোত্তৰ  কাৰনে কাম ...

Read more

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্ব অঞ্জন শৰ্মা Photo by Anna Shvets on Pexels.com বিগত কেইটামান মাহত ইউক্ৰেইনৰ বহুকেইগৰাকী লেখক, সাংবাদিক, শিক্ষাবিদ, শিক্ষক, ছাত্ৰ, উদ্যোগিক ক্ষেত্ৰৰ সৈতে জড়িত আৰু প্ৰতিদিনে যুদ্ধৰ বিষাক্ত ধোঁৱা, গুলি, ...

Read more

ৰাধা! ৰাধা!!

ৰাধা! অঞ্জন শৰ্মা (এক) মথুৰাধিপতি কংসৰ আছিল দুজনী পত্নীঅস্তি আৰু প্ৰাপ্তিকৃষ্ণই কংসক বধ কৰাৰ পিছতঅস্তি আৰু প্ৰাপ্তি গুচি গৈছিল মগধলৈ। মগধৰাজ বাহুবলী জৰাসন্ধকংসৰ শহুৰেক জৰাসন্ধ গৰজি উঠিছিলহৈ ক্ৰোধান্বিত....বিধবাৰ বস্ত্ৰ জীয়ৰীৰ দেহত! কংসৰ ...

Read more

শ্বাহেনশ্বাহ আৰু বীণাবাদক

শ্বাহেনশ্বাহ আৰু বীণাবাদক মূল:জয় গোস্বামী অনুবাদ:অঞ্জন শৰ্মা বতাহ দেখা পোৱা নেকি? নাপাও, খোদাবন্দ্। কিন্তু উশাহ- নিশাহ লৈয়েই তো আছা, অৰ্থাৎ বতাহ আছে। আছে হুজুৰ-এ-আলম। বুজি ঠিকেই পাইছা, কিন্তু সন্দেহো আছে। সন্দেহ হ'ল ...

Read more

কবি নাই, নাই কবি নাই…!

• অঞ্জন শৰ্মা কবিৰ সন্ধানৰত জননী জন্মভূমি..ভাগৰি পৰিছে আই, চাইচাই বাতৰিকাকত, আলোচনীআন্তৰ্জালৰ বিশাল ক্ষেত্ৰগ্ৰন্হ, কবি সন্মিলন, কবিতাশুনিবলৈ প্ৰয়াস কৰি কৰি কাণপাতি পাতি আইভাগৰি পৰিছে আই, কিন্তু কবি নাইকবি নাই, বেপৰোৱা কবিসতেজ সৱল ...

Read more

প্ৰথম আৰু শেষ পৰিচয় !

অঞ্জন শৰ্মা প্ৰথম আৰু শেষ পৰিচয়: উনষাঠি বছৰ আগৰ কাহিনী,পটভূমি লন্ডনউনৈশ-শ-ষাঠি চনৰ বাৰ জুনৰ লন্ডন,তেৰ ডিগ্ৰী উষ্ণতাৰ লন্ডনত ঘাম ওলাইছিললন্ডনৰলন্ডনৰ অভিবাসন বিষয়াসকলৰলন্ডনতপদাৰ্পণ কৰা এজন বিদেশীক কেন্দ্ৰ কৰিবিতত হৈ পৰিছিল লন্ডন, যিহেতুবিদেশীজনৰ হাতত ...

Read more

বনৰৌৰ বয়স কিমান?

-অঞ্জন শৰ্মা এই জগতখনত মানুহৰ বয়স কিমান?বাদুলিৰ?বনৰৌৰ বয়স? এইবোৰৰ উত্তৰ পিছলৈ বিচাৰিম, এতিয়াআফ্ৰিকালৈ যাম। আফ্ৰিকাৰ কঙ্গোৰ ইভিন্দো নদীৰ পাৰঘন সেউজীয়াতাতেই বসবাস কৰিছিল এশ-পঞ্চাছজন লোকেসময়ে সময়ে তেওঁলোকে চিকাৰলৈ গৈছিলদলৱদ্ধ হৈ, লগত আছিল চিকাৰী ...

Read more

নগাপাহাৰৰ ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়!

•অঞ্জন শৰ্মা নগাপাহাৰৰ ওটিঙত সাধাৰণ নিৰীহ গাঁওবাসীক ভাৰতীয় সৈন্যই বৰ্বৰভাবে গুলিয়াই তেজেৰে ফাকু খেলা ঘটনাটো কোনো বিচ্ছিন্ন ঘটনা নহয়। ২০০৪ চনৰ ১৫ জুলাই তাৰিখে মণিপুৰৰ ৮ গৰাকী মহিলাই অসম ৰাইফলছ-অৰ মুখ্য কাৰ্যালয়ৰ ...

Read more

চিলাৰায়-লাচিতৰ চকুলো !

অঞ্জন শৰ্মা ১২২৬ চনত বঙ্গৰ শাসক গিয়াছুদ্দিনে কামৰূপ আক্ৰমণ কৰিছিল আৰু কামৰূপৰ সৈন্যৰ হাতত গিয়াছুদ্দিনৰ বাহিনীৰ লজ্জাজনক পৰাজয় হৈছিল, ১২২৮ চনত দিল্লীৰ চুলতানৰ পুত্ৰ নাছিৰুদ্দিনে কামৰূপ আক্ৰমণ কৰিছিল আৰু ১২৫৭ চনত বঙ্গৰ ...

Read more
Page 11 of 12 1 10 11 12

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?