Search Result for 'দিলীপ দৈমাৰী'

জেফ, গেটচ আদিৰ সহায় লাগে ‍: কোটি কোটি মানুহ ক্ষুধাৰ্ত

-দিলীপ দৈমাৰী | কৰ'নাৰ ভেকচিন কেতিয়া প্ৰস্তুত হ'ব, প্ৰস্তুত হ'লেও টিকাকৰণ কেতিয়া হ'ব, কোনো ঠিক নাই; ভেকচিন আৱিষ্কাৰ হ'লেও সেই ভেকচিনৰ সম-বিতৰণক লৈ চিন্তিত ৰাষ্ট্ৰসংঘ। কিন্তু একেই সময়তে চিন্তাৰ সাগৰত ডুবিব লগীয়া ...

Read more

নাগাসকলৰ সমস্যা ভাৰতৰ’আভ্যন্তৰীণ আইন-শৃঙ্খলাৰ বিষয়’ নহয়ঃ মুইভা

-দিলীপ দৈমাৰী | 'এন-এছ-চি-এন'( নেশ্যনেল চোছিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড)ৰ মুইভা গোটে ২২ বছৰীয়া শান্তি চুক্তি ভঙ্গ কৰিবলৈ আগ্ৰহী হৈছে। এন-এছ-চি-এন'-ৰ এই গোটৰ সাধাৰণ সম্পাদক থুইঙ্গালেঙ মুইভাই যোৱা ফেব্ৰুৱাৰী মাহতেই তেওঁলোকৰ এনে ইচ্ছা ...

Read more

জাৰ্মানীত প্ৰায় ৬০০ প্ৰকাৰৰ এন্টিবডি চিনাক্তকৰণ

-দিলীপ দৈমাৰী | বাৰ্লিনৰ পৰা প্ৰাপ্ত বাতৰিৰ আধাৰত এক বিশেষ ধৰণৰ কথা ক'বলৈ ওলাইছো। সহজ সৰল কথাত পেথ'জেন বা ভাইৰাছ হ'ল সংক্ৰামক ভাইৰেল প্ৰ'টিন। ইয়াক কোৱা হয় ভাইৰেল এন্টিজেন। চিকিৎসা বিজ্ঞানৰ সতে ...

Read more

বাংলাদেশী সমস্যা নিজে নিজেই সমাধান হ’ব

-দিলীপ দৈমাৰী | যোৱাকালি বহুদিনৰ পিছত আনোৱাৰ চাচাক লগ পাইছিলো। তেওঁৰ সৈতে পৰিচয় মোৰ  বহুবছৰৰ। মানুহজন এতিয়াও আগৰ দৰেই প্ৰাণৱন্ত হৈ আছে। এইবাৰ বিশ্বকৰ্মা পূজা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰি তেওঁ অতিশয় ব্যথিত। ...

Read more

অতিৰিক্ত আশাবাদে সাংঘাটিক বিপদ ঘটাব পাৰে

-দিলীপ দৈমাৰী | ভাৰতত কৰ'না সম্পৰ্কীয় উদ্বেগক প্ৰাধান্য নিদি কৰ'না যুদ্ধত চৰকাৰৰ সাফল্যক অতিশয় গুৰুত্ব দিয়া হৈছে বুলি বিশ্ববিখ্যাত 'দ্যা ল্যানচেট' নামৰ 'মেডিকেল জাৰ্ণাল' খনে ২৬ ছেপ্টেম্বৰ তাৰিখে সম্পাদকীয়ত প্ৰকাশ কৰিছে। "COVID-19 ...

Read more

পশুক অপমান কৰা উচিত নহয়

-দিলীপ দৈমাৰী | এতিয়া সকলোৰে যেন এক আতংকৰ প্ৰৱাহৰ মাজেৰে সময় অতিবাহিত হৈছে - কম বেছি পৰিমাণে। নতুন দিনৰ সপোন, নতুন অসমৰ সপোন, আৰু সুদিনৰ প্ৰতিশ্ৰুতি, জাতি মাটি ভেটি ৰক্ষাৰ অঙ্গীকাৰ শুকাই ...

Read more

ধাৰাবাহিক সংকোচনঃ অকল্পনীয় ‘মন্দা’ৰ কৱলত ভাৰতৰ অৰ্থনীতি

-দিলীপ দৈমাৰী | ভাৰতৰ অৰ্থনীতিৰ নাওঁখনৰ যে তলিত বহুকেইটা ফুটা হৈছে, সেয়া এতিয়া আৰু অস্বীকাৰ কৰি কোনো লাভ নাই। স্বয়ং ৰিজাৰ্ভ বেংকেও ঘোষণা কৰিলে যে ভাৰতৰ অৰ্থনীতি নজীৰবিহীন মন্দাৰ কৱলত পৰিছে। ৰিজাৰ্ভ ...

Read more

মোডীৰ ‘টিকা উৎসৱ’ত টিকাৰ আকাল

-দিলীপ দৈমাৰী | সমগ্ৰ ভাৰতত কৰ'না প্ৰতিষেধকৰ নাটনি, হাহাকাৰ, কিন্তু অবিলম্বে কোনো সমাধানৰ উপায় দেখা নাই স্বাস্থ্য- চিকিৎসাৰ সৈতে জড়িত হৰ্তা-কৰ্তা বিধাতাসকলে। চিৰাম ইন্সটিটিউট আৰু ভাৰত বায়'টেক নামৰ প্ৰতিস্থান দুটাই প্ৰস্তুত কৰা ...

Read more

কৰ’নাৰ দ্বিতীয় তৰঙ্গ

-দিলীপ দৈমাৰী | 'অল ইন্ডিয়া ইন্সটিটিউট অফ মেডিকেল চাইন্স'(এইমচ্)ৰ অধিকৰ্তা ৰণদীপ গুলেৰিয়াই জনাইছে যে কৰ'না ভাইৰাছৰ নতুন প্ৰজাতি পূৰ্বৰ প্ৰজাতিতকৈ বহু বেছি সংক্ৰামক। তেওঁ আশংকা প্ৰকাশ কৰি কৈছে যে দিল্লীত নতুনকৈ যি ...

Read more

‘ড্ৰপলেট’ নহয়ঃ কৰ’না বায়ুবাহিত

-দিলীপ দৈমাৰী | আন্তৰ্জাতিক জাৰ্নেল 'ল্যান্সেট'(The Lancet) -এ যি তথ্য পোহৰলৈ আনিছে, সেই তথ্যৰ পটভূমিত সমগ্ৰ বিশ্বৰ সংশ্লিষ্ট গৱেষক, বিজ্ঞানীসকল আতংকিত হৈ পৰিছে। ভাৰতৰ গৱেষকসকলো ব্যতিক্ৰম নহয়। এই পোন প্ৰথমবাৰৰ বাবে গৱেষকসকলে ...

Read more
Page 13 of 14 1 12 13 14

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?