দেৱাদিদেৱ মহাদেৱলৈও আদালতৰ চমন, লগতে ১০০০০ টকা জৰিমনা!
মহাদেৱলৈ আদালতৰ চমন • অৰবিন্দ ৰাভা ৰায়গড় ( চট্টিশগড়)ৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি চৰকাৰী সম্পত্তি দখল কৰি ৰখাৰ অপৰাধত স্বয়ং দেৱাদিদেৱ মহাদেৱক আদালতত হাজিৰ হ'বলৈ চমন জাৰী কৰিছে আদালতে! যিহেতু ধৃতৰাষ্ট্ৰৰ পত্নী ...
Read more